Daily Time Axom

তামুলপুৰত চোৰৰ সন্দেহত এজন যুৱকক মৰিয়াই মৰিয়াই হত্যা

নিউজ ডেস্ক, ১৭ আগষ্টঃ তামুলপুৰৰ তিনিপুখুৰীত ভয়ংকৰ ঘটনা। চোৰৰ সন্দেহত এজন যুৱকক মৰিয়াই মৰিয়াই হত্যা। চোৰৰ সন্দেহত যুৱকজনক তামোল গছত বান্ধি মৰিয়াই হত্যা। মৃত যুৱকজন তিনিপুখুৰীৰ বিনোদ ব্ৰহ্ম। তিনিপুখুৰীৰ বলাই দাস নামৰ এজনৰ ঘৰত এই ঘটনা সংঘটিত

মহানগৰীৰ বৰাগাঁৱত যুৱকৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ১৭ আগষ্টঃ মহানগৰীৰ বৰাগাঁৱত যুৱকৰ মৃতদেহ উদ্ধাৰ।উৰণ সেতুৰ ওপৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মৃতদেহটো। মৃতদেহটো ই-ৰিক্সা চালক দিপু নামৰ লোকজনৰ বুলি চিনাক্ত কৰিছে স্থানীয়লোকে। উল্লেখ্য যে, মৃতদেহটোত আঘাতৰ স্পষ্ট দাগ পোৱা গৈছে। যাৰ

আজিৰে পৰা ৰাজ্যজুৰি আৰক্ষী বিষয়া-জোৱানৰ BMI টেষ্ট

নিউজ ডেস্ক, ১৬ আগষ্টঃ আজিৰে পৰা ৰাজ্যৰ ভিন্ন স্থানত আৰক্ষীৰ BMI পৰীক্ষা। জিলা সদৰসমূহত অনুষ্ঠিত হ’ব BMI পৰীক্ষা। শৰীৰৰ মেদ কমাবলৈ ৩ মাহ ধৰি আৰক্ষীসকলে কৰা প্ৰচেষ্টাৰ অন্তত আজিৰে হ’ব BMI পৰীক্ষা। BMI পৰীক্ষাত সফল নোহোৱা আৰক্ষীয়ে ল'ব লাগিব

শিৱসাগৰৰ ডিমৌত আলফা (স্বাঃ)ৰ লিংকমেনলৈ আৰক্ষীৰ গুলীচালনা

নিউজ ডেস্ক, ১৬ আগষ্টঃ শিৱসাগৰৰ ডিমৌত আলফা (স্বাঃ)ৰ লিংকমেনলৈ আৰক্ষীৰ গুলীচালনা। গুলীবিদ্ধ আলফা (স্বাঃ)ৰ লিংকমেন ৰাজু আহমেদ। বাঁও ভৰিৰ আঁঠুৰ তলত গুলী লাগিছে ৰাজু আহমেদৰ। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে গুলীচালনা কৰে।

পোহৰলৈ আহিছে ৰঙিয়া কাণ্ডৰ ন ন তথ্য

ৰঙিয়াত মাতৃ–কন্যাৰ মৃতদেহ উদ্ধাৰৰ ঘটনাৰ ন ন তথ্য পোহৰলৈ আহিছে। সঘনাই সলনি হৈছে ঘৰৰ মুৰব্বী প্ৰবীণ আগৰৱালাৰ ভাষ্য। স্থানীয় লোকৰ ভাষ্য অনুসৰি, প্ৰথমে নিগনি মৰা বিহ পান কৰাইছিল পত্নী-কন্যাক। তাৰ পাছতো মৃত্যু নোহোৱাত ডিঙিত চিপ লগাইছিল

অভিনেতা অক্ষয় কুমাৰে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব

নিউজ ডেস্ক, ১৫ আগষ্টঃ অভিনেতা অক্ষয় কুমাৰে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব। কানাডাৰ নাগৰিক অক্ষয় কুমাৰে ভাৰতত ৱৰ্কিং ভিছাৰে বলিউডত কাম কৰি আহিছিল। 'হৃদয় আৰু নাগৰিকত্ব দুয়োটাই হিন্দুস্তানী'। ছ'চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰি অভিনেতাগৰাকীয়ে

বিশ্বনাথত এক মৰ্মান্তিক ঘটনা, পুুখুৰীত পৰি মৃত্যু মাতৃসহ দুই সন্তানৰ

নিউজ ডেস্ক, ১৫ আগষ্টঃ স্বাধীনতা দিৱসৰ দিনাই বিশ্বনাথত এক মৰ্মান্তিক ঘটনা। পুুখুৰীত পৰি মৃত্যু মাতৃসহ দুই সন্তানৰ। বিশ্বনাথৰ জপৌবাৰীত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।সোমবাৰৰ পৰা সন্ধানহীন হৈ আছিল দুই সন্তানসহ মাতৃ। আজি পুৱা ঘৰৰ সমীপৰ পুখুৰীত

আজি ৭৭ সংখ্যক স্বাধীনতা দিৱস

নিউজ ডেস্ক, ১৫ আগষ্টঃ আজি ৭৭ সংখ্যক স্বাধীনতা দিৱস। দেশৰ লগতে ৰাজ্যৰ সকলো প্ৰান্ততেই স্বাধীনতা দিৱস পালন কৰা হৈছে। এই উপলক্ষে দেশৰ প্ৰতিটো প্ৰান্ততে ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে

ৰঙিয়াত ৰহস্যজনকভাৱে মাতৃ-কন্যাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ১৪ আগষ্টঃ ৰঙিয়াত ৰহস্যজনকভাৱে মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ। শিৱ মন্দিৰৰ সমীপৰ এটা অট্টালিকাত উদ্ধাৰ মৃতদেহ দুটা। সম্পূৰ্ণৰূপে উৱলি যোৱা মৃতদেহ দুটা কণিকা আগৰৱাল আৰু পিনু আগৰৱাল বুলি চিনাক্ত কৰা হৈছে। বৰ্তমানেও সন্ধান নাই কণিকাৰ

কোনে নিৰ্যাতন চলাইছিল ইন্দ্ৰানী তহবিলদাৰক

নিউজ ডেস্ক, ১৪ আগষ্টঃ বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনাৰ ৰহস্য এতিয়াও ওৰ পৰা নাই। ঘটনাক লৈ এতিয়াও অব্যাহত আছে আৰক্ষীৰ তদন্ত । আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য। ইজনৰ পিছত সিজন লোক সাঙোৰ খাইছে এই চাঞ্চল্যকৰ