কেন্দ্ৰীয় সাংসদ দলৰ পানী প্ৰকল্প পৰিদৰ্শন উত্তৰ গুৱাহাটীত
উত্তৰ গুৱাহাটীত উপষ্ঠিত হৈছেহি ১৩ জনীয়া সাংসদৰ দল ।
দিল্লীৰ পৰা আহি উপস্থিত হ'ল ৰংমহল পানী যোগান প্ৰকল্পত ।
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৱাহাটী সংমণ্ডল অধীনৰ ৰংমহল পানী যোগান প্ৰকল্প পৰিদৰ্শন কৰি বুজ ললে কেন্দ্ৰীয় সাসদৰ দলটিয়ে ।!-->!-->!-->!-->!-->!-->!-->…
আপোনাৰ ওজন বৃদ্ধি পাইছে নেকি, কেৱল শাক-পাচলি খাওক
আপোনাৰ ওজন বৃদ্ধি পাইছে নেকি ? যদি পাইছে ভাত-ৰুটি খোৱা বাদ দি কেৱল শাক-পাচলি কওক। কিন্তু অধিক শাক-পাচলি খোৱাটো স্বাস্থ্যৰ বাবে বহুত উপকাৰীও নহয়। কিছুমান শাক-পাচলি অতিৰিক্ত খালে হিতে বিপৰীত হ’ব পাৰে, জানো আহক:
ফুলকবিফুলকবি!-->!-->!-->!-->!-->!-->!-->…
চীন ভ্ৰমণৰ বিৰুদ্ধে নাগৰিকক সকীয়াই দিছে আমেৰিকাই
যোৱা শুকুৰবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে চীন ভ্ৰমণৰ সন্দৰ্ভত আমেৰিকাৰ নাগৰিকসকলৰ বাবে নতুন সতৰ্কবাণী জাৰি কৰিছিল।
‘অন্যায়ভাবে’ আটক হোৱাৰ আশংকাত চীন ভ্ৰমণৰ বিৰুদ্ধে নাগৰিকক সকীয়াই দিছে আমেৰিকাই।
অৱশ্যে চীন ভ্ৰমণ সন্দৰ্ভত!-->!-->!-->!-->!-->!-->!-->…
সভ্য সমাজক লজ্জিত কৰা কাণ্ড! যুৱকৰ গাত নিক্ষেপ প্ৰস্ৰাৱ
নিউজ ডেস্ক, ৫ জুলাইঃ সভ্য সমাজক লজ্জিত কৰা কাণ্ড! হাতত জলন্ত চিগাৰেট লৈ যুৱকৰ গাত নিক্ষেপ প্ৰস্ৰাৱ। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে মানৱ জাতিক লজ্জানত কৰা এই ভিডিঅ’। মধ্য প্ৰদেশৰ সিধী জিলাৰ বিজেপি নেতা প্ৰবেশ শুক্লাৰ এই ভিডিঅ’ ভাইৰেল হৈ!-->…
৬০ বছৰত এদিনো শুৱা নাই তেওঁ
৮০ বছৰীয়া ভিয়েটনামী নাক থাই এনগক, যি এবছৰ বা দুবছৰ নহয় ৬০ বছৰ ধৰি শুৱা নাই। তেওঁ দাবী কৰিছে যে তেওঁ ৬০ বছৰত এদিনো শুৱা নাই। তেওঁৰ পৰিয়াল আৰু ওচৰ-চুবুৰীয়াই কেতিয়াও শুৱা থকা দেখা নাছিল।
টাইমছনিউজে প্ৰকাশ কৰা অনুসৰি এসময়ত নাক থাই!-->!-->!-->…
মাংস খোৱাৰ আগতে কি কি জানি লোৱাটো গুৰুত্বপূৰ্ণ
অবিৰতভাৱে মাংস সেৱন কৰিলে স্বাস্থ্যজনিত বিপদৰ সৃষ্টি হ’ব পাৰে।
সাধাৰণতে এজন সুস্থ ব্যক্তিয়ে সপ্তাহত দুদিন ৰঙা মাংস খালে কোনো ধৰণৰ জটিলতাৰ সৃষ্টি নহয়। কিন্তু ডায়েবেটিছ, হৃদৰোগ, উচ্চ ৰক্তচাপ, বৃক্কৰ জটিলতা আদি ৰোগ থাকিলে!-->!-->!-->!-->!-->!-->!-->…
মহিলাৰ বাবে বিউটি পাৰ্লাৰ নিষিদ্ধ
আফগানিস্তানৰ তালিবান চৰকাৰৰ মহিলাৰ বিৰুদ্ধে নতুন নিয়ম। এইবাৰ দেশখনৰ চৰকাৰে ৰাজধানী কাবুলকে ধৰি সমগ্ৰ দেশতে মহিলাৰ দ্বাৰা পৰিচালিত বিউটি পাৰ্লাৰ (বিউটি চেলুন)ত নিষেধাজ্ঞা জাৰি কৰিছে। তালিবান চৰকাৰৰ নৈতিকতা আৰু মূল্যবোধ মন্ত্ৰালয়ৰ!-->!-->!-->…
এইবাৰ ইডিয়ে অনিল আম্বানীৰ পত্নী টিনাক চমন জাৰি কৰিছে
সোমবাৰে ইডিয়ে মাতি আনিছিল উদ্যোগপতি অনিল আম্বানীক।
বৈদেশিক মুদ্ৰা আইন উলংঘা কৰাৰ অভিযোগত সোমবাৰে অনিলক জেৰা কৰে বলবৎকাৰী সঞ্চালকালয়ে। মঙলবাৰে ইডিয়ে একেটা গোচৰতে পত্নী টিনা আম্বানীক চমন কৰে। মঙলবাৰে তেওঁ দক্ষিণ মুম্বাইৰ ইডিৰ!-->!-->!-->!-->!-->…
ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত প্ৰায় ৪০জনকৈ যাত্ৰী
নিউজ ডেস্ক, ৪ জুলাইঃ চাপৰৰ হাতীপোতাস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দিয়াই ৰাস্তাৰ কাষত বাগৰি পৰিল যাত্ৰীবাহী এখন আল্ট্ৰা বাছ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় প্ৰায় ৪০জনকৈ যাত্ৰী।
আহতসকলক!-->!-->!-->…
পুনৰ ৭ টকাকৈ বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম
নিউজ ডেস্ক, ৪ জুলাইঃ জনতাৰ মূৰত আন এক মাধমাৰ! পুনৰ বৃদ্ধি পালে ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম। প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৭ টকাকৈ বৃদ্ধি। দিল্লীত ইয়াৰ খুচুৰা মূল্য ১,৭৭৩ টকাৰ পৰা ১,৭৮০ টকালৈ বৃদ্ধি হৈছে।
একেৰাহে তিনিবাৰ মূল্য হ্ৰাসৰ!-->!-->!-->…