Daily Time Axom

অৱশেষত চীনে উঠাই দিলে পৰ্যটকৰ বাবে কৰোনা পৰীক্ষা

চীনে বিদেশী পৰ্যটকৰ বাবে বাধ্যতামূলক কৰোনা পৰীক্ষাৰ নিয়ম উঠাই দিলে। এতিয়াৰে পৰা চীনৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত কোনো বিদেশী পৰ্যটকৰ কৰোনা টেষ্ট কৰিব নালাগিব। কৰোনা মহামাৰীৰ সাড়ে তিনি বছৰতকৈও অধিক সময়ৰ পাছত চীনে এই নিয়ম উঠাইছে।

বয়সৰ লগে লগে দেহৰ জুই নুমাই যায় ? সমীক্ষাত দেখা গ’ল ইয়াৰ বিপৰীত ছবি

বয়স বাঢ়ি যোৱাৰ লগে লগে শৰীৰৰ জুই নুমাই যায়। তেতিয়া বন্ধুত্বই মুখ্য ভূমিকা পালন কৰে। সাধাৰণতে সেইদৰেই ভবা হয়। কিন্তু যৌন বিশেষজ্ঞসকলে তেনেকৈ নাভাবে। বৰঞ্চ তেওঁলোকে দাবী কৰে যে বয়স বৃদ্ধিৰ লগে লগে শাৰীৰিক ঘনিষ্ঠতাও বৃদ্ধি পায়

‘বাহুবলী’ আৰু ‘ৰকি ভাই’ এইবাৰ এটা ফ্ৰেমত !

প্ৰভাস আৰু যশক এটা ফ্ৰেমত দেখা যাব। অনুৰাগীৰ প্ৰিয় ‘বাহুবলী’ আৰু ‘ৰকি ভাইক’ এটা ফ্ৰেমত বন্দী কৰা হৈছে। ছবিখনৰ নাম ‘ছালাৰ’। এইলৈ উৰাবাতৰি উলাইছে। শেহতীয়াকৈ এক বিশেষ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ‘ছালাৰ’ৰ প্ৰসংগ কিছু পৰিমাণে ‘কে জি

স্কুলৰ নামত তম্বুৰ তলত পঢ়িছে ! আফগানিস্তানৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে হাৰ মনা নাই আজিও

চৌদিশ আলোকিত হয় শিক্ষাৰ পোহৰেৰে। কিন্তু তালিবানৰ শাসনত আফগানিস্তানৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী এই শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত। কিন্তু সেই দেশৰ ছাত্ৰ-ছাত্ৰীসকলে জেহাদীৰ বন্দুকলৈ ভয় নকৰাকৈয়ে অদম্য ইচ্ছাশক্তিৰে পঢ়া-শুনা অব্যাহত ৰাখিছে।

গহপুৰত নৰ্থ ইষ্ট স্মল ফাইনেঞ্চ বেংকৰ ময়মতালিত অতিষ্ঠ ভোক্তভোগী গ্ৰাহক

বেংক কৰ্মচাৰীৰ প্ৰতি সন্দেহ প্ৰকাশ গ্ৰাহকৰ অতি কম দিনৰ ভিতৰতে ৰাজ্যখনত নিজৰ স্থিতিৰ উমান দি তজবজীয়াকৈ গজি উঠা এটা বেংক হ'ল নৰ্থ ইষ্ট স্মল ফাইনেঞ্চ বেংক। সম্প্ৰতি অসমৰ বহুকেইখন জিলাত বেংকটোৰ শাখা আছে আৰু ৰাইজেও আদৰি লৈছে। বেংকটোৰ

মহানগৰীৰ লখৰাত ১০ লক্ষাধিক টকাৰ ৫০০ টকীয়া জালনোটসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

নিউজ ডেস্ক, ২৯ আগষ্টঃ মহানগৰীত ১০ লাখ টকাৰ জালনোট জব্দ। মহানগৰীৰ লখৰাত ১০ লক্ষাধিক টকাৰ ৫০০ টকীয়া জালনোটসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী।জব্দ ২০টা বান্দিলত ১০ লাখ টকাৰ জালনোটখিনি। লখিমপুৰৰ বিহপুৰীয়াৰ গোহাঁইকলনীৰ পৰা আহিছিল দুই জালনোট

আজিৰে পৰা পুনৰ বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা

নিউজ ডেস্ক, ২৯ আগষ্টঃ আজিৰে পৰা পুনৰ বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে এই সিদ্ধান্ত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ।এক জাননী যোগে এই কথা সদৰী কৰে আভ্যন্তৰীণ জল পৰিবহন বিভাগে। উল্লেখ্য যে, ৰাজ্যৰ

প্ৰথমবাৰৰ বাবে চন্দ্ৰৰ দক্ষিণ মেৰুত মাটিৰ উষ্ণতা পৰীক্ষা কৰিলে ৰ’ভাৰ প্ৰজ্ঞানে

নিউজ ডেস্ক, ২৮ আগষ্টঃ ইতিহাসত প্ৰথমবাৰৰ বাবে চন্দ্ৰৰ দক্ষিণ মেৰুৰ মাটিৰ নমুনা পৰীক্ষা কৰা হৈছে। ভাৰতৰ চন্দ্ৰযান-৩ৰ অংশ ৰ'ভাৰ প্ৰজ্ঞানে ইতিমধ্যে চন্দ্ৰৰ মাটিত কাম আৰম্ভ কৰিছে। সেই অভিযানতেই চন্দ্ৰপৃষ্ঠৰ গভীৰত প্ৰৱেশ কৰি প্ৰথমবাৰৰ বাবে মাটিৰ

দুৰ্ঘটনাত পতিত বলব’ম যাত্ৰীৰ বাহন; আহত ১১ জন

নিউজ ডেস্ক, ২৮ আগষ্টঃ জখলাবন্ধাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত এখন বলব'ম যাত্ৰীৰ বাহন। বলেৰ' পিকআপ বাহনৰ খুন্দাত বগৰিল যাত্ৰীবাহী টেম্প'। দুগৰাকী যুৱতীসহ ১১জন বোলবোম যাত্ৰী আছিল টেম্প'ত। আমলখিৰ

দলিত যুৱকক মৰিয়াই হত্যা; মাতৃকো বিৱস্ত্ৰ কৰাৰ অভিযোগ

নিউজ ডেস্ক, ২৮ আগষ্টঃ পুনৰ এগৰাকী দলিত যুৱকক মৰিয়াই হত্যা কৰাৰ অভিযোগ । পুত্ৰক বচাবলৈ যোৱা যুৱকজনকৰ মাতৃকো বিবস্ত্ৰা কৰা হৈছিল বুলি স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে।দেওবাৰে মধ্যপ্ৰদেশৰ সাগৰ জিলাত সংঘটিত হয় এই ঘটনা। তথ্য পোৱাৰ