Daily Time Axom

১৪ আগষ্টত পাকিস্তানৰ স্বাধীনতা দিৱসৰ দিনা প্ৰধানমন্ত্ৰী শ্বাহবাজে কৰিব পদত্যাগ, বছৰৰ শেষত অনুষ্ঠিত…

আগষ্টত পদত্যাগ কৰিব পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে। শুকুৰবাৰে নিশা দেশবাসীৰ আগত দিয়া ভাষণত তেওঁ এই কথা কয়। "পাকিস্তান মুছলিম লীগ-নৱাজ" (পিএমএল-এন) নেতা শ্বাহবাজে কয় যে, "এই বছৰৰ শেষৰ ফালে দেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত

চিৰাঙৰ বিৰহাংগাঁৱত নিশা পথ দুৰ্ঘটনা, দুৰ্ঘটনাত এজন লোকৰ মৃত্যু

নিউজ ডেস্ক, ১৫ জুলাইঃ চিৰাঙৰ বিৰহাংগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাত নিহত এজন লোক।নিয়ন্ত্রণ হেৰুৱাই পথৰ পৰা দ খাৱৈত বাগৰি পৰে এখন এল্টো বাহন। বাহনখনৰ ভিতৰত শ্বাসৰুদ্ধ হৈ মৃত্যু লোকজনৰ। পথৰ পৰা দ খাৱৈত এখন অল্টো বাহন বাগৰি পৰাত

এছিয়ান গেমছৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ অসমৰ উমা ছেত্ৰীৰ

নিউজ ডেস্ক, ১৫ জুলাইঃ অসমবাসীৰ বাবে সুখবৰ! এছিয়ান গেমছৰ বাবে ঘোষিত ভাৰতীয় চিনিয়ৰ মহিলা ক্ৰিকেট দলত স্থান লাভ অসমৰ উমা ছেত্ৰীৰ। হৰমনপ্ৰিত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোত স্থান লাভ কৰিছে উইকেট কীপাৰ বেটছমেন উমা ছেত্ৰীয়ে। BCCIয়ে ঘোষণা কৰিলে

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে শপত গ্ৰহণ উজ্জ্বল ভূঞা

নিউজ ডেস্ক, ১৪ জুলাইঃ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপতগ্ৰহণ অসম সন্তান উজ্জ্বল ভূঞাৰ। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুৰে উজ্জ্বল ভূঞাক পাঠ কৰোৱালে শপত বাক্য। তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দায়িত্বত আছিল উজ্জ্বল ভূঞা। ২০১১

আজি ২-৩৫ বজাত মহাকাশলৈ যাত্ৰা কৰিব চন্দ্ৰযান-৩য়ে

নিউজ ডেস্ক, ১৪ জুলাইঃ আজি দুপৰীয়া ২-৩৫ বজাত মহাকাশলৈ যাত্ৰা কৰিব চন্দ্ৰযান-৩য়ে। শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হ'ব চন্দ্ৰযান-৩খন। এই ঐতিহাসিক অভিযানৰ বাবে সম্পূৰ্ণ সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ISRO।এই শুভক্ষণৰ বাবে চন্দ্ৰযান-৩

দক্ষিণ কোৰিয়াত প্ৰথমবাৰৰ বাবে পাণ্ডাই যমজ সন্তান জন্ম দিলে

দক্ষিণ কোৰিয়াৰ চিৰিয়াখানাত জন্ম দিলে এটা বিশাল পাণ্ডাই যমজ সন্তান। চিৰিয়াখানা কৰ্তৃপক্ষই ঘোষণা কৰে যে যোৱা ৰাজধানী ছিউলৰ "এভাৰলেণ্ড থিম পাৰ্ক" চিৰিয়াখানাত যমজ সন্তান দুটাৰ জন্ম হৈছে। যমজ সন্তানৰ মাতৃৰ পাণ্ডা নাম আই বাও।

দুদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সলৈ প্ৰধানমন্ত্ৰী মোদী

নিউজ ডেস্ক, ১৩ জুলাইঃ বৃহস্পতিবাৰৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই ভ্ৰমণৰ সময়চোৱাত মোডীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব। INS বিক্ৰান্তৰ বাবে ২৬ খন

সুখবৰ! চন্দ্ৰযান-৩ অভিযানৰ উৎক্ষেপণ নিয়ন্ত্ৰণ পৰিচালনা কৰিব এগৰাকী অসমীয়াই

নিউজ ডেস্ক, ১৩ জুলাইঃ অসমবাসীৰ বাবে আন এক সুখবৰ। চন্দ্ৰযান-৩ উৎক্ষেপণ নিয়ন্ত্ৰণৰ দায়িত্বত অসম সন্তান। গুৰু-দায়িত্ব লাভ কৰিছে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ চয়ন দত্তই। তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিকছ, যোগাযোগ অভিযান্ত্ৰিকৰ প্ৰাক্তন

ৰাজ্যত পুনৰ এনকাউণ্টাৰ, গুলীবিদ্ধ হ’ল ড্ৰাগছ মাফিয়া মফিজুল

নিউজ ডেস্ক, ১২ জুলাইঃ ৰাজ্যত পুনৰ এনকাউণ্টাৰ।মৰিগাঁৱত ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলী। ধৰমতুলৰ বৰবৰিত গুলীবিদ্ধ হ'ল ড্ৰাগছ মাফিয়া মফিজুল। অধিক ড্ৰাগছৰ লগতে আন ড্ৰাগছ সৰবৰাহকাৰীৰ সন্ধানত মফিজুলক লৈ আৰক্ষীয়ে অভিযান চলাইছিল। আৰক্ষীয়ে ড্ৰাগছৰ

এভাৰেষ্টৰ সমীপত উদ্ধাৰ নিৰুদ্দেশ হোৱা হেলিকপ্টাৰৰ ধ্বংসাৱশেষ, ৫জন পৰ্যটক আৰু কেপ্তেইনৰ মৃত্যু

মাউণ্ট এভাৰেষ্টৰ ওচৰত উদ্ধাৰ ধ্বংসাৱশেষ। কাঠমাণ্ডুলৈ যাত্ৰা আৰম্ভ কৰা হেলিকপ্টাৰখনত থকা ৬ জন লোকৰ আটাইকেইজন লোকৰ মৃত্যু হৈছে। হেলিকপ্টাৰখন নিৰুদ্দেশ হোৱাৰ তিনি ঘণ্টাৰ পিছতে উদ্ধাৰ হয় ধ্বংসাৱশেষ। পাঁচজন মেক্সিকান নাগৰিকৰ সৈতে