Daily Time Axom

বৰহোলা আৰক্ষীয়ে থানা ঘেৰাও ৰাইজৰ

ৰন্টু শইকীয়াক গ্ৰেপ্তাৰ কৰাৰ দাবীত উত্তাল ৰাইজৰ। ৪৮ ঘন্টা পাৰ হোৱাৰ পাছতো অভিযোগকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহল বৰহোলা আৰক্ষী। আঠখেলীয়া কৰ্ণধাৰ সমিতিৰ সম্পাদক চন্দ্ৰ পাঠকক পহাৰ কৰা ৰন্টু শইকীয়াক গ্ৰেপ্তাৰ কৰাৰ দাবীত ৰাইজে ঘেৰাও

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী:পুৱাৰ ভাগত বটদ্ৰৱাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব…

অসমীয়া জাতিৰ জনক জগত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত আজিৰে পৰা আৰম্ভ হৈছে ৫৭৫ তম গুৰু জয়ন্তী উৎসৱ। কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত তালকোবোৱা প্ৰসঙ্গ উষাকীৰ্তন মঞ্জীৰা নাম আইসকলৰ নামৰ লগতে পোৱাৰ ভাগত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

যুক্তিবাদী চিন্তাবিদ, মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়ালৈ “বঙ্গ গৌৰৱ সন্মান” বঁটা

দেশৰ প্ৰখ্যাত অন্ধবিশ্বাস বিৰোধী নেতা, যুক্তিবাদী চিন্তাবিদ, অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়ালৈ আগবঢ়াইছে ২০২৩ বৰ্ষৰ "বঙ্গ গৌৰৱ সন্মান" বঁটা। ৱৰ্ল্ড বুক অফ ষ্টাৰ ৰেকৰ্ডছৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে এই

চলন্ত টেক্সিত এগৰাকী ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণ

নিউজ ডেস্ক, ২৩ চেপ্তেম্বৰঃ পুনৰ পোহৰলৈ আহিছে গাৰ নোম শিয়ৰি উঠা আন এক ধৰ্ষণকাণ্ড। চলন্ত টেক্সিৰ ভিতৰত এগৰাকী কিশোৰীক দলৱদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত।আৰক্ষীৰ মতে, ঘৰৰ মানুহৰ ওপৰত ক্ষোভিত হৈ

গুৱাহাটীত জলব’ৰ্ডে পুনৰ প্ৰাণ ল’লে এজনৰ

নিউজ ডেস্ক, ২৩ চেপ্তেম্বৰঃ মহানগৰীত পুনৰ জলব’ৰ্ডৰ গাঁতত পৰি মৃত্যু এজন লোক।হেঙেৰাবাৰীৰ পথৰ জাইকাৰ গাঁতত পৰাৰ ফলত মৃত্য এজন যুৱক।যুৱকজনৰ নাম মণ্টু ডেকা।বৃহস্পতিবাৰে নিশা গাঁতত পৰিছিল যুৱকজন। হেঙেৰাবাৰী লিচু বাগানত ঘৰ মণ্টুৰ। নিশা

মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ৬জনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ২৩ চেপ্তেম্বৰঃ মহানগৰীত ড্ৰাগছৰ বিৰুদ্ধে STFৰ অভিযান।খানাপাৰা অভাৰব্ৰীজৰ কাষত চলোৱা এই অভিযানত হে'ৰইন, ২ মোবাইলসহ ৬জন ড্ৰাগছ সৰবৰাহকাৰীক আটক। সৰবৰাহকাৰী কেইজনৰ পৰা ৩৩ টা কণ্টেইনাৰত ভৰাই থোৱা ৪৬ গ্ৰাম হে'ৰইন জব্দ কৰে STF-এ।

শিলচৰ NITত ছাত্ৰ আন্দোলন প্ৰত্যাহাৰ

নিউজ ডেস্ক, ২৩ চেপ্তেম্বৰঃ শিলচৰ NITত ছাত্ৰ আন্দোলন প্ৰত্যাহাৰ।কৰ্তৃপক্ষৰ সৈতে দীৰ্ঘ বৈঠকৰ অন্তত আন্দোলন প্ৰত্যাহাৰৰ কথা ঘোষণা শিক্ষাৰ্থীৰ।শুকুৰবাৰে নিশা প্ৰত্যাহাৰ কৰিলে আন্দোলন। পাঁচ দিন ধৰি প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থীয়ে কৰি আহিছিল আন্দোলন।

মহানগৰীৰ খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

নিউজ ডেস্ক, ২২ চেপ্তেম্বৰঃ মহানগৰীৰ খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।বৃহস্পতিবাৰে নিশা ভিভাণ্টা হোটেলৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা। এখন Kia Seltos আৰু Innovaৰ মাজৰ সংঘৰ্ষত এই ঘটনা সংঘটিত হয়। জানিব পৰা মতে, Kia Seltos বাহন খনক Innova বাহনে

মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত গুলীচালনাৰ ঘটনা

নিউজ ডেস্ক, ২২ চেপ্তেম্বৰঃ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে বিএছএফৰ গুলীচলনা।ভাৰত-বাংলাদেশ সীমান্তৰ কানাইমাৰাত বি এছ এফৰ গুলীত নিহত হয় চোৰাং গৰু সৰবৰাহকাৰী। নিহত চোৰাং সৰবৰাহকাৰীটোৰ নাম মিণ্টু

লোকসভাৰ পিছত ৰাজ্যসভাতো গৃহীত নাৰী শক্তি বন্দন অধিনিয়ম বিধেয়ক

নিউজ ডেস্ক, ২২ চেপ্তেম্বৰঃ লোকসভাৰ পিছত ৰাজ্যসভাতো গৃহীত হ'ল মহিলাৰ আসন সংৰক্ষণ বিধেয়ক। বিধেয়কখনৰ সপক্ষে ভোটদান ২১৫ গৰাকী সাংসদৰ বিপৰীতে বিপক্ষে এটাও ভোট নপৰিল।সৰ্বসন্মতিক্ৰমে ৰাজ্যসভাত গৃহীত হ'ল নাৰী শক্তি বন্দন অধিনিয়ম।দুয়োখন সদনতে গৃহীত