Daily Time Axom

কলিয়াবৰৰ এখন বিদ্যালয়ত ভাৰত মাতা কি জয় ধ্বনি

কলিয়াবৰৰ ছাত্ৰ ছাত্ৰীয়ে উপভোগ কৰিলে বিক্ৰম লেণ্ডাৰৰ অৱতৰণ। কলিয়াবৰৰ এক ভিতৰুৱা এলেকাৰ বেঙেনাআতি আদৰ্শ মজলীয়া বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলে পৰ্দাত প্ৰত্যক্ষ কৰে চন্দ্ৰত বিক্ৰম লেণ্ডাৰৰ পদাৰ্পন । চন্দ্ৰায়ন যান ৩

চন্দ্ৰত চন্দ্ৰযান-৩ ৰ সফল অৱতৰণ, মহাকাশ বিজ্ঞানৰ ইতিহাসত এক নতুন অধ্যায় সংযোজন ভাৰতৰ

ভাৰতে ইতিহাস ৰচনা কৰিলে। মহাকাশ বিজ্ঞানৰ ইতিহাসত এক নতুন অধ্যায় সংযোজন কৰিলে ভাৰতে। চন্দ্ৰৰ মাটিত ভৰি দিলে ভাৰতৰ চন্দ্ৰযান-৩য়ে। দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ অন্তত ১৪ জুলাইত শ্ৰীহৰিকোটাৰ সতীশ ধৱন লঞ্চিং পেডৰ পৰা চন্দ্ৰযান-৩ সফলতাৰে

চামগুৰি ক্রীড়া সন্থাৰ উদ্যোগত আয়োজিত বিনামূলীয়া ক্ৰীড়া প্ৰশিক্ষণ শিৱিৰৰ সামৰণি

যোৱা ৭ আগষ্ট, ২০২৩ তাৰিখৰ পৰা চামগুৰি ক্রীড়া সন্থাৰ উদ্যোগত, চামগুৰি হাইস্কুল খেল পথাৰত আৰম্ভ হোৱা বিনামূলীয়া ক্ৰীড়া প্ৰশিক্ষণ শিৱিৰৰ ইতিমধ্যে আনুষ্ঠানিক ভাৱে সামৰণি পৰিছে । চামগুৰি ক্ৰীড়া সন্থাৰ সভাপতি শশাঙ্ক গগৈয়ে পৌৰোহিত্য কৰা এই

মৈৰাবাৰী মহাবিদ্যালয়ত শিক্ষক আৰু কৰ্মচাৰী গোটৰ কৰ্মবিৰতি পালন

এক দেশ এক নীতিপুৰণি পেঞ্চন ব্যৱস্থা আমাৰ দাবী।এই শ্লোগানেৰে সমগ্ৰ অসমৰ লগতে মৈৰাবাৰী কলেজ শিক্ষক গোট আৰু কৰ্মচাৰী গোটে আজি কৰ্মবিৰতি কাৰ্যসূচী পালন কৰে।সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ আহ্বান ক্ৰমে আৰম্ভ হোৱা এই দুদিনীয়া কৰ্মবিৰতি

নীতা আম্বানীয়ে যিটো চাহ কাপ খায়, দাম শুনি আচৰিত হ’ব

ৰাতিপুৱা ব্ৰেকফাষ্ট টেবুলত যিটো কাপত চাহৰ চুমুক দিয়ে নীতাই, তাৰ দাম শুনি আচৰিত হ’ব। তেওঁ ৰাতিপুৱাৰ চাহৰ বাবে ব্যৱহাৰ কৰা ক্ৰকাৰী চেটটোৰ দাম ১.৫ কোটি টকা বা প্ৰায় দুই কোটি টকা। আৰু এটা কাপৰ দাম ৩ লাখ টকা বা প্ৰায় ৪ লাখ টকা। ডি এন

শিৱকান্ত বৰুৱাৰ উদ্যোগত উত্তৰ গুৱাহাটীৰ পথৰ কাষত গঢ়ি উঠিল ফুলৰ বাগিছা

দেৱগণক প্ৰাৰ্থনা কৰা অথবা পূজা পাতাল সকলোতে লাগে ফুল । ফুল ভাল নোপোৱা আছে জানো কোনোবা । উত্তৰ গুৱাহাটীৰ এখন বিশেষ ঠাই য'ত পথৰ দুয়ো কাষে ভিন্নৰঙী ফুল ফুলি আছে । কেবল ফুলেই নহয় তুলসী গছেও শোভা বৰ্ধন কৰিছে পথছোৱা । শিলসাঁকোৰ শিৱ কান্ত

মুখ্যমন্ত্ৰীৰ সমষ্টিত গঢ়ি উঠিছে কেইবাটাও অবৈধ ডাম্পিং গ্ৰাউণ্ড

কামৰূপ জিলাৰ একাংশ উদ্যোগ-কাৰখানা, ব্যৱসায়িক প্ৰতিষ্ঠানে এতিয়া চলাইছে চুৰান্ত মইমতালী।প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগ কিম্বা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণক বৃদ্ধা অংগুষ্ঠ প্ৰদৰ্শন এইসমূহ প্ৰতিষ্ঠানৰ ।এওলোকে নুশুনে-নামানে সচেতন নাগৰিক তথা দল

নাজিৰাত জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু মহিলা তথা শিশু বিকাশ বিভাগ, অসম চৰকাৰৰ…

বাল্য বিবাহ, শিশু শ্ৰম আৰু শিশু সৰবৰাহৰ ওপৰত এই বাটৰ নাট শিৱসাগৰ জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু মহিলা তথা শিশু বিকাশ বিভাগ, অসম চৰকাৰৰ সহযোগত "বাটৰ নাট" প্ৰদৰ্শন | আমগুৰি, দেওপানী চাৰিআলি আৰু নাজিৰা, গেলেকীত এই

চৌদি আৰৱৰ গোলাবৰ্ষণত ছিন্নভিন্ন শ শ অসহায় শৰণাৰ্থীৰ মৃতদেহ !

ইথিওপিয়াৰ পৰা শ শ শৰণাৰ্থীক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে ছৌদি আৰৱৰ সীমান্তৰক্ষী বাহিনীয়ে। আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থা হিউমেন ৰাইটছ ৱাচৰ (HRW) এক প্ৰতিবেদনত ইয়াক ‘গণহত্যা’ বুলি উল্লেখ কৰা হৈছে। ৭৩ পৃষ্ঠাৰ এই প্ৰতিবেদনত

পাকিস্তানত ৰ’প ৱেত আবদ্ধ হৈ পৰে ৬টা শিশুসহ ৮জন লোক

পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাৰ বাটাৰগ্ৰাম অঞ্চলত স্কুললৈ যোৱাৰ পথত ৰ'প ৱেত আবদ্ধ হৈ পৰে ছয়টা শিশুসহ ৮ জন লোক। বৰ্তমান মাটিৰ পৰা ২৭৪ মিটাৰ উচ্চতাত আছে ৰ'প ৱেটো। পাক আৰ্মীয়ে উদ্ধাৰ কৰিছে ৮ জন লোকক। কিন্তু দুৰ্গম এলেকাৰ বাবে উদ্ধাৰ