ব্ৰাজিলৰ অট্টালিকা ভাঙি মৃত্যুৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি
উত্তৰ-পূব ব্ৰাজিলত অবৈধভাৱে বসবাস কৰা এটা অট্টালিকা আংশিক ভাঙি মৃত্যু হোৱা লোকৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি পাইছে। জীৱিতসকলক উদ্ধাৰৰ বাবে অনুসন্ধান অভিযান সম্পূৰ্ণ কৰি শনিবাৰে কৰ্তৃপক্ষই এই কথা প্ৰকাশ কৰে।
শুকুৰবাৰে সংঘটিত হয় এই!-->!-->!-->!-->!-->…
চাৰিখন ৰাজ্যত নিৰ্বাচনৰ পূৰ্বে ৰণ কৌশলৰ সিদ্ধান্ত ল’ব বিজেপিয়ে
চাৰিখন ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ বৈঠকত দলটোৰ ৰণ কৌশল নিৰ্ণয় কৰিবলৈ ওলাইছে। দেওবাৰে হায়দৰাবাদ চহৰত বিজেপিৰ সভাপতি জে পি নাড্ডাই এই বৈঠকৰ সভাপতিত্ব কৰিব। বিজেপিৰ সূত্ৰ অনুসৰি এই বৈঠকত ১১খন ৰাজ্যৰ বিজেপিৰ!-->!-->!-->…
কেলিফৰ্ণিয়াত বিমান দুৰ্ঘটনা, ছয়জন লোকৰ মৃত্যু
পুৱাৰ ভাগত কেলিফৰ্ণিয়াত দুৰ্ঘটনাগ্ৰস্ত হয় যাত্ৰীসহ এখন বাণিজ্যিক জেট বিমান। তাত মুঠতে ৬ জন লোক আছিল। সকলোৰে থিতাতে মৃত্যু হয়।
শনিবাৰে সংঘটিত হয় এই দুৰ্ঘটনা। কেলিফৰ্ণিয়াৰ মুৰিটাৰ ফ্ৰেন্স ভেলী বিমানবন্দৰৰ সমীপত বিমানখন!-->!-->!-->!-->!-->…
প্ৰপত্ৰ আৱেদন চলি আছে IDOL OF ASSAM (VOICE OF ZUBEENS MUSIC), SEASON-1ৰ
শীঘ্ৰেই আৰম্ভ হ'ব শিল্পী জুবিন গাৰ্গৰ গীতকলৈ শিল্পী অনুপম শইকীয়াৰ পৰিচালনাৰে আৰু জেষ্ঠ সাংবাদিক অৱনী বৰুৱাৰ সহপৰিচালনাৰে HD Entertainmentৰ মুখ্য পৰিচালন সঞ্চালক হিৰকজ্যোতি ভূঞা আৰু পৰিচালন সঞ্চালক ডিম্পল বৰুৱাৰ প্ৰযোজনাৰে IDOL OF ASSAM!-->…
হেঙেৰাবাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ চৌহদত উদ্ধাৰ দুজনকৈ যুৱকৰ মৃতদেহ
হেঙেৰাবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।
হেঙেৰাবাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ চৌহদত উদ্ধাৰ দুজনকৈ যুৱকৰ মৃতদেহ।
হেঙেৰাবাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ চৌহদৰ থকা জংঘলৰ মাজত উদ্ধাৰ হৈছে এই যুৱক দুজনৰ মৃতদেহ।
!-->!-->!-->!-->!-->!-->…
এইবোৰ অভ্যাস থাকিলে কলেজ বা অফিচত কেতিয়াও ঠগ নাখায়
স্কুলৰ সিপাৰে কলেজ।
স্নাতক হোৱাৰ পিছত কাৰ্যালয়। পাছত কেৰিয়াৰ বিকাশ কৰি ত্ৰিশ বছৰৰ আগতে কামত প্ৰৱেশ কৰা হয়। সেয়ে কিছুমান অভ্যাস জানিলে ভাল।
আপোনাৰ দয়ালু হৃদয়ৰ বাবে আপুনি প্ৰশংসিত। ই আপোনাৰ অন্তৰ্নিহিত শক্তিৰ প্ৰকাশ। কিন্তু আনক!-->!-->!-->!-->!-->!-->!-->…
উত্তৰ ভাৰতত ২৪ ঘন্টাত ৫ জন লোকৰ মৃত্যু, কেইবাখনো ৰাজ্যত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি
উত্তৰ ভাৰতত বানৰ বাবে ক্ষতি অব্যাহত আছে।
ধাৰাসাৰ বৰষুণৰ ফলত জনজীৱন স্তব্ধ হৈ পৰিছে। যোৱা ২৪ ঘন্টাত বৰষুণৰ বাবে ৰাজস্থানত ৪ জন আৰু দিল্লীত এজন লোকে প্ৰাণ হেৰুৱাইছে।
তথ্য অনুসৰি এই সপ্তাহতো দিল্লী, হাৰিয়ানা, হিমাচল প্ৰদেশ,!-->!-->!-->!-->!-->!-->!-->…
সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সাংবাদিকক দুৰ্ব্য়ৱহাৰ
পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাংবাদিকৰ
বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্দীপ কুমাৰ কানুক অচিৰেই নিলম্বনৰ দাবী তুলি পূব গুৱাহাটী প্ৰেছ!-->!-->!-->!-->!-->…
হাৰিয়ানাত গাড়ী-বাছৰ সংঘৰ্ষ, ৮ জন নিহত, ১২ জন আহত
হাৰিয়ানাত ভয়ংকৰ পথ দুৰ্ঘটনা।
এখন যাত্ৰীবাহী বাছ আৰু এখন ক্রুজাৰৰ মাজত মুখামুখি সংঘৰ্ষ। যাৰ ফলত ৮ জন লোকে প্ৰাণ হেৰুৱালে।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, জিন্দৰৰ ভিয়ানী পথত সংঘটিত হৈছে এই ঘটনা। এখন যাত্ৰীবাহী বাছ আৰু এখন!-->!-->!-->!-->!-->!-->!-->…
বিবাহৰ প্ৰতিশ্ৰুতিৰে সন্মতিসূচক যৌন সম্পৰ্ক ধৰ্ষণ নহয়,উচ্চ ন্যায়ালয়ৰ ৰায়
উৰিষ্যা উচ্চ ন্যায়ালয়ে ৰায় দিছে যে বিবাহৰ প্ৰতিশ্ৰুতি ভংগ হ’লেও যদি সন্মতিসূচক যৌন সম্পৰ্ক স্থাপন কৰা হয় তেন্তে ইয়াক ধৰ্ষণ বুলি গণ্য কৰা নহ’ব।
ভুৱনেশ্বৰত এজন লোকৰ বিৰুদ্ধে দাখিল কৰা ধৰ্ষণৰ গোচৰ উচ্চ ন্যায়ালয়ে খাৰিজ কৰে। জনা!-->!-->!-->!-->!-->…