Daily Time Axom
Browsing Category

Guwahati

গুৱাহাটীত উপস্থিত অমিত শ্বাহ-জেপি নাড্ডা

নিউজ ডেস্ক, ৭ অক্টোবৰঃ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা। বিমানবন্দৰত অমিত শ্বাহ আৰু জে পি নাড্ডাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে উষ্ম আদৰণি। ৮ অক্টোবৰত
Read More...

পুনৰ প্ৰৱৰ্তিত হ’ব উত্তীৰ্ণ-অনুত্তীৰ্ণৰ ব্যৱস্থা- ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

নিউজ ডেস্ক, ৭ অক্টোবৰঃ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক সমাপ্ত ।আজিৰ এই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়।কেবিনেটৰ অন্তত মন্ত্রী ডাঃ ৰণোজ পেগুয়ে সংবাদমেল সম্বোধন কৰে। সংবাদমেলত তেঁও কয় যে, এতিয়াৰে পৰা নিম্ন আৰু উচ্চ
Read More...

সোণাপুৰত পথ দুৰ্ঘটনা, নিহত ৩ জনকৈ লোক

নিউজ ডেস্ক,৭ অক্টোবৰঃ সোণাপুৰৰ নাজিৰাখাটত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ট্ৰাকত খুন্দা গুৱাহাটী অভিমুখী ছুইফট ডিজায়াৰ বাহনৰ। থিতাতে নিহত হয় বাহনখনৰ ৩ আৰোহী। নিহত হোৱা ৩ আৰোহীকইজন হ'ল- বাপন হালৈ, গৌতম বনিক, সুবল দাস। মাটি বেচা-কিনাৰ
Read More...

গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৱাহাটী ভ্ৰমনক লৈ যান-বাহন আৰক্ষীৰ বিশেষ পথ নিৰ্দেশনা

নিউজ ডেস্ক, ৭ অক্টোবৰঃ তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ আহিব অমিত শ্বাহ। ৭, ৮ আৰু ৯ অক্টোবৰত গুৱাহাটীত হ’ব কেইবাখনো সভাত অংশ গ্ৰহণ কৰিব অমিত শ্বাহে।কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ অসম ভ্ৰমণৰ পূৰ্বে মহানগৰ যান বাহন আৰক্ষীয়ে বিশেষ নিৰ্দেশনা জাৰি
Read More...

আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশ ল’ব শ্বাহে

নিউজ ডেস্ক, ৭ অক্টোবৰঃ ৩ দিনীয়া ভ্ৰমন সূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ৷ আজি বিয়লি ৭ বজাত বিশেষ বিমান যোগে গুৱাহাটীত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকী ৷ তাৰ পৰা কইনাধৰা ৰাজ্যিক অতিথিশালাত বৈঠকত মিলিত হ'ব
Read More...

বৰ্ষাপাৰাৰ সামগ্ৰিক পৰিৱেশৰ বাবে টুইটযোগে গুৱাহাটীক ধন্যবাদ কোহলীৰ

নিউজ ডেস্ক, ৩ অক্টোবৰঃ বৰ্ষাপাৰাত দৰ্শকৰ উৎসাহ আৰু সমৰ্থনত আপ্লুত বিৰাট কোহলী। বৰ্ষাপাৰাৰ সামগ্ৰিক পৰিৱেশৰ বাবে গুৱাহাটীক ধন্যবাদ কোহলীৰ। https://twitter.com/imVkohli/status/1576643915322564609 দেওবাৰে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত
Read More...

বর্ষাপাৰাৰ ফ্লাড লাইটৰ বিসংগতি সন্দর্ভত APDCL ৰ স্পষ্টীকৰণ

নিউজ ডেস্ক, ৩ অক্টোবৰঃ বৰ্ষাপাৰাত অনুষ্ঠিত হোৱা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেল খনৰ সময়ত ফ্লাড লাইটৰ বিসংগতি সন্দর্ভত APDCLএ স্পষ্টীকৰণ দাঙি ধৰে। সেই ঘটনাৰ বাবে বহু লোকে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক জগৰীয়া কৰিছিল। কিন্তু সেই সন্দৰ্ভত
Read More...

বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলনৰ বাবে উপস্থিত টীম ইণ্ডিয়া

নিউজ ডেস্ক, ৩০ চেপ্তেম্বৰঃ বৃহস্পতিবাৰে টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰসকল গুৱাহাটীত উপস্থিত হৈছে। হোটেল ৰেডিছন ব্লুত বাহৰ পাতিছে খেলুৱৈসকলে। আজি দুয়োটা দলে খেলপথাৰ পৰ্যবেক্ষণ কৰাৰ লগতে অনুশীলন কৰিব বৰ্ষাপাৰা ষ্টেডিয়ামত।
Read More...

অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে আৰ্যনগৰ উৰণীয়া সেতু

নিউজ ডেস্ক, ৩০চেপ্তেম্বৰঃ মহানগৰবাসীলৈ পূজাৰ উপহাৰ। অৱশেষত মুকলি কৰা হ'ল গুৱাহাটী আৰ্যনগৰৰ উৰণ সেতু। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে মহানগৰীৰ আৰ্যনগৰত নিৰ্মাণ কৰা উৰণীয়া সেঁতুখন। গুৱাহাটীবাসীৰ বাবে মুকলি কৰে দুইলেনযুক্ত
Read More...

আজি গুৱাহাটীত উপস্থিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দল

নিউজ ডেস্ক, ২৯ চেপ্তেম্বৰঃ আজি গুৱাহাটীত উপস্থিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দল। আজি বিয়লি ৪.৪৫ বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হ’বহি দল দুটা। বিশেষ বিমানযোগে দুয়োটা দল উপস্থিত হ’ব বৰঝাৰ বিমান বন্দৰত। বৰঝাৰত উপস্থিত হৈ পোনে
Read More...