Daily Time Axom

শ্বাহৰুখৰ ঘৰৰ সন্মুখত প্ৰতিবাদ,কিন্তু কিয়

মুম্বাইৰ বেণ্ডষ্টেণ্ড এলেকাত শ্বাহৰুখ খানৰ ঘৰ, নাম ‘মন্নত’। শ্বাহৰুখ খানৰ মন্নত মুম্বাইৰ অন্যতম চাবলগীয়া ঘৰ। এই ঘৰৰ সন্মুখত ভিৰ থকাটো অতি স্বাভাৱিক ঘটনা, কিন্তু হঠাতে কিবা এটা হ’ল। মান্নতৰ সন্মুখত বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে।

এইবাৰ খোদ আৰক্ষীৰ গৃহতে নিৰ্যাতিতা হ’ল বনকৰা মহিলা

নিউজ ডেস্ক, ২৬ আগষ্টঃ পুনৰ খাকী পোছাকত দাগ। এইবাৰ খোদ আৰক্ষীৰ গৃহতে নিৰ্যাতিতা হ'ল বনকৰা মহিলা। এই ঘটনাৰ স্থান নাজিৰা। নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ কাণ্ডত এতিয়া স্তম্ভিত সকলো। বনকৰা মহিলাৰ গাত গৰম পানী ঢালি, বাথৰূমত ভৰাই

মেঘালয়ৰ সোণাপুৰত ভয়ংকৰ ভূমিস্খলন, ৰাজপথত আৱদ্ধ শ শ বাহন

নিউজ ডেস্ক, ২৬ আগষ্টঃ বৰাক-গুৱাহাটী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ ভূমিস্খলন। সোণাপুৰ টানেলৰ সন্মুখত হোৱা ভূমিস্খলনৰ ফলত ৮ ঘণ্টা ধৰি ব্যাহত হৈ আছে যাতায়াত-যোগাযোগ। ঘাইপথত আৱদ্ধ হৈ পৰিছে শ শ বাহন। পাহাৰৰ পৰা নামি অহা বোকামাটিয়ে পুতি

গুটখা, পানমচলা নিষিদ্ধ কৰাক লৈ চৰকাৰলৈ জাননী উচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্ক, ২৬ আগষ্টঃ অসমত প্ৰচলিত ৪৩টা ব্ৰেণ্ডৰ পাণমচলা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।গুৱাহাটী উচ্চ ন্যায়ালয়ত এই তথ্য খাদ্য সুৰক্ষা বিভাগৰ। ৪৩টা ব্ৰেণ্ডৰ পাণমচলাত ক্ষতিকাৰক মেগনেছিয়াম কাৰ্বনেটৰ উপস্থিতি। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে

যাত্ৰীবাহী ৰে’লত ভয়ংকৰ দুৰ্ঘটনা, মৃত্যু ১০ গৰাকী যাত্ৰী

নিউজ ডেস্ক, ২৬ আগষ্টঃ পুনালুৰ-মাদুৰাই এক্সপ্ৰেছত অগ্নিকাণ্ড। তামিলনাডুৰ মাডুৰাইত শনিবাৰে পুৱা ৰে'লখনৰ এটা প্ৰাইভেট পাৰ্টী ক’ছত সংঘটিত হৈছে এই ঘটনা। এটা গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলতে সংঘটিত হয় এই অগ্নিকাণ্ড।যাত্ৰীয়ে চোৰাং গেছ চিলিণ্ডাৰ

২৩ আগষ্টৰ দিনটোক National Space Day হিচাপে পালন কৰা হ’বঃ ISROত উপস্থিত হৈ প্ৰধানমন্ত্ৰীৰ ঘোষণা

নিউজ ডেস্ক, ২৬ আগষ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে বিদেশ যাত্ৰাৰ পৰা উভতি অহাৰ পিছত বেংগালুৰুত উপস্থিত হয়।বিমানবন্দৰৰ পৰা পোনে পোনে ইছৰ’ৰ মুখ্য কাৰ্যালয়লৈ ৰাওনা হয়। ISROৰ মুখ্য কাৰ্যালয়ত চন্দ্ৰযান–৩ অভিযান সফল কৰা বিজ্ঞানীসকলৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মৃত গঁড় উদ্ধাৰ

নিউজ ডেস্ক, ২৫ আগষ্টঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ মৃতদেহ উদ্ধাৰ। কহঁৰা বনাঞ্চলৰ মিঠুনমাৰী বন শিৱিৰ এলেকাৰ বিলত উদ্ধাৰ হৈছে উৱলি যোৱা গঁড়ৰ মৃতদেহটো ৷ উদ্ধাৰ হোৱা গঁড়ৰ মৃতদেহটোৰ পৰা উদ্ধাৰ হোৱা নাই খৰ্গ ৷ বন বিভাগৰ মতে গঁড়টোৰ স্বাভাৱিক

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ২৫ আগষ্টঃ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পক গ্ৰেপ্তাৰ। নিৰ্বাচনৰ ফলাফল সলনিৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল প্রাক্তন ৰাষ্ট্রপতি ড'নাল্ড ট্ৰাম্প। বৃহস্পতিবাৰে সন্ধিয়া জৰ্জিয়াত গ্ৰেপ্তাৰ হয় ট্ৰাম্প। ২০২০ চনৰ ৰাষ্ট্ৰপতি

নগাঁৱৰ হয়বৰগাঁৱত চাঞ্চল্যকৰ ঘটনা, ব্যৱসায়ীক চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ

নিউজ ডেস্ক, ২৫ আগষ্টঃ নগাঁৱৰ হয়বৰগাঁৱত চাঞ্চল্যকৰ ঘটনা৷ ব্যৱসায়ীক চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ৷ বৃহস্পতিবাৰে নিশা নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ সন্মুখত থকা এখন ব্যৱসায়িক প্ৰতিষ্ঠানত দুৰ্বৃত্তই প্ৰৱেশ কৰি বিনোদ জৈন নামৰ ব্যৱসায়ী গৰাকীক

৬৯ সংখ্যক চলচ্চিত্ৰ বঁটা ঘোষণাঃ আলু অৰ্জুনলৈ শ্ৰেষ্ঠ অভিনেতা, আলিয়া ভাট, কৃতি সেননলৈ শ্ৰেষ্ঠ…

নিউজ ডেস্ক, ২৫ আগষ্টঃ বৃহস্পতিবাৰে ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা কৰা হয়। বলীউডৰ অভিনেত্ৰী আলিয়া ভাট আৰু কৃতি সেননক শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হৈছে আৰু দক্ষিণৰ চুপাৰষ্টাৰ আল্লু অৰ্জুনক শ্ৰেষ্ঠ অভিনেতাৰ বঁটা প্ৰদান কৰা