মোডী জ্বৰত কঁপিছে আমেৰিকা
নিউয়ৰ্কৰ ঐতিহাসিক এম্পায়াৰ ষ্টেট বিল্ডিঙত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰণি জনোৱাৰ উদ্দেশ্যে ত্ৰিৰংগাৰে সজাই তোলা হৈছিল। মোডীৰ চাৰিদিনীয়া আমেৰিকা ভ্ৰমণক কেন্দ্ৰ কৰি মোডী জ্বৰত কঁপিছে আমেৰিকা। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু!-->!-->!-->…
ৰাজ্যৰ ৫গৰাকী সাহিত্যিকলৈ সাহিত্য অকাডেমিৰ সন্মান
অসমীয়া আৰু বড়ো ভাষাৰ পাঁচগৰাকী সাহিত্যিকে কেইবাটাও শিতানত সাহিত্য অকাডেমিৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷অসমীয়া ভাষাত সাহিত্য অকাদেমি যুৱ বঁটা লাভ কৰিছে গল্পকাৰ তথা অধ্যাপক জিন্তু গীতাৰ্থ আৰু শিশু-সাহিত্য অকাদেমি বঁটা লাভ কৰিছে!-->…
আজি বিৰোধীৰ বৈঠকঃ ৰাহুল-খৰ্গে পাটনাত উপস্থিত
আজি পাটনাত বিৰোধীৰ বৈঠক।
পাটনা বৈঠকত প্ৰথমে প্ৰস্তাৱ দিছিল বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। তেওঁৰ কথা মতেই, আজি বিহাৰত লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী দলসমূহৰ সৈতে নীতিশ কুমাৰে বৈঠকত মিলিত হৈছে। তৃণমূল কংগ্ৰেছৰ সুপ্ৰিমো মমতা!-->!-->!-->!-->!-->…
অনিদ্ৰাই ওজন বৃদ্ধি কৰিব পাৰে
অধ্যয়নত দেখা গৈছে যে অনিদ্ৰাই শৰীৰত বহু সমস্যাৰ সৃষ্টি কৰে।
এজন প্ৰাপ্তবয়স্কৰ বাবে দিনটোত আঠ ঘণ্টা টোপনি অতি প্ৰয়োজনীয়। যদি নাই পৰা তেন্তে মগজুৰ কাৰ্য্যক্ষমতাও কমি যাব পাৰে। হয়তো মেদবহুলতাও হ'ব পাৰে।
নীলা পোহৰৰ পৰা আঁতৰি!-->!-->!-->!-->!-->!-->!-->…
দুবছৰীয়া পুত্ৰই গুলীয়াই হত্যা কৰিলে গৰ্ভৱতী মাতৃ আৰু গৰ্ভস্থ সন্তানক
আমেৰিকাৰ অহাইঅ’ৰ নৰ্ৱাকত সংঘটিত এক মৰ্মান্তিক ঘটনাত এগৰাকী গৰ্ভৱতী মহিলাৰ মৃত্যু।
জানিব পৰা মতে, গৰ্ভৱতী মহিলাগৰাকীক ২ বছৰীয়া সন্তানে গুলীয়াই হত্যা কৰে। গৰ্ভস্থ সন্তানৰ সৈতে ৩১ বছৰীয়া মহিলাগৰাকীৰ মৃত্যু হয়। জনা যায় ১৬ জুনৰ দিনৰ!-->!-->!-->!-->!-->…
টাইটানৰ পাঁচোজন যাত্ৰীৰেই মৃত্যু কেনেকৈ হ’ল…জানক
টাইটানৰ সকলো যাত্ৰীয়েই মৃত! টাইটানিকৰ দৰে হেৰাই যোৱা চাবমেৰিন টাইটানখনো আটলাণ্টিক মহাসাগৰৰ গভীৰতাত সোমাই থাকিল।
সেই চাবমেৰিনখনৰ সকলো অভিযাত্ৰীক আমেৰিকাৰ ক’ষ্ট গাৰ্ড আৰু ‘অ’চেংগেট’ কোম্পানীয়ে মৃত ঘোষণা কৰিছে, যি টাইটানিকৰ ধ্বংসাৱশেষ!-->!-->!-->!-->!-->…
পঞ্চাশটা পৰীক্ষামূলক যাত্ৰাৰ পিছত টাইটানিক জাহাজ দৰ্শনত কেনেকৈ বিফল হ’ল ৰহস্যময় টাইটান
১৮ জুনত টাইটানে আটলাণ্টিক মহাসাগৰৰ গভীৰতালৈ অভিযান আৰম্ভ কৰে। সহযোগী জাহাজ ‘পোলাৰ প্ৰিন্স’ৰ সৈতে যোগাযোগ ব্যৱস্থা আৰম্ভ হোৱাৰ ডেৰ-দুই ঘণ্টাৰ ভিতৰতে হেৰাই যায় টাইটান। তাৰপাছতে জল্পনা-কল্পনা আৰম্ভ হয়।
২০০৯ চনত আমেৰিকাৰ!-->!-->!-->!-->!-->!-->!-->!-->!-->…
অনিৰ্দিষ্টকাললৈ বন্ধ মাজুলী-নিমাতী ফেৰীসেৱা
নিউজ ডেস্ক, ২৩ জুনঃ অনিৰ্দিষ্টকাললৈ বন্ধ মাজুলী-নিমাতী ফেৰীসেৱা।বান পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত জল পৰিবহণ বিভাগৰ। ৮৬.৩১ মিটাৰলৈ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ।
উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমা অতিক্ৰম কৰা বাবে!-->!-->!-->…
স্পেইনত নাও ডুবি ৩৯ জন শৰণাৰ্থীৰ মৃত্যুৰ আশংকা
স্পেইনৰ কেনেৰী দ্বীপপুঞ্জলৈ যোৱাৰ পথত শৰণাৰ্থী কঢ়িয়াই অনা এখন নাও ডুবে।
আশংকা কৰা হৈছে যে কমেও ৩৯ জন লোকৰ মৃত্যু হৈছে।
বুধবাৰে স্পেইনৰ কেনেৰী দ্বীপপুঞ্জ অভিমুখী এখন ডিংগি নাও ডুবি ৩০ জনতকৈ অধিক শৰণাৰ্থীৰ মৃত্যুৰ আশংকা কৰা হৈছে!-->!-->!-->!-->!-->!-->!-->…
উত্তৰাখণ্ডৰ ৬০০ মিটাৰ দ খাৱৈত গাড়ী বাগৰি পৰে ১০জনৰ মৃত্যু
উত্তৰাখণ্ডত ভয়ংকৰ দুৰ্ঘটনা।
৬০০ মিটাৰ দ খাৱৈত বাগৰি পৰে গাড়ী এখন। গাড়ীখনৰ চালকসহ দহজন যাত্ৰীৰ মৃত্যু হয়। উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাৰ মুনছয়াৰী অঞ্চলৰ সমীপৰ হোকাৰা গাঁৱত বৃহস্পতিবাৰে পুৱা এখন বাহন খাৱৈত বাগৰি পৰে বুলি জিলা!-->!-->!-->!-->!-->…