আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পিছত ভাৰতৰ নাম সলনি হ’ব : ৰাষ্ট্ৰসংঘ
শেহতীয়াকৈ ভাৰতৰ নাম ইণ্ডিয়াৰ পৰা ‘ভাৰত’লৈ সলনি কৰাৰ প্ৰস্তাৱ আহিছে। দেশজুৰি চলি আছে বিতৰ্ক আৰু সমালোচনা। কিন্তু যদি দেশে সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিব পাৰে তেন্তে নথিত ‘ইণ্ডিয়া’ৰ সলনি ‘ভাৰত’ক অন্তৰ্ভুক্ত কৰাত কোনো বাধা নাথাকিব!-->!-->!-->…
ষ্টীলৰ পাত্ৰত ৰন্ধা আগতে জানিব লওক
বহুতে ৰন্ধা-বঢ়াৰ বাবে ষ্টীলৰ বাচন ব্যৱহাৰ কৰে। কেৰাহী, কেৰাহী, বাটি ব্যৱহাৰ কৰা হয়। কিন্তু ৰন্ধা-বঢ়াৰ কথা আহিলে কি ৰন্ধা হৈছে সেয়া অতি গুৰুত্বপূৰ্ণ। পশ্চিমীয়া বিশ্বত প্ৰায়ে পেছাদাৰী চেফসকলে সঠিক ৰন্ধন কৌশলৰ পৰামৰ্শ দিয়া!-->!-->!-->!-->!-->…
তিনিচুকীয়াৰ পেঙেৰীত গুলীচালনা
নিউজ ডেস্ক, ৮ চেপ্তেম্বৰঃ তিনিচুকীয়াৰ পেঙেৰীত গুলীচালনাৰ ঘটনা৷ বনদস্যুক লক্ষ্য কৰি বনকৰ্মীৰ গুলীচালনা৷ বন সংমণ্ডলৰ অধীনত থকা খাটাংপানী বনাঞ্চলিক বিষয়াসহ এটা দলে নিশা টেকেৰী বনাঞ্চলত চেঞ্চৰ লগাই মূল্যবান গছ কাটি থকাৰ তথ্য লাভ কৰি অভিযান!-->…
বৰপেটাৰ সৰভোগৰ মইনবড়ী সত্রত চোৰৰ উপদ্রৱ, চোৰে লুটিলে লক্ষাধিক টকাৰ মুল্যবান সামগ্রী
নিউজ ডেস্ক, ৮ চেপ্তেম্বৰঃ বৰপেটাৰ সৰভোগৰ মইনবড়ী সত্ৰত চুৰিকাণ্ডৰ ঘটনা৷ চুৰে চুৰি কৰি নিয়ে এযোৰ ৫০০ বছৰীয়া মঞ্জিৰা তাল, প্ৰায় ৫০০ বছৰীয়া এখন শৰাই, ১০ কেজি আৰু আঢ়ৈ কেজি ওজনৰ ২ টা ঘন্তা, কাহৰ ভিংগাৰ ২ টা, তামৰ ঘটি ২ টা, ৫০০ বছৰীয়া ২টা!-->…
ভয়ংকৰ দুৰ্ঘটনাত আইতা নাতিনীসহ প্ৰাণ গ’ল ৮ জনৰ
নিউজ ডেস্ক, ৮ চেপ্তেম্বৰঃ হিমাচল প্ৰদেশৰ চাম্বা জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত আইতা–নাতিনীসহ তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন ৮জন লোক আহত হয় ।
গাড়ীখনত থকা সকলো লোক মন্দিৰৰ পৰা পূজা কৰি ঘৰলৈ উভতি আহিছিল। সেই!-->!-->!-->…
আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ওপজা দিন
নিউজ ডেস্ক, ৮ চেপ্তেম্বৰঃ আজি ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক ওপজা দিন।শিল্পীগৰাকীৰ ওপজা দিনটো পালন কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে। চৰকাৰী-বেচৰকাৰী বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত উদযাপন কৰা হ'ব মহান শিল্পীগৰাকীৰ!-->…
লক্ষীমপুৰত আৰক্ষীক আক্ৰমণ ড্ৰাগছ বেপাৰীৰ
নিউজ ডেস্ক, ৭ চেপ্তেম্বৰঃ লখিমপুৰত আৰক্ষীৰ দলক ভয়ংকৰ আক্ৰমণ।বঙালমৰাৰ ২ নং আহমেদপুৰৰ দলনিৰপাৰত সংঘটিত হৈছে এই ঘটনা।ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিব গৈ আক্ৰমণৰ বলি হয় অভিযান চলোৱা আৰক্ষীৰ দলটো।
ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইনক কৰায়ত্ত!-->!-->!-->…
কাৰ্বি আংলং জিলাত উদাযাপন হল আন্তৰ্জাতিক পৰিবহন দিৱস
আজি ৬ ছেপ্টেম্বৰত পৰিবহন দিৱস উপলক্ষে খাটখাতি লাহৰিজানৰ কে কে টাৱাৰ পৰিবহণ কাৰ্যালয়ত সৰ্বভাৰতীয় পৰিবহন সংস্থাৰ, কাৰ্বি আংলং জিলাৰ সৌজন্যত এখন সভা আয়োজিত হৈ যায় । আজি আয়োজিত হোৱা এই সভাত কাৰ্বি আংলং জিলাৰ পৰা বহু পৰিবহনকাৰী তথা চালকে!-->!-->!-->…
চৰিত্ৰক সন্দেহ কৰি পত্নীক কুঁৱাত ওলমাই থলে স্বামীয়ে
ৰাজ্যত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনাত । চৰিত্ৰক সন্দেহ কৰি কুঁৱাত ওলোমাই থলে নিজ পত্নীক।অকল সেয়াই নহয়, গোটেই ঘটনাটো লোকজনে কেমেৰাত ৰেকৰ্ডিং কৰে।লোকজনে সন্দেহ কৰিছিল যে তেওঁৰ পত্নীৰ বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক আছে। আৰু সেই বাবে লোক!-->!-->!-->…
চৰিত্ৰক সন্দেহ কৰি পত্নীক কুঁৱাত ওলমাই থলে স্বামীয়ে
ৰাজ্যত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা । চৰিত্ৰক সন্দেহ কৰি কুঁৱাত ওলোমাই থলে নিজ পত্নীক।অকল সেয়াই নহয়, গোটেই ঘটনাটো লোকজনে কেমেৰাত ৰেকৰ্ডিং কৰে।লোকজনে সন্দেহ কৰিছিল যে তেওঁৰ পত্নীৰ বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক আছে। আৰু সেই বাবে লোক জনে!-->!-->!-->…