গুৱাহাটীত পুনৰ চিলনী চোৰলৈ আৰক্ষীৰ গুলীচালনা
নিউজ ডেস্ক, ৯ আগষ্টঃ গুৱাহাটীত পুনৰ গুলীচালনা। নাৰেংগীত এইবাৰ চিলনী চোৰলৈ আৰক্ষীৰ গুলীচালনা। গুলীবিদ্ধ হয় আমীৰ আলী নামৰ চোৰটো। আহত আমিৰক ইতিমধ্যে ভৰ্তি কৰা হৈছে জি এম চি এইছত।
উল্লেখ্য যে, মাজনিশা নাৰেংগীত সংঘটিত হৈছে এই গুলীচালনাৰ!-->!-->!-->…
ঐতিহ্যমণ্ডিত বৰনগৰ মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপনৰ প্ৰস্তুতি
ঐতিহাসিক বৃহত্তৰ বৰনগৰ অঞ্চলৰ বটবৃক্ষ স্বৰূপ বৰনগৰ মহাবিদ্যালয়ৰ হীৰক জয়ন্তী ১৫ অক্টোবৰৰ পৰা ১৭ অক্টোবৰলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰাৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে,অসমৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত!-->!-->!-->…
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আমগুৰিত অসমীয়া যুৱ মঞ্চৰ অৰ্ধ উলংগ প্ৰতিবাদ
ৰাজ্যত প্ৰতিদিনাই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক।নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈ পৰিছে ৰাজ্যৰ বিয়াগোম যোগান বিভাগ।
মুল্য বৃদ্ধিক লৈ আজি ৰাজ্যৰ যোগান বিভাগৰ বিৰুদ্ধে আমগুৰিত অসমীয়া যুৱ মঞ্চই অৰ্ধ উলংগ!-->!-->!-->!-->!-->…
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মৰাণত খোৱাং ব্লক কংগ্ৰেছ কমিটি উদ্যোগত প্রতিবাদী…
বিজেপি চৰকাৰ হায় হায় শ্ল'গানদি প্ৰতিবাদ সাব্যস্ত । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মৰাণত খোৱাং ব্লক কংগ্ৰেছ কমিটি উদ্যোগত আজি প্রতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদস্থলীত গেছ চিলিণ্ডাৰলৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ!-->…
ঘামৰ দুৰ্গন্ধ দূৰ কৰক
কেইটামান অতি সহজ নিয়ম মানি চলিলে কিছু নিৰাময় সম্ভৱ। কিন্তু সম্পূৰ্ণ সমস্যামুক্ত হ’বলৈ হ’লে ছালৰ বিশেষজ্ঞৰ ওচৰলৈ যাব লাগিব। অৱশ্যে কিছুমান নিয়ম মানি চলাটো গুৰুত্বপূৰ্ণ।
গা ধুওঁতে চাবোনেৰে ভালদৰে ধুব লাগে। অলপ বেছি সময় গা ধুব।!-->!-->!-->!-->!-->…
পিছফালৰ পৰা তমন্নাৰ হাত ধৰিলে অনুৰাগীয়ে
কেৰালাৰ এক অনুষ্ঠানত অংশ ল’বলৈ গৈছিল তমন্না ভাটিয়া। হঠাতে এজন অনুৰাগীয়ে তেওঁৰ হাতখন ধৰে ! নিৰাপত্তাৰক্ষীয়ে গম পোৱাৰ আগতেই ঘটনাটো ঘটে। কিন্তু নায়িকা একেবাৰে আতংকিত হোৱা নাছিল। খংও কৰা নাছিল। বৰঞ্চ তেওঁ শান্তভাৱে গোটেই পৰিস্থিতিটো!-->…
মোডীৰ বাবেই ভাৰতে অলিম্পিকত ৭টা পদক লাভ কৰিছিল! সংসদত কেন্দ্ৰীয় মন্ত্ৰীৰ দাবী
সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছে বিৰোধীয়ে। আৰু বিনিময়ত মন্ত্ৰী আৰু সংসদ সদস্যসকলে কেন্দ্ৰৰ হৈ মোডী চৰকাৰৰ বিভিন্ন সফলতাক উজ্জ্বল কৰি তুলিবলৈ চেষ্টা কৰিছে। সেই প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰি!-->!-->!-->…
দ্বিতীয় বিশ্বযুদ্ধৰ ‘অবিস্ফোৰিত’ বোমা উদ্ধাৰ, জাৰ্মানীৰ বহু অঞ্চল খালী কৰাৰ নিৰ্দেশ
দ্বিতীয় বিশ্বযুদ্ধৰ ঘাঁৰ পৰা আজিও বিশ্ব মুক্ত হোৱা নাই।পাৰমাণৱিক বোমাৰ ভয়ৰ পৰা বিশ্বৰ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সমীকৰণে বিশ্বৰ ৰাজনীতিত প্ৰভাৱ পেলাইছে।
কিন্তু জাৰ্মানীত যিটো ঘটিছিল সেয়া পৰোক্ষ নহয় দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰত্যক্ষ!-->!-->!-->!-->!-->…
কলিয়াবৰত কংগ্ৰেছৰ প্ৰতিবাদ
অত্যাবশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছ কমিটিয়ে আজি কলিয়াবৰত এক প্ৰতিবাদ সাব্যস্ত কৰে । কুঁৱৰীটোলৰ পৰা কলিয়াবৰ মহকুমাধিপতি কাৰ্যলয় লৈকে এক প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে!-->…
গাখীৰৰ চাহ শৰীৰৰ বাবে উপকাৰী নে ক্ষতিকাৰক
গাখীৰ শৰীৰৰ বাবে উপকাৰী নে ক্ষতিকাৰক? শেহতীয়াকৈ আমেৰিকাত কৰা কেইবাটাও অধ্যয়নত এই বিষয়টো আহিছে। কাৰণ বহুতে লেক্ট’জ অসহিষ্ণুতাৰ বাবে গাখীৰ ক্ষতিকাৰক বুলি ভাবে। কিন্তু দুগ্ধজাত সামগ্ৰী যে আমাৰ দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ, তাত!-->!-->!-->…