Daily Time Axom

আজি গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

নিউজ ডেস্ক, ৪ জুনঃ আজি গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় । মা কামাখ্যাৰ আশিস গ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে। IIT গুৱাহাটীৰ দুটাকৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে। অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া

জেকলিনে এটা বিলাসী ঘৰ কিনিলে,”কোনে দিলে”

তেওঁৰ হাতত কোনো ছবি নাই। দুটামান বিজ্ঞাপন আৰু ছলমানৰ সৈতে ডাবাং কৰিলে। বলীউডৰ অভিনেত্ৰী জেকলিনে ক্ৰয় কৰিলে ১২ কোটি টকাৰ বিলাসী বাংলো! সূত্ৰ অনুসৰি জেকলিনৰ ফ্লেটত আছে অত্যাধুনিক জিম, চুইমিং পুল। জেকলিনে এই ঘৰটো ক্ৰয় কৰাৰ খবৰ বিয়পি

মহাৰাষ্ট্ৰৰ নাটকৰ মাজতে কংগ্ৰেছে বিজেপি বিৰোধী মিত্ৰজোঁটৰ পৰৱৰ্তী বৈঠকৰ দিন ঘোষণা

মহাৰাষ্ট্ৰত মহা নাটক। বিদ্ৰোহী অজিত পাৱাৰ। অজিত পাৱাৰে ৮ জন বিধায়ক লৈ দল ত্যাগ কৰি এন ডি এৰ লগত হাত মিলালে। মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপেও শপত গ্ৰহণ কৰে। এনে পৰিস্থিতিত সোমবাৰে কংগ্ৰেছৰ হৈ কে চি ভেনুগোপালে কয় যে বিৰোধী

ফ্ৰান্সৰ প্ৰতিবাদ বেলজিয়াম পালেগৈ

ফ্ৰান্সত এজন কিশোৰক ট্ৰেফিক আৰক্ষীয়ে গুলীয়াই হত্যা কৰে। ফলত ব্যাপক প্ৰতিবাদে জোকাৰিছে ফ্ৰান্সক। অব্যাহত আছে স্বতঃস্ফূৰ্ত প্ৰতিবাদ। এইবাৰ ফ্ৰান্সৰ প্ৰতিবাদ চুবুৰীয়া ৰাষ্ট্ৰ বেলজিয়ামলৈ বিয়পি পৰিছে।আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ

শংখ বজালে শৰীৰৰ এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাব পাৰি

শংখ বজাব পাৰেনে? কিছুমানে যথেষ্ট ভাল কাম কৰিব পাৰে। কিছুমান মানুহে হাজাৰবাৰ চেষ্টাও কৰিব নোৱাৰে। সন্ধিয়া সময়ত বহু ঠাইত শংখৰ শব্দ শুনা যায়। কিন্তু শংখ বজোৱাৰ অনেক উপকাৰ আছে। হিন্দুসকলৰ মতে শংখ বিষ্ণুৰ হাতত থাকে। শংখৰ শব্দই সকলো

হাতত চোকা অস্ত্ৰ, ইটোৰ পিছত সিটোকৈ হত্যা প্ৰভাসৰ

ইখনৰ পিছত সিখনকৈ ছবিখন ফ্লপ । 'আদিপুৰুষ' বক্স অফিচত বিপুল ফ্লপ। অৱশ্যে দক্ষিণৰ তাৰকা প্ৰভাসৰ দাম কমা নাই। ইখনৰ পিছত সিখন ছবিত স্বাক্ষৰ কৰিছে। আৰু এতিয়া চাব একচন অৱতাৰত ! মঙলবাৰে মুক্তি পালে প্ৰভাসৰ নতুন ছবি ছালাৰৰ ফাৰ্ষ্ট

উত্তৰ গুৱাহাটীৰ হিন্দী কলেজত পুনৰ পাঠদান

ৰাষ্ট্ৰ ভাষাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা কিমান ,সেই কথা আজি আমি দেখুৱাম । ৰাজ্যৰ একমাত্ৰ হিন্দি শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত আৰম্ভ হ'ব নেকি পুণৰ পাঠদান । হয় ,উত্তৰ গুৱাহাটী ৰজাদূৱাৰ স্থিত হিন্দী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পাঠদান

অসমবাসীৰ বাবে এক গৌৰৱৰ খবৰ! ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিলে অসম সন্তান উমা ছেত্ৰীয়ে

নিউজ ডেস্ক, ৩ জুলাইঃ অসমবাসীৰ বাবে এক গৌৰৱৰ খবৰ! ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিলে বোকাখাতৰ উমা ছেত্ৰীয়ে। ভাৰতীয় জাতীয় ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথমগৰাকী অসম সন্তান উমা ছেত্ৰী। BCCIয়ে ঘোষণা কৰিছে ক্ৰিকেটাৰগৰাকীৰ নাম। T20 আৰু এদিনীয়া

পুৱাই প্ৰধানমন্ত্ৰীৰ দিল্লীৰ বাসগৃহৰ ন’ ফ্লাইং জ’নত উৰিল ড্ৰোন

নিউজ ডেস্ক, ৩ জুলাইঃ পুৱাই প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওপৰত পৰিলক্ষিত হ’ল ড্ৰোণ। নিৰাপত্তীৰক্ষীয়েও এই বিষয়ে একো তথ্য লাভ কৰা নাই। ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসভৱন ন’ফ্লাইং জ’নৰ

নিশা কচুৱাৰ সোণাৰুগুৰিত বৰযাত্ৰীক আক্ৰমণঃ দুৰ্বৃত্তই কাঢ়ি নিলে অলংকাৰ, নগদ ধন

নিউজ ডেস্ক, ৩ জুলাইঃ নিশা নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত সোনাৰুগুৰিত বৰযাত্রীৰ ওপৰত দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণ। দুৰ্বৃত্তৰ আক্ৰমণত কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয়। নিশা বিয়া ঘৰৰ পৰা বৰযাত্রীসকলে উভতাৰ পথত কচুৱাৰ সোনাৰুগুৰিৰ দলঙত চাৰিজনীয়া