Daily Time Axom

বোৰ্খা পিন্ধি মহিলা প্ৰস্ৰাৱগাৰত প্ৰৱেশ এজন যুৱকৰ

নিউজ ডেস্ক, ১৮ আগষ্টঃ কেৰেলাৰ এখন শ্বপিং মলত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড। বোৰ্খা পিন্ধি মহিলাৰ প্ৰস্ৰাৱগাৰত প্ৰৱেশ এজন যুৱকৰ। মহিলাৰ প্ৰস্ৰাৱগাৰত প্ৰৱেশ কৰি যুৱকজনে গোপনে ল’লে মহিলাৰ ভিডিঅ’। ভিডিঅ’ লোৱাৰ সময়তে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। IT

আজি পদত্যাগ কৰিব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে

নিউজ ডেস্ক, ১৮ আগষ্টঃ আজি পদত্যাগ কৰিব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে। মুখ্যমন্ত্ৰীৰ হাতত প্ৰদান কৰিব পদত্যাগ-পত্ৰ। জানিব পৰা মতে তেওঁ আজি দিনৰ ১ বজাত পদত্যাগ কৰিব। লগতে এৰিব কেবিনেটৰ মৰ্যদাও। অৱশ্যে এতিয়াও এই কথাৰ কোনো

বিশিষ্ট শিক্ষাবিদ, কটন কলেজৰ প্ৰাক্তন অধ্যাপক দেৱেন দত্তৰ দেহাৱসান

নিউজ ডেস্ক, ১৮ আগষ্টঃ বিশিষ্ট শিক্ষাবিদ, কটন কলেজৰ প্ৰাক্তন অধ্যাপক দেৱেন দত্তৰ দেহাৱসান।নিশা ১২.১০ বজাত GMCHত শেষ নিশ্বাস ত্যাগ কৰে দেৱেন দত্তই। হৃদৰোগত আক্ৰান্ত হৈ ৮১ বছৰ বয়সত দেহাৱসান বিশিষ্ট শিক্ষাবিদগৰাকীৰ। দেৱেন দত্ত কটন কলেজৰ

ভোটগ্ৰহণ দিন ঘোষণাৰ পূৰ্বে দুখন ৰাজ্যৰ প্ৰাৰ্থীৰ প্ৰথম তালিকা প্ৰকাশ বিজেপিৰ

চলিত বৰ্ষৰ শেষৰ ফালে ছত্তীশগড় আৰু মধ্যপ্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। ভোটগ্ৰহণৰ দিন এতিয়াও ঘোষণা কৰা হোৱা নাই। কিন্তু তাৰ পূৰ্বে বিজেপিয়ে মধ্যপ্ৰদেশ আৰু ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে।

গাহৰিৰ বৃক্ক মানুহৰ শৰীৰত লগালে এদল বিজ্ঞানীয়ে

আমেৰিকাৰ এদল চিকিৎসকে এক নতুন দাবী উত্থাপন কৰিছে। পেছাত অস্ত্ৰোপচাৰ বিশেষজ্ঞ চিকিৎসকসকলে দাবী কৰে যে তেওঁলোকে সফলতাৰে গাহৰিৰ বৃক্ক এটা মানুহৰ শৰীৰত প্ৰতিস্থাপন কৰিছে। এমাহতকৈও অধিক সময়ৰ পাছতো সেই মানৱ শৰীৰত কোনো ধৰণৰ জটিলতা লক্ষ্য

মাত্ৰ ১৪ মাহতে মোহভংগ! ব্ৰেকআপৰ পথত ব্ৰিটনি-ছেম

সংসাৰ কৰা বয়স মাত্ৰ ১৪ মাহ! ইমান কম সময়ৰ ভিতৰতে মোহভংগ হৈ পৰিল ব্ৰিটনী স্পিয়াৰ্ছ-ছেম আছঘৰী। এক ঘনিষ্ঠ সূত্ৰৰ মতে, ব্ৰিটনী-ছেমে পৃথকীকৰণৰ বাবে আবেদন জনাইছিল। অৱশেষত বুধবাৰে দুয়ো বিচ্ছেদ ঘটে। কিন্তু গোচৰটো ক’ত দাখিল কৰা হ’ল কোনেও

কাৰ্গিল বিজয়ৰ ৰূপালী জয়ন্তী

কাৰ্গিল বিজয়ৰ ২৫ বছৰীয়া জয়ন্তী উপলক্ষে ভাৰতীয় সেনাই দেশৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে এক বিশেষ ‘কুইজ প্ৰতিযোগিতা’ৰ আয়োজন কৰে। এই প্ৰতিযোগিতাত ‘Battle of Minds – Indian Army Quiz 2023’ শীৰ্ষক এটা ল’গ’ প্ৰকাশ

মানুহক নগ্ন দেখা ‘মেজিক মিৰ’ৰ! ৯ লাখ টকাৰে কিনি পিছত ব্যক্তিজনে যি দেখিলে

তেওঁৰ বয়স ৭২ বছৰ কিন্তু সেই বয়সত উত্তৰ প্ৰদেশৰ অবিনাশ কুমাৰ শুক্লালৈ এটা অদ্ভুত চিন্তা আহিল তেওঁক পশ্চিম বংগৰ তিনিজন লোকে কয় যে তেওঁলোকে তেওঁৰ বাবে এটা যাদুকৰী দাপোন আনিব পাৰে সেই যাদুকৰী দাপোনখনত মৈনুহক উলংগ দেখা পোৱা যায় আৰু তাৰেই

জাগীৰোডত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল এজনৰ

নিউজ ডেস্ক, ১৭ আগষ্টঃ জাগীৰোডৰ নেলীত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় আনন্দ স্বৰূপ নামৰ এজন ৫৫ বছৰীয়া লোক। মালিগাঁও ৰে’ল ষ্টেচন ইউনিটৰ মুখ্য অভিযন্তা আছিল আনন্দ। নিহত আনন্দ স্বৰূপৰ ঘৰ মুম্বাইত। AS 01KC 9253

উত্তৰ গুৱাহাটীত কলেজীয়া ছাত্ৰীক অপহৰণ

নিউজ ডেস্ক, ১৭ আগষ্টঃ উত্তৰ গুৱাহাটীত এগৰাকী কলেজীয়া ছাত্ৰীক অপহৰণ। এখন ছুইফ্ট ডিজায়াৰত অহা দুৰ্বৃত্তৰ এটা দলে অপহৰণ কৰে ছাত্ৰীগৰাকীক। AS 01DB 4335 নম্বৰৰ ছুইফ্ট ডিজায়াৰখনত অহা দুৰ্বৃত্তই উঠাই নিয়ে ইউনিফৰ্মত থকা ছাত্ৰীগৰাকীক। ছাত্ৰীগৰাকীয়ে