নিয়ন্ত্ৰণ হেৰুৱাই ব্ৰহ্মপুত্ৰৰ দ’ খাৱৈত বাগৰিল এখন বাহন, থিতাতে মৃত্যু এজন যুৱক
নিউজ ডেস্ক, ২৮ আগষ্টঃ মায়ঙৰ চনকা হিলৈখুন্দাত ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ পৰা ব্ৰহ্মপুত্ৰ নৈত বাগৰিল এখন বাহন। দুৰ্ঘটনাত থিতাতে মৃত্যু এজন যুৱক। বাহনখনত আছিল ৪জন যুৱক-যুৱতী।আহতকেইজনক উদ্ধাৰ কৰি GMCHত ভৰ্তি কৰোৱা হৈছে।
চনকাৰ পাহাৰীয়া পথেৰে!-->!-->!-->…
পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি, মহানগৰীৰ বৰাগাঁৱত মহিলাক হত্যা কৰি চৰম পথ গ্ৰহণ অবৈধ প্ৰেমিকৰ
নিউজ ডেস্ক, ২৮ আগষ্টঃ নিশা মহানগৰীৰ বৰাগাঁৱত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। পৰকীয়া প্ৰেমৰ বাবে দাৰে ঘপিয়ালে প্ৰেমিকাক।
নিৰঞ্জন গোহাঁই নামৰ এজনৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি আহিছিল ৰীতা দাস নামৰ মহিলাগৰাকীয়ে। ৩ মাহ পূৰ্বে স্বামীক মৰিয়াই!-->!-->!-->…
বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণজয় নীৰজ চোপ্ৰাৰ
নিউজ ডেস্ক, ২৮ আগষ্টঃ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণজয় নীৰজ চোপ্ৰাৰ। এই স্বৰ্ণজয়েৰে নতুন ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই। বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৩ত নীৰজ চোপ্ৰাৰ স্বৰ্ণ জয়। বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰা!-->…
ঐতিহ্যমণ্ডিত বৰনগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সন্মিলন
ঐতিহাসিক বৃহত্তৰ বৰনগৰ অঞ্চলৰ বটবৃক্ষ স্বৰূপ,দেশৰ জনপ্ৰিয় আলোচনী ইণ্ডিয়া ট্যুডেত ২০১৮ চনৰ পৰা ২০২২ চনলৈ একেৰাহে চতুৰ্থবাৰলৈ দেশৰ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ তালিকাত নিজৰ নাম অন্তভুৰ্ক্ত কৰিবলৈ সক্ষম হোৱা,বৰপেটা জিলাৰ দুগ্ধ নগৰী খ্যাত ঐতিহাসিক!-->!-->!-->…
নতুন যুগ নতুন কথা…! ডেকা বুঢ়া কথা নাই আৰম্ভ কৰক ‘মাষ্টাৰডেটিং’!
নতুন যুগ নতুন কথা...! ডেকা বুঢ়া কথা নাই আৰম্ভ কৰক ‘মাষ্টাৰডেটিং’!
এই মুহূৰ্তত ‘মাষ্টাৰডেটিঙে’ ইণ্টাৰনেটৰ দৃষ্টি আকৰ্ষণ কৰিছে।
ইয়াৰ অৰ্থ কি ? ডেটিঙৰ বাবে মাষ্টাৰমাইণ্ড প্লেনিং নে আন কিবা? বহুতে কয় যে এই বিশেষ ডেটিং স্থায়ী সম্পৰ্কত!-->!-->!-->!-->!-->…
গোসাঁইগাঁৱত দুখীয়া আৰ্তজনাৰ কাষত অসম জাতীয় পৰিষদ ধৰ্মীয় সংখ্যালঘূ শক্তি
গৰীৱ-দুখীয়া,আৰ্তজনাৰ কাষত এইবাৰ থিয় দিলে লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদ।গোসাঁইগাঁও মহকুমা তথা বিটিচিৰ ২নং গুমা পাৰিষদীয় সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চল অসম জাতীয় পৰিষদ ধৰ্মীয় সংখ্যালঘু শক্তিৰ সজাতি দলে পৰিদৰ্শন কৰি ৰাইজৰ সমস্যা আৰু!-->!-->!-->…
দিছপুৰ প্ৰেছ ক্লাবৰ ২০২৩ বৰ্ষৰ বঁটা বিতৰণ অনুষ্ঠান
দিছপুৰ প্ৰেছ ক্লাবৰ ২০২৩ বৰ্ষৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানটি শনিবাৰে ৰাজ্যিক লোকনিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় ।অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণৰ সহযোগত আয়োজন কৰা!-->!-->!-->…
বোৱাৰীক যৌন নিৰ্যাতন, স্বামীক ডিঙি কাটি হত্যা কৰিলে পত্নীয়ে
দিনৰ পিছত দিন বোৱাৰীক শহুৰেকে চলালে শাৰীৰিক আৰু যৌন নিৰ্যাতন।
খঙত পত্নীয়ে হত্যা কৰিলে স্বামীক। উত্তৰ প্ৰদেশৰ বদৌনত সংঘটিত হৈছে এই ভয়াৱহ ঘটনা।
আৰক্ষী সূত্ৰৰ মতে, ১৪ আগষ্টত সংঘটিত হৈছিল এই হত্যাকাণ্ড। তদন্তৰ অন্তত পৰিয়ালটোৱে!-->!-->!-->!-->!-->!-->!-->…
বিতৰ্কিত মন্তব্য কৰি বিপদত পৰিছে আমেৰিকান লেখিকা তথা ছ’চিয়েল মিডিয়াৰ জনপ্ৰিয় মুখ এন কল্ট
বুধবাৰে ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ বাবে প্ৰথম বিতৰ্ক অনুষ্ঠিত হয়। প্ৰথম দিনটোত ভাৰতীয় মূলৰ দুগৰাকী আমেৰিকান ৰিপাব্লিকান নিকি হেলী আৰু বিবেক ৰামাস্বামীয়ে অংশগ্ৰহণ কৰে। সেই বিতৰ্কক লৈ ঘৃণনীয় মন্তব্য কৰাৰ বাবে আমেৰিকান!-->!-->!-->…
বয়সৰ লগে লগে ছাল ওলমি গ’লে কি কৰিব
নিয়মীয়াকৈ ৰক্ষণাবেক্ষণৰ অভাৱ, অস্বাস্থ্যকৰ খাদ্য আৰু বয়সৰ ফলত ছালৰ স্থিতিস্থাপকতা হেৰুৱাব পাৰে। ফলত ছালখন ওলমি যাব পাৰে। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতে বিভিন্ন ধৰণৰ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰে। বহুতে বহুত টকা খৰচ কৰি বিভিন্ন!-->!-->!-->…