Daily Time Axom

অৰ্জুনৰ নতুন প্ৰেমিকা নেকি কুশা

কুশা কপিলাৰ প্ৰেমত পৰিছে অৰ্জুন কাপুৰ। উৰাবাতৰিৰ বাবেই অৰ্জুন আৰু মলাইকা অৰোৰাৰ বহু চৰ্চিত সম্পৰ্ক ভাঙি গৈছে। অৱশ্যে কুশাই এই বিষয়টো পোনপটীয়াকৈ অস্বীকাৰ কৰে। ২০১৬ চনত ছলমান খানৰ ভাতৃ আৰবাজ খানৰ সৈতে ১৮ বছৰীয়া বিবাহৰ অন্ত পেলাইছিল

পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু মোটা ওঁঠ!

পৃথিৱীৰ আটাইতকৈ ডাঠ আৰু ডাঙৰ ওঁঠ কাৰ ! ২৫ বছৰীয়া যুৱতী আন্দ্ৰেয়া ইভানোভাই দাবী কৰিছে যে তেওঁ এই উপনামৰ সঠিক মালিক। তেওঁক অস্ত্ৰোপচাৰ কৰি ওঁঠ দুটা ইমান ডাঠ আৰু ডাঙৰ কৰি তোলা হৈছে যে কোনখন মুখ আৰু কোন ওঁঠ ধৰিব পৰাটো টান। এই ওঁঠৰ নামত

ডেনিয়েল ঘূৰ্ণীবতাহৰ পিছত লিবিয়াৰ এখন চহৰত কমেও ২০০০ লোকৰ মৃত্যু

হাৰিকেন ডেনিয়েলত কমেও ২০০০ লোকৰ মৃত্যু হয়। লিবিয়াত ঘূৰ্ণীবতাহ ডেনিয়েলৰ ফলত হোৱা বৰষুণ আৰু বানত ২০০০ পৰ্যন্ত লোকৰ মৃত্যু হ’ব পাৰে বুলি স্থানীয় কৰ্তৃপক্ষই আশংকা কৰিছে। স্থানীয় লিবিয়া ৰাষ্ট্ৰীয় সেনাবাহিনীৰ মুখপাত্ৰ আহমেদ

আমেৰিকাৰ বিজ্ঞানীৰ সাগৰৰ তলিত সোণালী কণী আৱিষ্কাৰ

সাগৰৰ তলত সোণালী কণীৰ দৰে দেখা যোৱা বস্তু এটা আৱিষ্কাৰ কৰিছে আমেৰিকাৰ বিজ্ঞানীসকলে। কিন্তু বস্তুটো প্ৰকৃততে কি সেয়া এতিয়াও নিৰ্ণয় কৰা হোৱা নাই। এই ৰহস্যময় বস্তুটো আমেৰিকাৰ আলাস্কা ৰাজ্যত সাগৰৰ পৰা প্ৰায় সাড়ে তিনি হাজাৰ মিটাৰ

কি কি অভ্যাসে যকৃতৰ সমস্যা বৃদ্ধি কৰে

অসংযত জীৱনশৈলীৰ বাবে যকৃতৰ সমস্যা বহুতৰে বাঢ়িছে। শেহতীয়াকৈ কৰা এক অধ্যয়নে সেই কথা প্ৰমাণ কৰিছে। কাউণ্টাৰৰ পৰা পোৱা ঔষধ সেৱন কৰা, অতিৰিক্ত চেনি থকা খাদ্য খোৱা – জীৱনশৈলীৰ বহুতো কাৰকে আপোনাৰ যকৃতৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।

সন্ত্ৰাসবাদীয়ে অপহৰণ কৰিলে ৬ গৰাকী পাকিস্তানী ফুটবলাৰ

সন্ত্ৰাসবাদীয়ে অপহৰণ কৰিলে ৬ গৰাকী পাকিস্তানী ফুটবলাৰ সন্ত্ৰাসবাদীয়ে অপহৰণ কৰিলে ৬ গৰাকী পাকিস্তানী ফুটবলাৰ। বেলুচিস্তানৰ ডেৰা বুগটি জিলাৰ ছুই চহৰত সংঘটিত হৈছে এই ঘটনা। ফুটবল দল এটা তাত টুৰ্ণামেণ্ট খেলিবলৈ গৈছিল। বেছিভাগেই ১৭ৰ পৰা

৪৩৭ বছৰৰ পাছত আজি পৃথিৱীৰ নিচেই কাষৰ পৰা দেখা যাব সেউজীয়া ধূমকেতু

৪৩৭ বছৰৰ পাছত আজি পৃথিৱীৰ নিচেই কাষৰ পৰা দেখা যাব সেউজীয়া ধূমকেতু আজি সমগ্ৰ বিশ্বই এক বিৰল মুহূৰ্তৰ সাক্ষী হ'ব। আজি নিশিমুৰা নামৰ ধুমকেতু এটাই পৃথিৱীক অতিক্ৰমি যাবলৈ ওলাইছে। সেয়াই নহয়, খালী চকুৰে ধুমকেতুটো দেখা পোৱা যাব। এই সেউজীয়া

যুৱতীৰ অৰ্ধনগ্ন মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

মন্দাৰমণিৰ শান্ত সমাহিত পৰিস্থিতিত মন্দাৰমণিৰ চাঁদপুৰত উদ্ধাৰ হৈছে এগৰাকী সুন্দৰী যুৱতীৰ মৃতদেহ ।সাগৰ পাৰত পৰি থকা পানী আৰু সুৰাৰ বটল গোটাবলৈ যোৱা এদল কিশোৰ আৰু যুৱকে এটা শিলৰ ওপৰত দেখিলে মৃতদেহটো। এই খবৰ বিয়পি পৰা মাত্ৰকে চাঁদপুৰৰ

মোডী-ছলমান বৈঠকত বাণিজ্যই গুৰুত্ব লাভ কৰিলে

হায়দৰাবাদ হাউছত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চৌদি আৰৱৰ প্ৰধানমন্ত্ৰী মহম্মদ বিন ছালমানৰ মাজত হোৱা বৈঠকত প্ৰতিৰক্ষা, বাণিজ্য, নিৰাপত্তা, বিত্তীয়, সাংস্কৃতিক আৰু জনসাধাৰণৰ যোগাযোগক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হয়।

মৈৰাবাৰীত এ আই ইউ ডি এফৰ কৰ্মী সভা

মৰিগাঁও জিলাৰ মৈৰাবাৰীত লাহৰীঘাট সমষ্টিৰ এ আই ইউ ডি এফৰ এখনি কৰ্মী সভা অনুষ্ঠিত হৈ যায়। মৈৰাবাৰীৰ হুছেইন মাৰ্কেটত ইউ ডি এফৰ কাৰ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে সমষ্টি কমিটীৰ উপ সভাপতি মতিবুৰ ৰহমানে আৰু উদ্দেশ্য ব্যাখ্যা