“জীৱনৰ স’তে” শিমলুগুৰি আঞ্চলিক ছাত্র সন্থাৰ ব্যতিক্ৰমী কাৰ্যসূচীত আজিৰ অতিথি সমল…
নতুন প্ৰজন্মৰ শৈক্ষিক, সংস্থাপন, স্বনিয়োজন আদি বিষয় সমূহক সামৰি শিমলুগুৰি আঞ্চলিক ছাত্র সন্থাই "জীৱনৰ সতে" শীৰ্ষক এক ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহন কৰি আহিছে । এই কাৰ্যসূচীৰ জৰিয়তে ছাত্র-ছাত্ৰী সকলক সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক!-->!-->!-->…
নুমলীগড়ৰ বিষ্ণুপুৰত ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত সুনাম কঢ়িয়াই অনা প্ৰতিযোগিক সম্বৰ্ধনা
নুমলীগড়-তেলগৰম কাৰাটে এণ্ড স্পৰ্টচ একাডেমিৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰা কেইবাগৰাকীও প্ৰশিক্ষাৰ্থীয়ে অলপতে কলিকতাৰ নেতাজী ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৷
ইয়াৰে দহগৰাকী চেমনীয়া খেলুৱৈ কাৰাটে!-->!-->!-->!-->!-->…
২নং কলিয়ৰী গাঁৱত নিৰ্মাণ কৰা ক্লাৱ ঘৰৰ শুভ উদ্বোধন
আঞ্চলিক পঞ্চায়তৰ পঞ্চদশ বিত্তীয় আয়োগৰ যোগেদি ২নং কলিয়ৰী গাঁৱত নিৰ্মাণ কৰা ক্লাৱ ঘৰৰ শুভ উদ্বোধন।আনফালে আজিৰে পৰা ৩০ দিনীয়া ভাগৱত পাঠ কাৰ্যসূচী।
আমগুৰিৰ হাতীঘুলী পঞ্চায়তৰ গৌৰীসাগৰ আঞ্চলিক পঞ্চায়তৰ পঞ্চদশ বিত্তীয় আয়োগৰ জৰিয়তে হাতীঘূলী!-->!-->!-->…
চন্দ্ৰত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ লুনা-২৫
৪৭ বছৰৰ ভিতৰত ৰাছিয়াৰ প্ৰথমটো চন্দ্ৰ অভিযান দুৰ্ঘটনাত নিঃশেষ হয়। লুনা-২৫ নামৰ ৰাছিয়াৰ মহাকাশযানখন চন্দ্ৰত দুৰ্ঘটনাগ্ৰস্ত হয়। প্ৰি-লেণ্ডিং মেনুভাৰৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা। দেওবাৰে ৰাছিয়াৰ মহাকাশ সংস্থা ৰস্কোচমছে এই তথ্য!-->!-->!-->…
‘গদাৰ ৩’ আহিব, ছানী দেউলৰ অনুৰাগীৰ বাবে এটা ভাল খবৰ
বহু বছৰৰ মূৰত ঘূৰি আহি বক্স অফিচত চুনামী সৃষ্টি কৰিছে ছানি দেউলে। শেহতীয়াকৈ মুক্তি পোৱা ছানী দেউলৰ ছবি ‘গদাৰ ২’ই ইতিমধ্যে বক্স অফিচত ৩০০ কোটি টকা অতিক্ৰম কৰিছে। সফলতা আৰু প্ৰশংসাৰ জোৱাৰত ভাঁহি আছে অভিনেতাগৰাকী। ঠিক মাজতে ছানি দেউলে!-->!-->!-->…
একেখন মঞ্চতে বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে আগন্তুক তিনি সপ্তাহত একেখন মঞ্চত দুবাৰকৈ বৈঠকত মিলিত হ’ব। প্ৰথমখন হ’ল দক্ষিণ আফ্ৰিকাত চলিত মাহৰ ২২ তাৰিখৰ পৰা আৰম্ভ হোৱা ব্ৰিকছ সন্মিলন। দ্বিতীয়খন হৈছে ৯ ছেপ্টেম্বৰত নতুন!-->!-->!-->…
অপেন ৰিলেচনশ্বীপত আছে নেকি আপুনিও
নতুন প্ৰজন্মই এতিয়া প্ৰেম, সম্পৰ্ক আৰু যৌনতাৰ পৰীক্ষা-নিৰীক্ষা চলাইছে।
সেই হিচাপে অপেন ৰিলেচনশ্বীপ বৰ্তমান অতি জনপ্ৰিয়। কিন্তু এই অপেন ৰিলেচনশ্বীপ কি? নতুন প্ৰজন্ম কিয় এই সম্পৰ্কৰ প্ৰতি আগ্ৰহী ?
বিশেষজ্ঞসকলে কয় যে অপেন!-->!-->!-->!-->!-->!-->!-->…
লাডাখত মৰ্মান্তিক দুৰ্ঘটনা, পাহাৰৰ পৰা সেনাৰ ট্ৰাক বাগৰি পৰে, ৯ জন জোৱানৰ মৃত্যু
যোৱা নিশা লাডাখত কৰুণ দুৰ্ঘটনা। ৯ জন জোৱানৰ মৃত্যু হোৱাৰ লগতে এজন লোক আহত হয়। তেওঁক সেনা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
প্ৰথম অৱস্থাত পাহাৰীয়া পথত গৈ থকা অৱস্থাত সেনাবাহিনীৰ এখন ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰি দুৰ্ঘটনা সংঘটিত!-->!-->!-->!-->!-->…
মাস্কে এক্স প্লেটফৰ্মৰ পৰা X বৈশিষ্ট্যটো আঁতৰাব
টুইটাৰ ক্ৰয় কৰাৰ পিছৰে পৰা ইলন মাস্কে এই প্লেটফৰ্মত বহু পৰিৱৰ্তন কৰি আহিছে। সৰু সৰু বৈশিষ্ট্য সলনি কৰাৰ উপৰিও টেছলাৰ মালিকে মাইক্ৰ’ ব্লগিং চাইটৰ নামো সলনি কৰিছে। এইবাৰ তেওঁ আন এটা পৰিৱৰ্তনৰ বিষয়ে অৱগত কৰিলে।
টুইটাৰ নহয়, এই!-->!-->!-->!-->!-->…
কিয় উত্তৰ প্ৰদেশত ৰজনীকান্তই মুখ্যমন্ত্ৰী যোগীৰ ভৰি চুই প্ৰণাম কৰিলে,জানক আচল কথাটো কি
৭২ বছৰীয়া ছুপাৰষ্টাৰগৰাকীয়ে ৫১ বছৰীয়া ৰাজনীতিবিদগৰাকীৰ ভৰি চুই প্ৰণাম কৰে। এই দৃশ্য ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে।
যোৱা ১০ আগষ্টত ছবিগৃহত মুক্তি লাভ কৰিছিল ৰজনীকান্তৰ নতুন ছবি ‘জেলাৰ’। ২৫০ কোটিৰ বাজেটেৰে নিৰ্মিত এই ছবিখনে!-->!-->!-->!-->!-->…