Daily Time Axom

গীনিজ ৰেকৰ্ডত অংশ লোৱা বিহুৱা-বিহুৱতীক আজি প্ৰদান কৰিব মানপত্ৰ আৰু অনুদান

নিউজ ডেস্ক, ৩০ জুনঃ বিশ্ব অভিলেখ গঢ়া বিহুৱা-বিহুৱতীলৈ চৰকাৰৰ অনুদান। জিলাই জিলাই বিহুৱা–বিহুৱতীক ধন বিতৰণ কৰিব মুখ্যমন্ত্ৰী-মন্ত্ৰীসকলে। আজি তেজপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে বিতৰণ কৰিব অনুদান। প্ৰদান কৰিব মানপত্ৰ

তামুলপুৰৰ কাউলীত ভয়ংকৰ পথ দুৰ্ঘটনা, বাইক আৰু চাইকেলৰ সংঘৰ্ষত নিহত এজন

নিউজ ডেস্ক, ৩০ জুনঃ তামুলপুৰৰ কাউলীত ভয়ংকৰ পথ দুৰ্ঘটনা। বাইক আৰু চাইকেলৰ সংঘৰ্ষত নিহত এজন লোক।গুৰুতৰভাৱে আহত হৈছে আন দুজন লোক। নিহত যুৱকজনৰ নাম অজিত সিংহ বুলি জানিব পৰা গৈছে।চিকিৎসাালয়লৈ নিয়াৰ পথতে মৃত্যু হয় যুৱকজনৰ।

কিশোৰীক উলংগ কৰি ফটো উঠোৱা ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয়ক বৰ্খাস্ত

নিউজ ডেস্ক, ৩০ জুনঃ অৱশেষত ঘগ্ৰাপাৰ থানাৰ OC বিমান ৰয়ক বৰ্খাস্ত। আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে দিলে বৰ্খাস্তৰ নিৰ্দেশ। বৃহস্পতিবাৰে বিমান ৰয়ক পলাতক ঘোষণা কৰিছিল অসম আৰক্ষীয়ে। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইটাৰৰ জৰিয়তে এই কথা জনায়।

ছিপাঝাৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ নিয়ন্ত্ৰণ হেৰুৱাই সোমালগৈ খাৱৈত

নিউজ ডেস্ক, ২৯ জুনঃ ছিপাঝাৰত পুৱাই পথ দুৰ্ঘটনা। ছিপাঝাৰৰ মাৰৈত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত সোমালগৈ এখন যাত্ৰীবাহী বাছ। দুৰ্ঘটনাৰ ফলত শিশু-মহিলাসহ গুৰুতৰভাৱে আহত হয়। আহত ১৫জনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

বৰপেটাৰোড চহৰত পথ দুৰ্ঘটনা, তীব্ৰবেগী মাৰুতীৰ খুন্দাত APDCLৰ কৰ্মচাৰীৰ মৃত্যু

নিউজ ডেস্ক, ২৮ জুনঃ বৰপেটাৰোড চহৰত পথ দুৰ্ঘটনা। তীব্ৰবেগী মাৰুতীৰ খুন্দাত APDCLৰ কৰ্মচাৰীৰ মৃত্যু। মঙলবাৰে নিশা প্ৰায় ৮-৩০ বজাত বৰপেটাৰোডৰ এ পি ডি চি এলৰ কাৰ্যালয়ৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা। মৃত লোকজন বৰপেটাৰ হেমন্ত দাস। দুৰ্ঘটনাটোত

পুৱাই সোণাপুৰৰ দিচাং ৰিজৰ্টত ভয়ংকৰ অগ্নিকাণ্ড

নিউজ ডেস্ক, ২৮ জুনঃ সোণাপুৰৰ দিচাং ৰিজ’ৰ্টত বিধ্বংসী অগ্নিকাণ্ড। জুইত ভস্মীভূত ৰিজ’ৰ্টখনৰ বহু সামগ্ৰী। অগ্নিকাণ্ডত কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ হয়। অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনেৰে জুই নিৰ্বাপণৰ চেষ্টা কৰে। বৰ্তমানেও জানিব পৰা হোৱা

বোকাখাতৰ লটাবাৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এটি কিশোৰ

নিউজ ডেস্ক, ২৭ জুনঃ বোকাখাতৰ লটাবাৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। ঘটনাস্থলীতে নিহত এটি কিশোৰ, গুৰুতৰভাৱে আহত ৩জনৈ লোক। ঘটনাত নিহত উত্তৰ প্ৰদেশৰ নিৰ্মল ৰামকুমাৰ।গুৰুতৰভাৱে আহত দুজনক GMCHলৈ প্ৰেৰণ কৰা হয়। লতাবাৰীৰ ইণ্ডিয়ান পেট্ৰ'ল পাম্পৰ

তেজপুৰৰ চানমাৰি ৰে’লগেটত চাঞ্চল্যকৰ হত্যাকাণ্ড

নিউজ ডেস্ক, ২৭ জুনঃ তেজপুৰৰ চান্দমাৰী ৰে'ল গেটত চাঞ্চল্যকৰ হত্যাকাণ্ড। বনকৰা মহিলাক গৃহস্থই হত্যা কৰি পুতি থ'লে চৌহদত। ৰাজু আইচ নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই ঘটনা। আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ৰাজু আইচে। আনুমানিক ৩ ৰ পৰা ৪ দিন পূৰ্বে

নগাঁৱৰ চলচলিত গুলীচালনাৰ ঘটনা, ব্যৱসায়ীলৈ লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ

নিউজ ডেস্ক, ২৭ জুনঃ নগাঁৱত ব্যৱসায়ীলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা। হয়বৰগাঁৱৰ চলচলিত সংঘটিত হয় এই ঘটনা। হাফিজুৰ ৰহমান নামৰ ব্যৱসায়ীলৈ লক্ষ্য কৰি এই গুলীচালনা। গুলী চালনাৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে ইনামূল হাছান নামৰ এজন লোকক।

মহানগৰীৰ কাহিলিপাৰাত ভয়ংকৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই সৰ্বশিক্ষাৰ চৌহদত সোমাল চিটীবাছ

নিউজ ডেস্ক, ২৬ জুনঃ মহানগৰীৰ কাহিলিপাৰাত ভয়ংকৰ দুৰ্ঘটনা। সৰ্বশিক্ষাৰ চৌহদত সোমাল তীব্ৰবেগী চিটীবাছ। নিয়ন্ত্ৰণ হেৰুৱাই সৰ্বশিক্ষাৰ চৌহদত সোমাল চিটীবাছখন। দ্ৰুতবেগৰে যোৱা এখন চিটিবাছে মহতিয়াই নিলে আন এখন চিটিবাছক।চিটীবাছখনৰ নম্বৰ AS 01 HC