Daily Time Axom

ৰক্তচাপ নিৰৱ হত্যাকাৰী ! ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিদিনে এই নিয়ম মানি চলক

উচ্চ ৰক্তচাপত আক্ৰান্ত লোকৰ সংখ্যা কম নহয়। মানুহৰ স্বাভাৱিক ৰক্তচাপ ৮০ৰ পৰা ১২০ৰ ভিতৰত হ’ব লাগে। যদি ১২০ৰ ওপৰলৈ যায় তেন্তে ইয়াক উচ্চ ৰক্তচাপৰ সমস্যা হিচাপে গণ্য কৰা হয়। এই ৰোগৰ আগতীয়া কোনো লক্ষণ দেখা নাযায় বাবে এই ৰোগক সেয়ে ইয়াক

চীনৰ বি আৰ আই প্ৰকল্পক পুনৰ সমৰ্থন কৰা নাই ভাৰতে

ভাৰতে পুনৰ চীনৰ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ (বি আৰ আই)ক সমৰ্থন কৰাৰ পৰা বিৰত আছে। এই প্ৰকল্পৰ বিৰোধিতা কৰা চাংহাই সহযোগিতা সংস্থাৰ একমাত্ৰ সদস্য ভাৰত। ৰাছিয়া, পাকিস্তান, কাজাখস্তান, কিৰ্গিস্তান, তাজিকিস্তান আৰু উজবেকিস্তানে বি আৰ

মুক্তিৰ পূৰ্বে ৬০০ কোটি টকা আয়

বলীউডৰ কিং শ্বাহৰুখ খানে চাৰিটা দীঘলীয়া বছৰৰ অন্তত ‘পাথান’ চিনেমাখনৰ জৰিয়তে ৰাজকীয় প্ৰত্যাৱৰ্তন ঘটালে। এই ছবিখন বলীউডৰ সৰ্বকালৰ ব্যৱসায়িকভাৱে সফল ছবি হিচাপে পৰিগণিত হৈছে। শ্বাহৰুখৰ পৰৱৰ্তী চিনেমা ‘জৱান’ আৰু ‘ডাংকি’ চলিত বৰ্ষৰ

ৰাহুল গান্ধী জেললৈ যোৱাৰ আশংকা আছে নেকি

ৰাষ্ট্ৰীয় কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মোডীৰ উপাধিৰ ওপৰত কৰা ‘বিতৰ্কিত’ মন্তব্যক লৈ দাখিল কৰা মানহানিৰ গোচৰত জেললৈ যোৱাৰ সম্ভাৱনা আছে। ২৩ মাৰ্চত ভাৰতৰ গুজৰাট ৰাজ্যৰ চুৰাট দণ্ডাধীশ আদালতে ৰাহুলক এই গোচৰত দোষী সাব্যস্ত কৰে, আৰু

প্ৰেমিকৰ লগত নিজৰ হাতেৰে পত্নীক বিয়া কৰাই দিলে স্বামীয়ে

১৯৯৯ চনৰ ব্লকবাষ্টাৰ ছবি 'হম দিল দে চুকে সনাম'ৰ বাস্তৱ ছবি এয়া। বিহাৰৰ নৱাদা জিলাত দেখা গ’ল এক ঘটনা। বিয়াৰ পিছতো পত্নীয়ে প্ৰেমিকক পাহৰিব পৰা নাছিল। এই কথা জানি স্বামীয়ে পত্নীক প্ৰেমিকৰ লগত বিয়া কৰাই দিলে। সঞ্জয় লীলা

হৃদৰোগঃনিৰৱ ঘাতক, সাৱধান !

বেছিভাগ মানুহেই জানে যে হৃদৰোগৰ মূল বিপদজনক কাৰক হ’ল উচ্চ ৰক্তচাপ, ধূমপান, অতিৰিক্ত কলেষ্টেৰল আৰু অতিৰিক্ত শৰীৰৰ ওজন। তথাপিও বহুতৰে হাৰ্ট এটেক হয় যাৰ এই জনা সমস্যাবোৰৰ কোনোটোৱেই নাই। এতিয়া গৱেষণাৰ পৰা দেখা গৈছে যে গাউট,

কাজলে প্লাষ্টিক চাৰ্জাৰীৰ কথা মুকলিকৈ কি ক’লে

বলীউডত অভিনেতাৰ ‘প্লাষ্টিক চাৰ্জাৰী’ক লৈ বহু উৰাবাতৰিৰ সৃষ্টি হয়। কোনো কোনোৱে কয় যে নায়িকাসকলে এনে অস্ত্ৰোপচাৰৰ সহায় লয়। আকৌ নায়কসকলো যে তালিকাত আছে সেই কথাটো মনলৈ আহে। শেহতীয়াকৈ কাজলে এই বিষয়ত নিজৰ স্থিতি স্পষ্ট কৰি দিয়ে।

পাকিস্তানত মুষলধাৰ বৰষুণৰ ফলত ৮টা শিশুসহ কমেও ৫০ জন লোক নিহত

তীব্ৰ বানপানী আৰু ভূমিস্খলনৰ সন্মুখীন হৈছে পাকিস্তান। প্ৰাকৃতিক দুৰ্যোগৰ ফলত ৮টা শিশুসহ কমেও ৫০জন লোকৰ মৃত্যু হৈছে। যোৱা মাহৰ পৰা অবিৰত বৰষুণৰ ফলত চুবুৰীয়া দেশৰ জনসাধাৰণ ক্ষতিগ্ৰস্ত হৈছে। পৰিস্থিতি অধিক জটিল হৈ পৰিছে।

প্ৰতিকূল বতৰৰ কাৰণে অমৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত

প্ৰতিকূল বতৰ। অমৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত ৰখা হৈছে। ধাৰাসাৰ বৰষুণ আৰু অশুভ বতৰৰ বাবে শুকুৰবাৰে এই ঘোষণা। জানিব পৰা গৈছে যে জম্মু-কাশ্মীৰ প্ৰশাসনে তীৰ্থযাত্ৰীসকলৰ কথা চিন্তা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বিগত কিছুদিন ধৰি দেশৰ

পাকিস্তানত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত এজন মেজৰসহ চাৰিজন জোৱান নিহত

উত্তৰ-পশ্চিম পাকিস্তানত উগ্ৰপন্থীৰ সৈতে হোৱা সংঘৰ্ষ আৰু আত্মঘাতী গাড়ী বোমা বিস্ফোৰণত সেনা মেজৰ সহ কমেও চাৰিজন জোৱান নিহত হৈছে। আফগানিস্তানৰ সীমান্তৱৰ্তী আৰু পূৰ্বৰ উগ্ৰপন্থী দুৰ্গ খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ খাইবাৰ আৰু উত্তৰ