৪৫ দিনৰ মূৰত কাৰাগাৰৰ পৰা ওলাই আহিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা
নিউজ ডেস্ক, ২০ জুনঃ অৱশেষত মুকলি আকাশৰ তললৈ আহিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। সোমবাৰে নিশা ১১ বজাত মুক্তি পালে শৃংখল চলিহাই। নিশা আৰক্ষীয়ে নেতাগৰাকীক বাসগৃহত থৈ আহে।
উল্লেখ্য যে, প্ৰায় ডেৰমাহ পূৰ্বে গ্ৰেপ্তাৰ হৈছিল বীৰ লাচিত সেনাৰ!-->!-->!-->…
আজি ৰাভা দিৱস
নিউজ ডেস্ক, ২০ জুনঃ আজি ২০ জুন। আজি কলাগুৰু বিষ্ণু ৰাভা দিৱস। ৰাজ্যজুৰি পুৱাৰে পৰা আৰম্ভ হৈছে কলাগুৰুক স্মৰণৰ বিভিন্ন কাৰ্যসূচী। শিক্ষানুষ্ঠান, ৰাজহুৱা অনুষ্ঠানৰ লগতে ব্যক্তি বিশেষে, দল, সংগঠনে সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰি!-->…
এছিয়ান ফেন্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰি ইতিহাস ৰচিলে ভৱানীয়ে
ভাৰতীয় ফেন্সাৰ ভৱানী দেৱীয়ে এছিয়ান ফেন্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰে।
এছিয়ান চেম্পিয়নশ্বিপত ভাৰতীয় ফেন্সাৰে প্ৰথমবাৰৰ বাবে পদক লাভ কৰিবলৈ সক্ষম হৈছে।
কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে ভৱানী!-->!-->!-->!-->!-->!-->!-->…
কেনেদৰে আপুনি অফিচত মাল্টি টাস্কাৰ হ’ব
অফিচত নিজৰ মানসিক শান্তি বজাই ৰখা আৰু অকলে একাধিক কাম কৰাটো প্ৰত্যাহ্বানজনক যেন লাগিব পাৰে।
কিন্তু যিকোনো প্ৰযুক্তি-চালিত ডিজিটেল যুগৰ বৃত্তিত জীয়াই থকাৰ চাবিকাঠি হৈছে মাল্টিটাস্কিং। আনহাতে সকলোবোৰ নিপুণভাৱে কৰি উঠিলেও মানসিক চাপ!-->!-->!-->!-->!-->…
উত্তৰ গুৱাহাটীৰ আমিনগাঁও, চাংসাৰি, ধোপাতাৰী অন্তৰ্ভুক্ত হ’ব পৌৰসভাত
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সূৰ্য বুলি কৈ নিজকে চন্দ্ৰৰ লগত তুলনা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সহায় অবিহনে হাজাৰ হাজাৰ কোটি টকাৰ উন্নয়ন কোনো কাৰণতে সম্ভৱ নহ'ল হেঁতেন।
উত্তৰ গুৱাহাটী ৰংমহলত!-->!-->!-->!-->!-->…
“আদি পুৰুষ” চলচিত্ৰখন বয়কটৰ আহ্বান অসমীয়া যুৱ মঞ্চৰ
অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ জৰিয়তে আজি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে অসমৰ ছবিগৃহৰ সকলো স্বত্বাধিকাৰীলৈ আহ্বান জনাইছে যে আজিৰ পৰা তিনিদিন পূৰ্বে অসমৰ ছবিগৃহলৈ অহা "আদি পুৰুষ" নামৰ চলচিত্ৰখনৰ সকলো ধৰণৰ প্ৰদৰ্শন বন্ধ কৰিব লাগে। কিয়নো!-->…
নলবাৰীত আংশীকভাৱে মুকলি কৰা হ’ল প্ৰথমখন উৰণীয়া সেতু
কৃত্ৰিম বানৰ পৰা ৰাইজক সকাহ দিবলৈ মুকলি হ'ল উৰণীয়া সেতু।
এক দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ততঃ আংশীকভাৱে মুকলি কৰা হ'ল নলবাৰীৰ প্ৰথমখন উৰণীয়া সেতু। ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী হৰি মন্দিৰৰ সন্মুখত প্ৰায় ৪৭ কৌটি টকা ব্যয় সাপেক্ষে নিৰ্মিত জিলাখনৰ!-->!-->!-->!-->!-->…
মূৰৰ দাম ১০ লাখ, কানাডাত নিহত হ’ল কুখ্যাত খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ নিজ্জৰ
কানাডাত নিহত কুখ্যাত খালিস্তানী উগ্ৰপন্থী হৰদীপ সিং নিজ্জৰক গুলীয়াই হত্যা কৰা হয়।
খবৰ অনুসৰি কানাডাৰ ব্ৰিটিছ কলম্বিয়াৰ সুৰে চহৰত এটা গুৰদ্বাৰৰ সমীপত তেওঁক গুলীয়াই হত্যা কৰা হয়। নিজ্জৰ হত্যাকাণ্ডৰ লগত কোন জড়িত সেয়া এতিয়াও!-->!-->!-->!-->!-->…
কৃত্ৰিম বুদ্ধিমত্তাই কঢ়িয়াই আনিছে স্বাস্থ্য জগতত এক বিপ্লৱ! চিটি স্কেন, এক্স-ৰে পদ্ধতি সলনি হ’ব?
কৃত্ৰিম বুদ্ধিমত্তা। এই প্ৰযুক্তিয়ে বিজ্ঞানৰ সংজ্ঞা সলনি কৰিছে। AI এ মানুহৰ বাবে বহু কাম কৰি আছে। আৰু এই নতুন প্ৰযুক্তিয়ে স্বাস্থ্যৰ ক্ষেত্ৰত ডাঙৰ ভূমিকা ল’বলৈ গৈ আছে। মানুহে উন্নত মানৰ, স্বচ্ছ চিকিৎসা সুবিধা লাভ কৰাৰ সুযোগ পাব।!-->!-->!-->…
“আদিপুৰুষ চলিব দিব নোৱাৰি লাগিলে মই মোৰ ডিঙি কাটিম, মই মোৰ প্ৰাণ দিম”
ৰূপালী পৰ্দাত আদিপুৰুষক চোৱাত ব্যস্ত হৈ পৰিছিল দৰ্শক।
শ্ব’ৰ মাজতে হঠাতে লাইট জ্বলি উঠিল। চিঞৰি চিঞৰি দুই এজন লোক পোনে পোনে হলঘৰৰ ভিতৰলৈ আহিল। পালঘৰৰ নালাসোপাৰাৰ মাল্টিপ্লেক্সত সংঘটিত হৈছে এই ঘটনা। য'ত হিন্দু সংগঠনৰ সদস্যই আহি!-->!-->!-->!-->!-->…