ভাৰত আৰু আমেৰিকাই বিশ্ব শান্তিৰ বাবে একেলগে কাম কৰিবঃমোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰণি জনোৱা হয় হোৱাইট হাউছত। ১৯টা গান চেলুট দিয়া হ’ল তেওঁক। দুয়োখন দেশৰ জাতীয় সংগীত বজাই তাত। মোদীয়ে কয় যে ভাৰত আৰু আমেৰিকাই বিশ্ব শান্তিৰ বাবে একেলগে কাম কৰিব।
মোডীয়ে কয়- "ভাৰত আৰু আমেৰিকাৰ!-->!-->!-->!-->!-->…
নাজিৰাৰ জয়খামদাং পথাৰত কোৰেৰে ঘাঁহ কাটি যুৱকে আঁকিলে মহান স্বাধীনতা সংগ্ৰামীৰ ছবি
কৃষিকৰ্মৰ ব্যস্ততাৰ মাজতে নাজিৰা মহকুমাৰ অন্তৰ্গত ঘৰফলীয়া গাঁৱৰ যুৱ কৃষকৰ পথাৰত শিল্পকৰ্ম এক ব্যতিক্ৰমী প্ৰয়াস ৷খেতিৰ মাজতে পথাৰৰ সেউজীয়া ঘাঁহ কাটি যুৱকে আঁকিলে মহান স্বাধীনতা সংগ্ৰামীৰ ছবি ।
নিজৰ শৈল্পিক প্ৰতিভাৰ পৰিচয় দি সকলোৰে!-->!-->!-->!-->!-->…
বলীউডৰ পৰা বিদায় লৈ এতিয়া গুগলত কাম কৰে, অভিনেত্ৰীগৰাকীক চিনি পাইছে নেকি
'ঘৰ সে নিকলতে হী, কুচ দূৰ চানলান হিচ, ৰাস্তে মেইন হে উষ্কা ঘৰ!' নিশ্চয় আপোনাৰ মনত আছে 'পাপা কহেতে হায়' চিনেমাৰ এই গীতটো? নিশ্চয় মনত আছে, ছবিখনৰ নায়ক যুগল হন্সৰাজ ৰাস্তাত থিয় হৈ তেওঁৰ বাবে অপেক্ষা কৰি আছিল। হয়, অভিনেত্ৰী ময়ুৰী!-->!-->!-->…
আজিৰে পৰা আৰম্ভ হৈছে অম্বুবাচী
নিউজ ডেস্ক, ২২ জুনঃ আজিৰে পৰা আৰম্ভ হৈছে অম্বুবাচী। উখল-মাখল গুৱাহাটীৰ নীলাচলস্থিত শক্তিপীঠ কামাখ্যা ধাম। ২২ জুনৰ নিশা ২ বাজি ৩০ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। ২৬ জুনত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব।
অম্বুবাচীৰ!-->!-->!-->…
ৰহাৰ খলিহামাৰীত গৰু চোৰৰ বাহনৰ খুন্দাত নিহত এহাল দম্পতী
নিউজ ডেস্ক, ২২ জুনঃ ৰহাৰ খলিহামাৰীত গৰু চোৰৰ বাহনৰ খুন্দাত নিহত এহাল দম্পতী। এঘৰ লোকৰ পৰা গৰু চোৰ কৰি পলায়নৰ চেষ্টা কৰোতেই সংঘটিত দুৰ্ঘটনা।ৰাইজে বাহনখন ৰখাবলৈ চেষ্টা কৰোতেই মহটিয়াই নিয়ে দম্পতীক। তাৰপাছতেই দ খাৱৈত বাগৰি পৰে চোৰৰ বাহনখন।!-->…
ছলমান ৰুছদীয়ে লাভ কৰিলে জাৰ্মান শান্তি বঁটা
বুকাৰ বিজয়ী ভাৰতীয় মূলৰ লেখক ছলমান ৰুছদীয়ে লাভ কৰে জাৰ্মান বুক ট্ৰেডৰ সন্মানীয় শান্তি বঁটা।
২২ অক্টোবৰত ফ্ৰেংকফৰ্টত তেওঁ এই বঁটা লাভ কৰিব।
জাৰ্মান বুক ট্ৰেড অথৰিটিয়ে এক বিবৃতিত কয় যে ১৯ জুনত ছলমান ৰুছদীৰ বয়স ৭৬ বছৰ হ’ব। এই!-->!-->!-->!-->!-->!-->!-->…
আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন
চৰকাৰৰ নিৰ্দেশমৰ্মে বিদ্যালয়ে বিদ্যালয়ে যোগ সজাগতা কাৰ্যসূচী CSC কেন্দ্ৰৰ ।
আমিনগাঁও অৰুনোদয় কেন্দ্ৰৰ উদ্যোগত ছাত্ৰ ছাত্ৰী সকলক অৱগত কৰোৱা হয় যোগৰ বিভিন্ন উপকাৰিতা সম্বন্ধে।
যোগ উপকাৰিতা সম্পৰ্কে বিষদভাৱে পৰামৰ্শ দিয়ে CSC ৰ!-->!-->!-->!-->!-->!-->!-->…
কাছাৰৰ উধাৰবন্দ কংগ্ৰেছ দলক শক্তিশালী কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে
আজি উধৰবন্দ ব্লক কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি পুলক ৰয়ে এক সংবাদমেলত এই কথা সদৰী কৰে। তেওঁ কয়, এ পি চি চিৰ নিৰ্দেশমৰ্মে জিলা কংগ্ৰেছৰ সভাপতি অভিজিৎ পালে ১৭ জুনত তেওঁক উধৰবন্দ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিয়ে হয়। ইতিমধ্যে তেওঁ দলৰ!-->!-->!-->…
গোলাঘাট জিলাৰ বালিজানৰ কেন্দ্ৰীয় ৰাভা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকে যুৱ নেতা গীতাৰ্থ…
ৰাজ্যিক পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণ অসম চৰকাৰ আৰু 'সদৌ অসম সাংস্কৃতিক পৰিষদ'ৰ উদ্যোগত গোলাঘাট জিলাৰ বৰুৱা গাওঁ বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ কেন্দ্ৰীয় ভাবে ৰাভা দিৱস পালন কৰা হয়। স্থানীয় ৰাইজৰ সহযোগত!-->!-->!-->…
ধলা-শদিয়া দলঙৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুজনকৈ যুৱক
নিউজ ডেস্ক, ২১ জুনঃ ধলা-শদিয়া দলঙৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা। ছুইফট বাহন আৰু ডাম্পাৰৰ সংঘৰ্ষৰ ফলত থিতাতে প্ৰাণ গ'ল দুজনকৈ যুৱকৰ। নিহত যুৱকদ্বয় ক্ৰমে সুকল্যাণ বৰুৱা আৰু ৰিপুঞ্জয় ফুকন। দুৰ্ঘটনাত আহত হোৱা অজন্ত বৰুৱা আৰু ৰিপুন সোণোৱালক!-->…