বিমানত নাবালকৰ কাষত বহি হস্তমৈথুন কৰাৰ অপৰাধত গ্ৰেপ্তাৰ চিকিৎসক
বিমানত নাবালিকাৰ কাষত বহি হস্তমৈথুন কৰাৰ অপৰাধত গ্ৰেপ্তাৰ ভাৰতীয় মূলৰ চিকিৎসক
যোৱা বছৰৰ মে’ মাহত সংঘটিত হৈছিল এই ঘটনা।
যোৱা বৃহস্পতিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সুদীপ্ত মোহন্তীক।
হনোলুলুৰ পৰা বষ্টনলৈ যোৱা পথত আছিল বিমানখন।!-->!-->!-->!-->!-->!-->!-->!-->!-->…
নলবাৰীত বিজেপিৰ বিশাল ত্ৰিৰংগা যাত্ৰা
"মোৰ মাটি মোৰ দেশ" শীৰ্ষক অনুষ্ঠানৰ লগত বাইক ৰেলী।
নলবাৰীত ভাৰতীয় জনতা পাৰ্টী যুৱ মৰ্চাৰ উদ্যোগত বিশাল ত্ৰিৰংগা যাত্ৰা অনুষ্ঠানৰ অনুষ্ঠিত কৰা হয়। নলবাৰী গৰ্ডণ খেল পথাৰ প্ৰাংগণৰ পৰা প্ৰায় তিনিশ মটৰ চাইকলৰে চহৰৰ মাজেৰে "ত্ৰিৰংগা!-->!-->!-->!-->!-->…
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীলৈ বিশেষ সন্মান
নিউজ ডেস্ক, ১২ আগষ্টঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ মুঠ ১৪০ গৰাকী আৰক্ষী বিষয়ালৈ আগবঢ়োৱা হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ বিশেষ সন্মান। এই ১৪০ গৰাকী আৰক্ষী বিষয়াৰ ভিতৰত স্থান লাভ কৰিছে অসমৰ ৪ গৰাকীকৈ আৰক্ষী বিষয়াই।
অসম আৰক্ষীৰ ৪ বিষয়ালৈ!-->!-->!-->…
খানাপাৰাৰ পেৰেড গ্ৰাউণ্ডত অসুস্থ হৈ মৃত্যুক সাৱটিলে এজন কনিষ্টবলে
নিউজ ডেস্ক, ১২ আগষ্টঃ খানাপাৰা পেৰেড গ্ৰাউণ্ডত এক অঘটন। স্বাধীনতা দিৱসৰ বাবে আৰক্ষীৰ পেৰেড অনুশীলন চলি থকাৰ মাজতে এজন আৰক্ষী কনিষ্টবলৰ মৃত্যু।
কনিষ্টবলজন লখিমপুৰৰ কুকিল দত্ত। কুকিল দত্ত APROৰ কনিষ্টবল আছিল। তেওঁ ২০১৭ Batchত অসম আৰক্ষীত!-->!-->!-->…
আজি বিশ্ব হস্তী দিৱস
নিউজ ডেস্ক, ১২ আগষ্টঃ আজি বিশ্ব হস্তী দিৱস৷ বিশ্বত হাতীৰ সুৰক্ষা আৰু হাতী মানুহৰ সংঘাত দুৰীকৰণৰ বাবে ২০১২ চনৰ পৰাই প্ৰতিবছৰে উদযাপন কৰি আহিছে বিশ্ব হাতী দিৱস৷
হাতীৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে সমগ্ৰ বিশ্বতে আজিৰ দিনটো হস্তী দিৱস হিচাপে!-->!-->!-->…
মহানগৰীৰ গড়চুকত ৭লাখ টকাৰ জালনোট জব্দ
নিউজ ডেস্ক, ১২ আগষ্টঃ মহানগৰীৰ গড়চুকত উৎখাত কৰে জালনোট চক্ৰ।শুকুৰবাৰে নিশা চলা অভিযানত পুনৰ ৭লাখ টকাৰ জালনোট জব্দ কৰা হয়। মহানগৰীৰ লখৰাত গড়চুক আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলায়। অভিযানত ৭ লাখ টকাৰ জালনোটসহ বৰপেটাৰ মান্নান মালিক!-->…
মহানগৰীৰ খানাপাৰাত মাজুলীৰ শিক্ষকৰ মৃতদেহ উদ্ধাৰ
নিউজ ডেস্ক, ১১ আগষ্টঃ মহানগৰীৰ খানাপাৰাত উদ্ধাৰ এটা মৃতদেহ। প্ৰথমে মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাছিল যদিও পৰৱৰ্তী সময়ত চিনাক্ত কৰিবলৈ সক্ষম হৈছে।
মৃতদেহটো মাজুলীৰ প্ৰণৱ মিলিৰ বুলি চিনাক্ত কৰা হৈছে৷ টেট শিক্ষকৰূপে কৰ্মৰত প্ৰণৱ মিলিক!-->!-->!-->…
যোৰহাটৰ বিশিষ্ট বিজ্ঞানী ড০ প্ৰণৱজ্যোতি চেতিয়াৰ মৃত্যু
নিউজ ডেস্ক, ১১ আগষ্টঃ যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ তত্ত্বাৱধায়ক তথা বিশিষ্ট বিজ্ঞানী ডঃ প্ৰণৱজ্যোতি চেতিয়াৰ মৃত্যু। বৃহস্পতিবাৰে নিশা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় বিজ্ঞানীগৰাকী।
তেঁও যোৰহাট প্লেনেটৰিয়াম, বিজ্ঞান কেন্দ্ৰৰ!-->!-->!-->…
কেৰেলাৰ কান্নুৰ বিশ্ববিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ
নিউজ ডেস্ক, ১০ আগষ্টঃ কেৰালাৰ কান্নুৰ বিশ্ববিদ্যালয়ৰ এক প্ৰশংসনীয় পদক্ষেপ। মণিপুৰৰ হিংসাত্মক ঘটনাৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা শিক্ষাৰ্থীসকলক কেৰালাৰ কান্নুৰ বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণৰ সুবিধা বিশ্ববিদ্যালয় কতৃপক্ষৰ। মণিপুৰ হিংসাৰ ফলত!-->…
বৃদ্ধি পালে ঠিকাদাৰৰ পঞ্জীয়ন মাচুল
নিউজ ডেস্ক, ১০ আগষ্টঃ ৰাজ্যৰ লোকনিৰ্মাণ বিভাগে জাৰী কৰিছে এক নতুন নিৰ্দেশনা । ঠিকাদাৰসকলে এতিয়া পঞ্জীয়নৰ বাবে ভৰিব লাগিব মোটা অংকৰ ধন। বৃদ্ধি পালে ঠিকাদাৰৰ পঞ্জীয়ন মাচুল। ঠিকা লাভ নকৰিলেও উভতাই নাপাব পঞ্জীয়ন মাচুল।
যোৱা ৮ আগষ্টত ৰাজ্যৰ!-->!-->!-->…