ISRO ৰ চাৰি বিজ্ঞানীৰ সফলতা
নিউজ ডেস্ক, ২৪ আগষ্টঃ জোনবাইৰ দেশত অৱতৰণ কৰি ইতিহাস ৰচিলে ভাৰতে। সফল হ’ল চন্দ্ৰযান-৩ৰ অৱতৰণ। ভাৰতৰ শ্ৰী হৰিকোটাৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ISROৰ বিজ্ঞানীসকলে গৌৰৱান্বিত কৰিলে প্ৰতিজন ভাৰতীয়ক। চন্দ্ৰৰ দক্ষিণ মেৰুত উপনীত হোৱা প্ৰথমখন!-->…
ধেমাজিৰ বোমা বিস্ফোৰণৰ সকলো অভিযুক্তক দোষমুক্ত ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
নিউজ ডেস্ক, ২৪ আগষ্টঃ ধেমাজিৰ বোমা বিস্ফোৰণৰ সকলো অভিযুক্তক দোষমুক্ত ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। ২০০৪ চনৰ ১৫ আগষ্টত সংঘটিত হৈছিল এক ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা। স্বাধীনতা দিৱসৰ দিনা বোমা বিস্ফোৰণ ঘটাইছিল আলফাই। সেই বিস্ফোৰণত ১৮টি কণ কণ!-->…
ৰাছিয়াত বিমান দুৰ্ঘটনাত মৃত্যু ৱেগনাৰ গ্ৰুপৰ মুৰব্বী য়েৱগেনী প্ৰিগোজিনৰ
নিউজ ডেস্ক, ২৪ আগষ্টঃ ৰাছিয়াৰ ৱেগনাৰ গ্ৰুপৰ চীফ য়েৱগেনী প্ৰিগোজিনৰ মৃত্যু। এক বিমান দুৰ্ঘটনাত মৃত্যু হয় প্ৰিগোজিনৰ। মস্কো-পিটাৰ্ছবাৰ্গৰ মাজত হৈছিল এই দুৰ্ঘটনাটো। বিমান দুৰ্ঘটনাটোত পাইলটসহ ১০ জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।
!-->!-->!-->…
এগৰাকী কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি নলবাৰীৰ সাৰথি হাস্পতালত উত্তপ্ত পৰিস্থিতি
নিউজ ডেস্ক, ২৪ আগষ্টঃ নলবাৰীৰ সাৰথি হাস্পতালত উত্তপ্ত পৰিস্থিতি ৷ এগৰাকী কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে।ভুল চিকিৎসাৰ বাবে মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ ৷
নলবাৰীৰ দৰদী বৈশ্য নামৰ এগৰাকী কিশোৰীৰ মৃত্যুক লৈ এই!-->!-->!-->…
কামৰূপ ফুটবল টুৰ্ণামেণ্ট ২০২৩ উপলক্ষে চাংসাৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ সংবাদমেল
চাংসাৰি ক্ৰীড়া সন্থাৰ উদ্যোগত স্বৰ্গীয় শুভচৰণ নাথ আৰু স্বৰ্গীয় কবিন নাথ সোঁৱৰণী পঞ্চম বাৰ্ষিক আমন্ত্ৰণমূলক প্ৰাইজমানী কামৰূপ ফুটবল টুৰ্ণামেণ্ট খন অহা ২৬ আগষ্টৰ পৰা কামৰূপ জিলা চাংসাৰি ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'ব। সেই উপলক্ষে সোমবাৰে!-->!-->!-->…
কৰ্মশ্ৰী বটাঁপ্ৰাপক ডাঃ অম্বিকা ডেকাৰ তত্বাবধানত এখন চৰকাৰী “কুকুৰা পাম”
প্ৰায় তিনি হাজাৰ কুকুৰাক জৈৱ সুৰক্ষাৰে প্ৰতিপালন।
নলবাৰী জিলাৰ বড়িগোগ বনভাগ মণ্ডলৰ অন্তৰ্গত ঘগ্ৰাপাৰ জাৱজাৱকুছিত কৰ্মশ্ৰী পশু চিকিৎসক ডাঃ অম্বিকা ডেকাৰ তত্বাবধানত চ'লি আছে এখন চৰকাৰী "কুকুৰা পাম"। প্ৰায় ৩১ বিঘা ভুমিৰ ছয় বিঘা ভুমিৰে আবৃত!-->!-->!-->…
নাজিৰাত চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ সৰ্বাত্মক কৰ্মবিৰতি
সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ আহ্বান মৰ্মে আজি নাজিৰা মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত সংস্থাৰ নাজিৰা মহকুমা সমিতিয়ে সৰ্বাত্মক কৰ্মবিৰতি কৰ্যসূচীৰ জৰিয়তে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। "এক দেশ - এক নীতি"ক!-->!-->!-->…
টীয়কত শ্ৰীবলৰাম জয়ন্তী উদযাপন
ভাৰতীয় কিষাণ সংঘ অসমৰ যোৰহাট জিলাৰ উদ্যোগত ভগৱান শ্ৰীবলৰাম জয়ন্তী দিৱসটি টীয়কৰ ৰজাবাৰী দুইনৈ মুখ কুমাৰ গাঁৱত উদযাপন কৰা হৈছে।স্থানীয় জ্যেষ্ঠ ব্যক্তি ঘনকান্ত কলিতাৰ সভাপতিত্বত আয়োজিত এই সভাত টীয়ক ৰাজহ চক্ৰৰ বিষয়া বেদান্ত বৰুৱা,জিলা!-->…
ভাৰতে আজি ইতিহাস সৃষ্টি কৰিছেঃ মোডী
ভাৰতে ইতিহাস ৰচনা কৰি চন্দ্ৰত অৱতৰণ কৰে। স্থানীয় সময় অনুসৰি সন্ধিয়া ৬ বজাত দেশৰ মহাকাশযান ‘চন্দ্ৰযান-৩’ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰে। ভাৰতৰ এই সফল আৰু গৌৰৱময় ইতিহাসৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উৎসাহ প্ৰকাশ কৰিছে।
!-->!-->!-->!-->!-->…
মাৰ্ঘেৰিটা এফ আৰ ইউত উপস্থিত টাই আহোম যুৱ পৰিষদ অসমৰ মাৰ্ঘেৰিটা মহকুমা সমিতিৰ সজাঁতি দল
মাৰ্ঘেৰিটা এফ আৰ ইউত উপস্থিত টাই আহোম যুৱ পৰিষদ অসমৰ মাৰ্ঘেৰিটা মহকুমা সমিতিৰ সজাঁতি দল।
চিকিৎসালয়খনৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰাৰ লগতে নৱ নিযুক্ত অধ্যক্ষ মৃদুল গগৈক আদৰণি জ্ঞাপন।
আজি টাই আহোম যুৱ পৰিষদ অসমৰ মাৰ্ঘেৰিটা মহকুমা সমিতিৰ!-->!-->!-->!-->!-->…