এঘাৰ দিনৰ দিনা অ আৰ এছ, আপেল খুৱাই মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই সাময়িক ভাৱে ভংগ কৰালে…
গুৱাহাটী,২১ছেপ্টেম্বৰ; ২০২০আৰু২০২১ বৰ্ষৰ ক'ভিড কালীন পৰিস্থিতিত অসমৰ বহু স্থায়ী চিকিৎসালয় আৰু অস্থায়ী চিকিৎসা কেন্দ্ৰত হাজাৰ হাজাৰ লোক চিকিৎসাধীন হৈ আছিল। ৰাজ্যৰ এই ৰোগী সকলক সেৱা কৰিবৰ বাবে তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব!-->!-->!-->…
ৰাজ্যত শীঘ্ৰেই বন্ধ কৰিব ১১ সহস্ৰাধিক বিদ্যালয়
নিউজ ডেস্ক, ২১ চেপ্তেম্বৰঃ শীঘ্ৰেই বন্ধ হ'ব ৰাজ্যত ১১,৩৬৮ খন বিদ্যালয়৷ শিক্ষা বিভাগৰ এক বৈঠকত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত৷
তথ্য অনুসৰি ৰাজ্যৰ ৩১খন বিদ্যালয়ত ১জনকৈ শিক্ষাৰ্থী থকাৰ বিপৰীতে ৬৫খন বিদ্যালয়ত আছে মাত্ৰ দুগৰাকীকৈ!-->!-->!-->…
মাহজোৰা কাৰ্য্যসূচীৰে আজিৰে পৰা ধুবুৰীৰ পৰা শদিয়ালৈ চলিব ‘এক অসম যাত্ৰা’
নিউজ ডেস্ক, ২১ চেপ্তেম্বৰঃ আজিৰে পৰা অসম জাতীয় পৰিষদৰ ‘এক অসম যাত্ৰা’। মাহজোৰা কাৰ্য্যসূচীৰে ধুবুৰীৰ পৰা শদিয়ালৈ চলিব ‘এক অসম যাত্ৰা’। কাৰ্য্যসূচীৰ পূৰ্বে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ,সাধাৰণ সম্পাদক জগদীশ ভূঞাসহ দলীয় নেতৃবৰ্গই মধুপুৰ সত্ৰত!-->…
যোৰাবাটৰ ১৪ মাইলত জালনোটসহ ৩ জনক গ্রেপ্তাৰ
নিউজ ডেস্ক, ২১ চেপ্তেম্বৰঃ যোৰাবাট আৰক্ষীৰ জালত ২লাখ নকল টকাসহ ৩ জালনোট সৰবৰাহকাৰী৷ চৈধ্য মাইলৰ পৰা যোৰাবাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰী দুটাক৷
ধৃত সৰবৰাহকাৰীকেইটা বিহপুৰীয়াৰ মহম্মদ আব্দুল কাদিৰ,চমিৰুদ্দিন আৰু গোৱালপাৰাৰ ৰুবি আলী।!-->!-->!-->…
মৰিয়নি-নাগালেণ্ড পথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ১০ জন যাত্ৰী
নিউজ ডেস্ক, ২০ চেপ্তেম্বৰঃ মৰিয়নি-নাগালেণ্ডৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকে মহটিয়ালে যাত্ৰীবাহী টাটা ছুম'। দুৰ্ঘটনাত থিতাতে নিহত ১০জনকৈ যাত্ৰী। নাগালেণ্ডৰ জোনোপোটৰ পৰা আগ্নাটোলৈ যোৱাৰ পথত সংঘটিত এই দুৰ্ঘটনা।
প্রায় ২০০ ফুট তলত!-->!-->!-->…
আজি ২০ ছেপ্টেম্বৰ, আজি শ্বহীদ দিৱস
নিউজ ডেস্ক, ২০ চেপ্তেম্বৰঃ আজি ২০ ছেপ্টেম্বৰ, আজি শ্বহীদ দিৱস। ১৯৪২ চনৰ আজিৰ দিনটোতে ভাৰত ত্যাগ আন্দোলত জঁপিয়াই পৰি প্ৰাণ আহুতি দিছিল কনকলতা বৰুৱা, মুকুন্দ কাকতিয়ে। গহপুৰৰ বৰঙাবাৰীৰ কনকলতা বৰুৱাৰ বাসগৃহত শ্বহীদ দিৱস উদ্যাপন কৰা হৈছে।
!-->!-->!-->…
৫০ হাজাৰ টকা ঘোচ লৈ আৰক্ষীৰ জালত লাট মণ্ডল
নিউজ ডেস্ক, ২০ চেপ্তেম্বৰঃ পুনৰ ঘোচ লৈ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ লাট মণ্ডল ৷ লখিমপুৰৰ তিনিকোণীয়াৰ লাট মণ্ডল হেমেন্দ্র বৰাক উৎকোচ লোৱাৰ অভিযোগত গ্রেপ্তাৰ আৰক্ষীৰ।
জানিব পৰা মতে ১ লাখ টকা উৎকোচ বিচাৰা হেমেন্দ্র বৰাই ৫০ হাজাৰ টকা UPIৰ জৰিয়তে!-->!-->!-->…
পুনৰ APDCLৰ কৰ্মচাৰীক প্ৰহাৰ কৰি কাঢ়ি নিলে নগদ ধনসহ মোবাইল
নিউজ ডেস্ক, ২০ চেপ্তেম্বৰঃ গোৱালপাৰাৰ শিমলীতোলাত মাৰপিটৰ ঘটনা। কৰ্তব্যৰত অৱস্থাত APDCLৰ কেইবাজনো কৰ্মচাৰীক প্ৰহাৰ একাংশ যুৱকৰ। প্ৰহাৰত আহত হয় চাৰিগৰাকীকৈ কৰ্মচাৰী লুৎফৰ ৰহমান, জাহেদুল ইছলাম, জাহানুৰ আলম, ৰবিউল হুছেইন। শিমলীতোলাত বিভাগীয়!-->…
কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ আজি ৮০সংখ্যক জন্মজয়ন্তী
নিউজ ডেস্ক, ২০ চেপ্তেম্বৰঃ আজি গায়ক, সুৰকাৰ, সংগীত পৰিচালক আৰু গীতিকাৰ জয়ন্ত হাজৰিকাৰ ৮০ সংখ্যক ওপজা দিন।তেওঁ ১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত মঙলদৈত জন্মলাভ কৰিছিল।ৰাণা দা খ্যাত জয়ন্ত হাজৰিকাই নিজৰ সৃষ্টিৰাজিৰে অসমীয়া সংগীতৰ ভঁৰাল চহকী কৰি থৈ!-->…
সলনি হ’ল দেশৰ পুৰণি সংসদ ভৱনৰ নাম
নিউজ ডেস্ক, ১৯ চেপ্তেম্বৰঃ মঙলবাৰে সলনি হ'ল দেশৰ সংসদ ভৱন। পুৰণি ভৱনৰ নাম 'সংবিধান সদন' ৰখাৰ প্ৰস্তাৱ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।পুৰণি সংসদ ভৱনটোৰ প্ৰাংগনত প্ৰদান কৰা শেষ ভাষণত তেওঁ ভৱনটোক পুৰণি সংসদ ভৱনৰ সলনি "সংবিধান সদন" নামেৰে!-->…