Daily Time Axom
Browsing Category

Guwahati

আজি পঞ্চভূতত বিলীন হ’ব চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ নশ্বৰ দেহ

নিউজ ডেস্ক, ২৯ অক্টোবৰঃ আজি পঞ্চভূতত বিলীন হ'ব চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ নশ্বৰ দেহ। বিয়লি ২ বজাত ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত শেষ বিদায় জনোৱা হ'ব প্ৰখ্যাত চিত্ৰশিল্পী গৰাকীক। নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব নীলপৱন
Read More...

চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু নাই

নিউজ ডেস্ক, ২৮ অক্টোবৰঃ ৰাজ্যবাসীৰ বাবে আন এক দুঃখবৰ। চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ শেষ নিশ্বাস ত্যাগ।GMCH ত বিয়লি ৩.১৫ বজাত ইহলীলা সম্বৰণ চিত্ৰশিল্পী গৰাকীৰ। ২২ ছেপ্তেম্বৰৰ পৰা গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল নীলপৱন বৰুৱা। ৮৬ বছৰ
Read More...

উত্তৰ গুৱাহাটীত নকল সোণৰ নাওসহ যীশুৰ প্ৰতিমূৰ্তি জব্দ

নিউজ ডেস্ক, ২৮ অক্টোবৰঃ উত্তৰ গুৱাহাটীত নকল সোণৰ নাওসহ যীশুৰ প্ৰতিমূৰ্তি জব্দ। ঘটনাৰ লগত জড়িত মহম্মদ আবু হানিফা আৰু মহম্মদ বাহাৰুদ্দিনো পৰিল জালত। আৰক্ষীয়ে জব্দ কৰে নগদ ১.৫ লাখ‌ টকা, ৪টা মোবাইল ফোনসহ এখন বিলাসী বাহন । কামৰূপ আৰক্ষীৰ এক
Read More...

আজি সম্পন্ন হ’ব যশস্বী অভিনেতা নিপন গোস্বামীৰ অন্ত্যেষ্টিক্ৰিয়া

নিউজ ডেস্ক, ২৮ অক্টোবৰঃ আজি সম্পন্ন হ'ব যশস্বী অভিনেতা নিপন গোস্বামীৰ অন্ত্যেষ্টিক্ৰিয়া। দিনৰ ১১ বজাত ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত হ'ব শেষকৃত্য। দীঘলীপুখুৰী পাৰত অন্তিম শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰা হৈছে। আনহাতে সুধাকণ্ঠৰ প্ৰতিমূৰ্তিৰ
Read More...

মহানগৰীৰ উজান বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

নিউজ ডেস্ক, ২৪ অক্টোবৰঃ দীপাৱলীৰ আনন্দৰ মাজতে গুৱাহাটী উজানবজাৰত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। উজানবজাৰৰ যোৰ পুখুৰী পাৰৰ ৫৭নং বাসগৃহত সংঘটিত হৈছে এই অগ্নিকাণ্ডটো। জানিব পৰা মতে উজানবজাৰৰ মিহিৰ বৰদলৈ বাসগৃহৰ ২নং মহলাত সংঘটিত
Read More...

মহানগৰীত দেৱালীক লৈ বিশেষ নিৰ্দেশনা জাৰি প্ৰশাসনৰ

নিউজ ডেস্ক, ২৪ অক্টোবৰঃ দীপাৱলীৰ নিশা সাৱধান। মহানগৰীৰ প্ৰান্তে প্ৰান্তে চলিছে পৰিৱহণ বিভাগৰ তালাচী। নিয়ম ভংগ কৰিলে ভৰিব লাগিব মোটা অংকৰ জৰিমনা। দেৱালীত যাতে কোনোৱে উচ্চ শক্তিসম্পন্ন ফটকা নুফুটাই তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। তাৰোপৰি
Read More...

দীপাৱলীত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীৰ উপহাৰ, কৰ্মচাৰীলৈ ৪ শতাংশ অতিৰিক্ত মৰগীয়া বানচ

নিউজ ডেস্ক, ২৩ অক্টোবৰঃ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ। দীপাৱলীৰ বতৰত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৪ শতাংশ মৰগীয়া বানচ বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। ২০২২ বৰ্ষৰ ১ জুলাইৰ পৰা এই বৃদ্ধি কাৰ্যকৰী
Read More...

মহানগৰীৰ বৰবাৰীত নিশা লোমহৰ্ষক হত্যাকাণ্ড,গাড়ীৰ চাবিৰে ডিঙিত আক্ৰমণ এজন পশু চিকিৎসক তথা ব্যৱসায়ীক

নিউজ ডেস্ক, ২৩ অক্টোবৰঃ মহানগৰীৰ বৰবাৰীত নিশা লোমহৰ্ষক হত্যাকাণ্ড। গাড়ীৰ চাবিৰে ডিঙিত আক্ৰমণ এজন পশু চিকিৎসক তথা ব্যৱসায়ীক। চিকিৎসক তথা ব্যৱসায়ীজনৰ নাম খঞ্জিত মেধি। প্ৰতীক্ষা হাস্পতালৰ সমীপৰ 77 নামৰ ৰেষ্টুৰেণ্টখনত সংঘটিত হৈছে এই কাণ্ড।
Read More...

গুৱাহাটীৰ আই আই টিত অলচাৰিংগাৰ কাৰ্যসূচীত উপস্থিত থাকিব ডঃ দিব্যজ্যোতি শইকীয়া

গুৱাহাটী: ২২ অক্টোবৰ; ভাৰতৰ আগশাৰীৰ সৰ্ববৃহৎ শিক্ষানুষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনল'জী চমুকৈ আই আই টি। দেশৰ আন ২২ প্ৰান্তৰ লগতে উত্তৰ গুৱাহাটীত অৱস্থিত এই আই আই টি ত আগন্তুক২০২৩ বর্ষৰ অলচাৰিংগা অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা
Read More...

ভাষা বিষয়ক পৰীক্ষা অবিহনে APSCক ফলাফল ঘোষণাৰ অনুমতি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্ক, ২১ অক্টোবৰঃ ভাষা বিষয়ক পৰীক্ষা অবিহনে ফলাফল ঘোষণাৰ বাবে APSCক অনুমতি। ৰাজ্য চৰকাৰৰ ভাষা প্ৰত্যাহাৰৰ কেবিনেটৰ সিদ্ধান্তক বৈধতা প্ৰদান। এতিয়াৰে পৰা APSCত নাথাকিব অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত।APSCত অসমীয়া ভাষাৰ বাধ্যতামূলক
Read More...