Daily Time Axom
Browsing Category

International

গাজা যুদ্ধত ৬০০ ইজৰাইলী সৈনিক নিহত

প্ৰায় ছমাহ ধৰি ইজৰাইলে পেলেষ্টাইনৰ গাজা ষ্ট্ৰিপত হামাছক আক্ৰমণ কৰি আহিছে। যোৱা বছৰৰ ৭ অক্টোবৰত পেলেষ্টাইনৰ স্বাধীনতা সংগঠন হামাছে ইজৰাইলৰ ভিতৰত আক্ৰমণ কৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে সেইদিনাৰ পৰাই ইজৰাইলৰ বাহিনীয়ে গাজা আক্ৰমণ কৰিবলৈ…
Read More...

আফগানিস্তানত লেণ্ডমাইন বিস্ফোৰণত ৯ টা শিশুৰ মৃত্যু

আফগানিস্তানত লেণ্ডমাইন বিস্ফোৰণত ৯ টা শিশুৰ মৃত্যু। আফগানিস্তানৰ দক্ষিণ-পূব অংশত সংঘটিত হৈছে এই বিস্ফোৰণ। প্ৰসংগক্ৰমে দশক দশক ধৰি চলি থকা সংঘাতৰ বাবে আফগানিস্তানৰ বিভিন্ন ঠাইত এতিয়াও লেণ্ডমাইন আছে। এই বিপজ্জনক লেণ্ডমাইনত হতাহতিৰ আশংকা। সেই…
Read More...

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিমানত চুৰি

চুৰি হৈছে মাৰ্কিন ৰাষ্ট্ৰপতিৰ চৰকাৰী বিমান ‘এয়াৰ ফৰ্চ ৱান’ত। বিমানখনৰ নিৰ্দিষ্ট স্থানত থকা কিছু সামগ্ৰী সন্ধানহীন হৈ পৰিছে। জানিব পৰা মতে যোৱা ফেব্ৰুৱাৰী মাহত এই চুৰি কাণ্ড দৃষ্টিগোচৰ হৈছিল। সেই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে…
Read More...

মস্কোৰ কনচাৰ্ট আক্ৰমণ: মৃত্যুৰ সংখ্যা ৯৩ লৈ বৃদ্ধি

শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান আৰু নিৰাপত্তা পৰিষদে মস্কোৰ বাহিৰৰ এটা কনচাৰ্ট হলত হোৱা মাৰাত্মক বন্দুকৰ আক্ৰমণক “তীব্ৰভাৱে” গৰিহণা দিয়ে আৰু “সন্ত্রাসবাদী” আক্ৰমণত নিহতসকলৰ পৰিয়াললৈ গভীৰ শোক প্ৰকাশ কৰে। ৰাষ্ট্ৰসংঘৰ মুৰব্বী এণ্টনিঅ’…
Read More...

মাত্ৰ ডেৰ-দুমাহৰ ভিতৰতে আমেৰিকাত ৯ জন ভাৰতীয় আৰু ভাৰতীয় মূলৰ ছাত্ৰ-ছাত্ৰীৰ মৃত্যু!

আমেৰিকা (আমেৰিকা)ত পুনৰ নিহত হ’ল ভাৰতীয় ছাত্ৰ। যোৱা সোমবাৰে এখন গাড়ীৰ পৰা উদ্ধাৰ কৰা হয় বষ্টন বিশ্ববিদ্যালয়ৰ এগৰাকী ভাৰতীয় ছাত্ৰৰ মৃতদেহ। মাত্ৰ ডেৰ-দুমাহত আমেৰিকাত ৯ জন ভাৰতীয় আৰু ভাৰতীয় মূলৰ ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হৈছে। ফলত আমেৰিকাত…
Read More...

তালিবানৰ ভূমিত পাকিস্তানৰ চাৰ্জিকেল ষ্ট্ৰাইক ! আফগানিস্তানত ৮ জনৰ মৃত্যু

আফগানিস্তানত সন্ত্ৰাসবাদী আক্ৰমণত ৭ জন পাকিস্তানী জোৱানৰ মৃত্যুৰ পিছত আক্ৰমণ। পাকিস্তানী সেনাক আক্ৰমণ কৰাৰ পিছতে আফগানিস্তানত চাৰ্জিকেল ষ্ট্ৰাইক আৰম্ভ কৰে পাকিস্তানে। সোমবাৰে পুৱা আফগানিস্তানৰ সীমান্তৱৰ্তী অঞ্চলত পাকিস্তান সেনাই বোমাবৰ্ষণ…
Read More...

গৰ্ভপাতক সাংবিধানিকভাৱে স্বীকৃতি দিয়া বিশ্বৰ প্ৰথমখন দেশ ফ্ৰান্স

স্বেচ্ছামূলক গৰ্ভপাতৰ মহিলাৰ অধিকাৰক সাংবিধানিকভাৱে স্বীকৃতি দিয়া বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হয় ফ্ৰান্স। সেই দেশৰ সংসদত দুয়োটা দলৰ সাংসদসকলে এই পদক্ষেপক বৈধ কৰাৰ বাবে ভোটদান কৰে। সপক্ষে ৭৮০ টা ভোট, বিপক্ষে ৭২ টা ভোট। ফ্ৰান্সৰ…
Read More...

ইজৰাইলৰ দূতাবাসৰ সন্মুখত এজন আমেৰিকান সৈনিকে অগ্নিসংযোগ কৰিলে নিজকে

গাজাত ইজৰাইলৰ আক্ৰমণৰ প্ৰতিবাদত ৱাশ্বিংটনত থকা ইজৰাইলৰ দূতাবাসৰ সন্মুখত নিজকে জুই লগাইছে আমেৰিকাৰ বায়ুসেনাৰ এজন সদস্যই। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে লোকজনক। দেওবাৰে বিয়লি সংঘটিত হৈছে এই ঘটনা। ইজৰাইলৰ দূতাবাসে জনোৱা মতে,…
Read More...

শান্তিৰ নোবেল বঁটাৰ বাবে ইলন মাস্কক কোনে মনোনীত কৰিছে

ইলন মাস্কক শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰা হৈছে। ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত ইউক্ৰেইনৰ পক্ষ লোৱাৰ বাবে নৰৱেৰ সাংসদ মাৰিউছ নিলছনে মাস্কৰ নাম মনোনীত কৰে। তেওঁ কয় যে মাস্কে সমগ্ৰ বিশ্বতে আলোচনা আৰু মুক্ত চিন্তাৰ বাবে যুঁজি আছে। যেতিয়া…
Read More...

৫৭৪ ইজৰাইলী সৈনিক নিহত, ৩৫০০ আহত

এইবাৰ ইজৰাইল সেনাই হতাহতিৰ আপডেট তথ্য দিলে। দেশখনে প্ৰদান কৰা তথ্য অনুসৰি যোৱা বছৰৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণৰ পিছত দেশখনৰ ৫৭৪ জন জোৱান নিহত হৈছে। সোমবাৰে প্ৰকাশ পোৱা এই তথ্য অনুসৰি গাজাত স্থল অভিযানত এতিয়ালৈকে ২৩৬ জন ইজৰাইলী…
Read More...