Daily Time Axom
Browsing Category

International

আমেথি-ৰায় বৰেলীত মনোনয়ন পোৱাৰ পূৰ্বে অযোধ্যাৰ ৰামলালা দৰ্শনত যাব ৰাহুল-প্ৰিয়ংকা! জল্পনা-কল্পনা…

কংগ্ৰেছে বৰ্জন কৰিছিল ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান। কিন্তু উত্তৰ ভাৰতত নিৰ্বাচন আৰম্ভ হোৱাৰ লগে লগে সেই ৰামলালাৰ আশ্ৰয় ল’ব লগা হৈছে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক সূত্ৰৰ মতে, দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ…
Read More...

ৰাছিয়াৰ উপ-ৰক্ষামন্ত্ৰীক আটক

আটক ৰাছিয়াৰ উপ প্ৰতিৰক্ষা মন্ত্ৰী টাইমুৰ ইভানভ। বিগত আঠ বছৰ ধৰি উপ-ৰক্ষা মন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ ৰাছিয়াৰ সামৰিক আন্তঃগাঁথনি প্ৰকল্পৰ দায়িত্বত আছিল। অৱশেষত উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হয়। ৰাছিয়াৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০১৬ চনত…
Read More...

উত্তৰ আমেৰিকাৰ তিনিখন দেশত দেখা গ’ল সম্পূৰ্ণ সূৰ্যগ্ৰহণ

উত্তৰ আমেৰিকাৰ তিনিখন দেশ আমেৰিকা, মেক্সিকো আৰু কানাডাৰ পৰা লাখ লাখ বাসিন্দাই সম্পূৰ্ণ সূৰ্যগ্ৰহণৰ সাক্ষী হৈ ৰয়। সোমবাৰে স্থানীয় সময় অনুসৰি পুৱা ১১:০৭ বজাত মেক্সিকোৰ পশ্চিম উপকূলৰ পৰা প্ৰথম আংশিক সূৰ্যগ্ৰহণ দেখা যাব। ইয়াৰ পিছত আমেৰিকাৰ…
Read More...

মাজনিশাৰ পৰা আফগানিস্তানকে ধৰি কাশ্মীৰলৈকে ধাৰাবাহিকভাৱে ভূমিকম্পৰ কঁপনি

মাজনিশাৰ পৰা দেওবাৰে পুৱালৈকে একেৰাহে ভূমিকম্পৰ ফলত দেশখনৰ কেইবাটাও অঞ্চল কঁপিছিল। আফগানিস্তানত নিশাও মৃদু কঁপনি অনুভৱ হয়। নেচনেল চেণ্টাৰ ফৰ ছিজম’লজীৰ তথ্য অনুসৰি আফগানিস্তানত ২:২৬ বজাত ভূমিকম্প সংঘটিত হয়। ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ…
Read More...

এটা নৱজাতকৰ দাম পাঁচ লাখ টকা! এমাহত ১০টা বিক্ৰী

এটাকৈ নৱজাতক পাঁচ লাখ টকাত বিক্ৰী কৰি আছিল? দিল্লীত শিশু সৰবৰাহৰ চক্ৰটোক ধৰাৰ সময়ত চিবিআইৰ হাতলৈ আহিছে এনে চাঞ্চল্যকৰ তথ্য। কেৱল সেয়াই নহয়, চিবিআইৰ এক সূত্ৰই দাবী কৰিছে যে এমাহতে ১০টা নৱজাতক বিক্ৰী কৰা হৈছে। এই সৰবৰাহৰ চক্ৰটো ধৰিবলৈ…
Read More...

কলেৰাৰ প্ৰাদুৰ্ভাৱ ৰোধৰ বাবে সমগ্ৰ বিশ্বতে এই কাৰ্যসূচী ঘোষণা কৰা হৈছে

বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বৰ বিভিন্ন দেশত কলেৰাৰ প্ৰাদুৰ্ভাৱ ৰোধৰ বাবে সমগ্ৰ বিশ্বতে কাৰ্যসূচী ঘোষণা কৰিছে। এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে কলেৰাৰ সঠিক ধৰা পেলোৱা আৰু নিয়মীয়াকৈ চোৱাচিতা আৰু কলেৰা পৰীক্ষাৰ ক্ষমতা বৃদ্ধি কৰা। বিশ্ব স্বাস্থ্য…
Read More...

অৰবিন্দ কেজৰিৱালৰ সুস্বাস্থ্যৰ বাবে সমূহীয়া উপবাস তথা অনশন কৰিব আম আদমি পাৰ্টীয়ে

৭ এপ্ৰিলত দেশৰ লগতে সমগ্ৰ অসমতো হ'ব সমূহীয়া উপবাস প্ৰধানমন্ত্ৰী মোডীৰ একনায়কত্বৰ বিৰুদ্ধেও প্ৰদৰ্শন কৰা হ'ব ছঘণ্টীয়া অনশন তথাকথিত সুৰা কেলেংকাৰীৰ তদন্তৰ নামত কেন্দ্ৰৰ বিজেপি চৰকাৰে আম আদমি পাৰ্টীৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ…
Read More...

বৃহস্পতিবাৰেও টাইৱানত উদ্ধাৰ অভিযান চলি আছে

বুধবাৰে পুৱা টাইৱানত ভয়ংকৰ কঁপনি অনুভূত হয়। বৃহস্পতিবাৰেও টাইৱানত উদ্ধাৰ অভিযান চলি আছে। ৰাজধানী টাইপেইৰ পৰা ১০০ কিলোমিটাৰতকৈও অধিক দূৰত্বত অৱস্থিত হুয়ালিয়েন চহৰৰ দক্ষিণে ৭.৪ ৰিখটাৰ স্কেলৰ এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল। ২৫ বছৰৰ ভিতৰত…
Read More...

টাইৱানৰ ভূমিকম্পত মৃত্যুৰ সংখ্যা ৭, আহত ৭৩০ জনলৈ বৃদ্ধি

১৯৯৯ চনৰ পিছত ২০২৪ চনত। ২৫ বছৰৰ পাছত টাইৱানত ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল। বুধবাৰে পুৱা প্ৰবল কঁপনিৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা ৭লৈ বৃদ্ধি পায়। আহত হৈছে কমেও ৭৩০ জন লোক। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। বুধবাৰে পুৱা প্ৰায় ৮…
Read More...

জুডিথ কংগোৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী

মধ্য আফ্ৰিকান ৰিপাব্লিক অৱ কংগোৰ ৰাষ্ট্ৰপতি ফেলিক্স ছিচেকেডিয়ে দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰীক নিযুক্তি দিয়ে। সোমবাৰে তেওঁ পৰিকল্পনা মন্ত্ৰী জুডিথ চুমিনৱাক কংগোৰ প্ৰধানমন্ত্ৰী হিচাপে ঘোষণা কৰে। বিদায়ী প্ৰধানমন্ত্ৰী জিন মিচেল ছামা…
Read More...