ৰাজ্যৰ স্বাস্থ্য বিভাগৰ পয়ালগা ছবিঃচৰকাৰক কঠোৰ ভাষাৰে সমালোচনা মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি…
অসমত পূৰ্বৰ তুলনাত সৰ্প দংশনৰ ঘটনা আৰু হৃদৰোগ ব্যাপক ভাবে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আন বহু স্বাস্থ্যজণিত জৰুৰীকালীন সেৱাৰ লগতে এই দুয়ো ৰোগ বা ঘটনা জৰুৰীকালীন চিকিৎসা ব্যৱস্থাৰ অন্তৰ্গত হোৱা উচিত যদিও দেশৰ স্বধীনতাৰ পইসত্তৰ বছৰ পিছতো!-->!-->!-->…
প্ৰথম দিনাই অভিলেখ আয়, দ্বিতীয় দিনটোত কিমান কোটি পাৰ হ’ল ‘জোৱান’
চাৰি বছৰৰ ব্যৱধানৰ অন্তত পুনৰ পৰ্দালৈ আহিল শ্বাহৰুখ খান। ৰোমান্টিক নায়কৰ কভাৰ এৰি তেওঁ একচনৰ ওপৰত নিৰ্ভৰ কৰিলে। ফলাফল হাতত। যোৱা জানুৱাৰী মাহত ‘পাথান’ৰ সফলতাৰ ৯ মাহৰ পাছত অভিনেতাগৰাকী হৈছে ‘জোৱান’। তেওঁ পূৰ্বৰ সকলো নজিৰ ভংগ কৰিলে। এই!-->!-->!-->…
ভাৰতৰ প্ৰস্তাৱ অনুসৰি আলোচনা, ইউক্ৰেইনৰ সংকট সমাধানৰ বাৰ্তা জি-২০ ঘোষণাত ৰখা হ’ব
ভাৰতৰ এই প্ৰস্তাৱৰ পিছত জি-২০ সন্মিলনৰ ঘোষণাত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ এটা অধ্যায় অন্তৰ্ভুক্ত হ’ব পাৰে। কূটনৈতিক ভাৰসাম্যৰে এই প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ভাৰতে দাখিল কৰা যৌথ ঘোষণাৰ খচৰাত দুয়োখন যুদ্ধংদেহী দেশক এই সংকট সমাধানৰ বাবে আহ্বান!-->!-->!-->…
পিয়াজ চুৰি কৰি গ্ৰেপ্তাৰ হ’ল এগৰাকী আৰক্ষী
নিউজ ডেস্ক, ৯ চেপ্তেম্বৰঃ নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সম্প্ৰতি জুৰুলা কৰিছে জন সাধাৰণক । কেৱল খাটি খোৱা লোকসকলেই নহয়েই, মূল্যবৃদ্ধিৰ আতিশয্যত যেন দিশহাৰা হৈ পৰিছে চৰকাৰী কৰ্মচাৰীসকলো । এই কথাকেই যেন একপ্ৰকাৰে প্ৰমাণ!-->…
অৱশেষত বিতৰ্কিত ASP শুভলক্ষ্মী দত্তৰ আত্মসমৰ্পণ
নিউজ ডেস্ক, ৯ চেপ্তেম্বৰঃ অৱশেষত বিতৰ্কিত ASP শুভলক্ষ্মী দত্তৰ আত্মসমৰ্পণ৷ আত্মসমৰ্পণৰ পাছতেই গ্ৰেপ্তাৰ কৰা হয় ASP শুভলক্ষ্মী দত্তক৷শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ শুভলক্ষ্মী দত্ত। আত্মসমৰ্পণৰ পিছতে গ্ৰেপ্তাৰ কৰা হয়!-->…
নতুন দিল্লীত আজিৰে পৰা G-20 শীৰ্ষ সন্মিলন
নিউজ ডেস্ক, ৯ চেপ্তেম্বৰঃ আজি নতুন দিল্লী অনুষ্ঠিত হৈছে জি-২০ৰ শীৰ্ষ সন্মিলন। ৩০খন দেশ তথা ১৪টা আন্তৰ্জাতিক সংস্থাই অংশ লৈছে এই সন্মিলনত।G-20 শীৰ্ষ সন্মিলন শুভাৰম্ভ হ’ব ভাৰত মণ্ডপমত।
ইতিমধ্যে এই সন্মিলনত অংশগ্ৰহণৰ বাবে কেইবাখনো দেশৰ!-->!-->!-->…
অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ CIDৰ
নিউজ ডেস্ক, ৯ চেপ্তেম্বৰঃ অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ CIDৰ৷ বহু কোটিটকীয়া দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ TDP নেতাগৰাকীক৷৩৫০ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে নাইডুক। আজি পুৱা ৬ বজাত ৰাজ্যখনৰ!-->…
আফ্ৰিকাৰ মৰক্কোত ভয়ংকৰ ভূমিকম্পত ৩ শতাধিক লোকৰ মৃত্যু
নিউজ ডেস্ক, ৯ চেপ্তেম্বৰঃ আফ্ৰিকাৰ মৰক্কোত ভয়ংকৰ ভূমিকম্প। শুকুৰবাৰে নিশা মৰক্কোত ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি। প্ৰায় ৬.৮ ৰিখটাৰ প্ৰাবল্যৰ জোকাৰণিয়ে দেশখনক জোকাৰি নিয়ে। ভূমিকম্পত প্ৰায় ৩ শতাধিক লোকৰ মৃত্যু হোৱাৰ খবৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত!-->…
থাইৰয়ডৰ সমস্যাৰ সমাধান কি
থাইৰয়ড গ্ৰন্থি আৰু ইয়াৰ পৰা নিঃসৰণ হোৱা থাইৰয়ড হৰম’ন বৃদ্ধি, বিকাশ, শাৰীৰিক কাৰ্য্যত অতি গুৰুত্বপূৰ্ণ। এই সমস্যাৰ দ্বাৰা মহিলাসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয়। থাইৰয়ড গ্ৰন্থিৰ লগত জড়িত বহুতো সমস্যা থাকে। যদি থাইৰ’ক্সিন হৰম’ন!-->!-->!-->…
অনলাইনত ফাদিল হ’ল ‘জোৱান’
বৃহস্পতিবাৰে বিশ্বজুৰি মুক্তি পালে বলীউডৰ ৰজা শ্বাহৰুখ খানৰ বহু প্ৰত্যাশিত চিনেমা ‘জৱান’। মুক্তিৰ কেইঘণ্টামানৰ ভিতৰতে এই ছবিখন অনলাইনত ফাদিল হয়।
জানিব পৰা মতে, ‘জোৱান’ৰ এইচডি সংস্কৰণটো টৰেণ্ট ৱেবছাইটত উপলব্ধ। Tamilrockers,!-->!-->!-->!-->!-->…