Daily Time Axom
Browsing Category

Guwahati

গুৱাহাটী পৌৰ নিগমত বৃহৎ কেলেংকাৰী! ৭ জনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ২১ অক্টোবৰঃ GMCত বৃহৎ কেলেংকাৰী। কেলেংকাৰিত জড়িত ৬ জন অভিযুক্তক গ্ৰেপ্তাৰ। CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰে অভিযুক্তকেইজনক। বাবুলাল শৰ্মা, চিত্তৰঞ্জন দত্ত গগৈ, আছিফ আহমেদক, হিৰণ্য বৰ্মন, শংকৰ মেধি, অভিযন্তা সীমান্তজ্যোতি বৰুৱাক
Read More...

আজি ঘোষণা হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল

নিউজ ডেস্ক, ২০ অক্টোবৰঃ আজি ঘোষণা হ'ব গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ২২-২৩ৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল। পুৱা ১০ বজাৰ পৰা নিউ একাডেমিক বিল্ডিঙৰ দ্বিতীয় মহলাত ভোটগণনা আৰম্ভ হ'ব। ভোটগণনাক লৈ বিশ্ববিদ্যালয়ৰ চৌহদত বিৰাজ
Read More...

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ২১ জন সাংবাদিকলৈ জাফা’ৰ গ্ৰাম্য সাংবাদিকতা বঁটা ঘোষণা

গুৱাহাটী : ৰাজ্যৰ সাংবাদিক - সংবাদকৰ্মীৰ অগ্ৰণী সংগঠন জাৰ্ণেলিষ্ট এচোছিয়েশ্যন ফৰ আসাম চমুকৈ জাফা'ই আজি JAFA ACHIEVERS AWARD 2022 ( for Rural Journalism ) ৰ নামসমুহ ঘোষণা কৰে । 'জাফা'ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী
Read More...

হস্ত-তাঁত বস্ত্ৰ শিল্পৰ উপ-সঞ্চালক বিপুল কলিতাৰ চৰম সিদ্ধান্ত

নিউজ ডেস্ক, ১৫ অক্টোবৰঃ ভেটাপাৰাৰ প্ৰাগজ্যোতিষ হাউছিঙৰ বাসগৃহত অঘটন। হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ উপ-সঞ্চালকৰ চৰম সিদ্ধান্ত। জীৱনৰ চৰম সিদ্ধান্ত বাছি ল'লে উপ-সঞ্চালক বিপুল কলিতাই। আৰ্টফেডৰ সচিবৰ দায়িত্বতো আছে বিপুল কলিতা। বিপুল কলিতাৰ
Read More...

মহানগৰীৰ চিটীবাছত হ’ব ই-টিকটৰ ব্যৱস্থা, পৰিবহণ বিভাগে জাৰি কৰিলে নিৰ্দেশনা

নিউজ ডেস্ক, ১৫ অক্টোবৰঃ গুৱাহাটী মহানগৰীৰ সকলো চিটী বাছলৈ পৰিবহণ বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। সকলো চিটী বাছত থাকিব লাগিব E-Ticketingৰ মেচিন। জিলা পৰিবহণ বিভাগে নিৰ্ধাৰণ কৰি দিয়া মূল্যতহে যাত্ৰীৰ পৰা সংগ্ৰহ কৰিব পাৰিব বাছৰ
Read More...

অৱশেষত ‘লভিতা’ নাট পৰিবেশন নকৰাৰ সিদ্ধান্ত আৱাহন থিয়েটাৰৰ

নিউজ ডেস্ক, ১৫ অক্টোবৰঃ সমগ্ৰ ৰাইজৰ লগতে দল-সংগঠনৰ প্ৰতিবাদৰ সমৰ্থন জনাই সকলো বিতৰ্কৰ অন্ত পেলাই লভিতা নাট প্ৰদৰ্শন নকৰাৰ সিদ্ধান্ত আৱাহন থিয়েটাৰৰ। সামাজিক মাধ্যমত প্ৰস্তুতি পৰাশৰৰ স্পষ্ট ঘোষণা। জ্যোতি প্ৰসাদ আগৰৱালা দেৱৰ লভিতাৰ আলম লৈ
Read More...

কামাখ্যা মন্দিৰত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

নিউজ ডেস্ক, ৯ অক্টোবৰঃ কামাখ্যা মন্দিৰত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। মা কামাখ্যাৰ আশিস ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। আজি অমিত শ্বাহৰ অসম ভ্রমণৰ ৩য়টো দিন। মা কামাখ্যাৰ আশিস বিচাৰি নীলাচললৈ কেন্দ্রীয় গৃহমন্ত্রী। ইয়াৰপিছতেই
Read More...

আজি কামাখ্যা দৰ্শন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

নিউজ ডেস্ক, ৯ অক্টোবৰঃ আজি কামাখ্যা দৰ্শন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ কামাখ্যা দৰ্শনক লৈ কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনক লৈ তৎপৰ আৰক্ষী প্ৰশাসন। মহানগৰীৰ চৌদিশে গঢ়ি
Read More...

আজি মুকলি কৰা হ’ব ৰাজ্যিক বিজেপিৰ নতুন কাৰ্যালয়, মুকলি কৰিব জে পি নাড্ডা আৰু অমিত শ্বাহে

নিউজ ডেস্ক, ৮ অক্টোবৰঃ ৬ মহলীয়া আটকধুনীয়া ৰাজ্যিক বিজেপিৰ নতুন কাৰ্যালয়, মুকলি কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। আজি ১০.৩০ বজাত বশিষ্ঠত মুকলি কৰা হ'ব ৰাজ্যিক বিজেপিৰ নতুন কাৰ্যালয়। ৬ মহলীয়া
Read More...

বিধায়ক বলিন চেতিয়া আৰু বিধায়ক প্ৰশান্ত ফুকনক কেবিনেট মৰ্যাদা প্ৰদান

নিউজ ডেস্ক, ৮ অক্টোবৰঃ শুকুৰবাৰে জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেটৰ বৈঠক। এই বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।ৰাজ্যৰ ২ বিধায়কলৈ কেবিনেট মৰ্যাদা। শদিয়াৰ বিধায়ক বলিন চেতিয়া আৰু ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনক কেবিনেট
Read More...