Daily Time Axom

প্ৰকাশ পালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা, ক’ত ক’ত বৃদ্ধি আৰু হ্ৰাস পালে সমষ্টি?

নিউজ ডেস্ক, ২১ জুনঃ লোকপিয়লৰ ভিত্তিত অসমৰ ১২৬টা বিধানসভা সমষ্টি আৰু ১৪টা লোকসভা সমষ্টিৰ সীমাৰ সালসলনি কৰি গঠন হ’বলগীয়া সমষ্টিৰ খচৰা প্ৰকাশ কৰিছে ৷ প্ৰস্তাৱিত সমষ্টিৰ তালিকাত বিধানসভা সমষ্টি ১২৬টা আৰু লোকসভা সমষ্টিও ১৪টাই থাকিব ৷ কিন্তু

ধনশিৰি মহকুমাৰ সাংবাদিকে অনুষ্ঠিত কৰা ৰাভা দিৱসত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী জীৱন চুতীয়া

ধনশিৰি মহকুমা সাংবাদিক সন্থাৰ উদ্যোগত বৰপথাৰ, সৰুপথাৰ, আৰু উৰিয়ামঘাট প্ৰেছ ক্লাবৰ সহযোগত বিষ্ণু ৰাভা দিৱস আৰু ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সৌজন্যত আয়োজন কৰা বিশেষ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যখনৰ বিশিষ্ট সমাজকৰ্মী জীৱন

টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ গৈছিল নিৰুদ্দেশ হোৱা পাকিস্তানী কোটিপতি ডাউদ

এখন চাবমেৰিনত বিখ্যাত টাইটানিক জাহাজৰ ধ্বংসাৱশেষ পৰিদৰ্শন কৰিবলৈ গৈ সন্ধানহীন হৈছে ৫জন পৰ্যটক। পানীৰ তলত আবদ্ধ হৈ থকা পৰ্যটকৰ ভিতৰত আছে এজন পাকিস্তানী টাইকুন আৰু তেওঁৰ পুত্ৰ। শ্বাহজাদা দাউদ নামৰ ব্যৱসায়ীজন ইংৰো কৰ্পৰেশ্যন নামৰ

মাজনিশা অসহ্যকৰ দাঁতৰ বিষ! কি কৰিব

মাজনিশা অসহ্যকৰ দাঁতৰ বিষ! কি কৰিব ৰাতি হঠাৎ দাঁতৰ বিষে আপোনাক এক ভয়ংকৰ অভিজ্ঞতা দিব পাৰে। সেই সময়ত দন্ত চিকিৎসালয় আপোনাৰ ওচৰত নাথাকিবও পাৰে। ৰাতিপুৱালৈকে ডাক্তৰৰ বাবে অপেক্ষা কৰাটোও যথেষ্ট কঠিন হ’ব। দাঁতৰ বিষৰ পৰা সাময়িক সকাহ

শ্ৰীশ্ৰী জগন্নাথ মহাপ্রভূৰ ৰথযাত্ৰা যথাযথ মৰ্যাদাৰে সম্পূৰ্ণ হ’ল

শ্ৰীশ্ৰী জগন্নাথ মহাপ্রভূৰ ৰাথযাত্ৰা কাছাৰ জিলাৰ প্ৰতিটো স্থানতে যথাযথ মৰ্যাদাৰে সমাপ্ত হয়। শিলচৰৰ পৰা আৰম্ভ কৰি গাঁও অঞ্চলৰ বিভিন্ন স্থানলৈ ৰথযাত্ৰা উৎসৱ দেখা গ’ল। শিলচৰ কালাইন পথৰ ভাংগাৰপাৰ, মোহনপুৰ, জালাগ্ৰাম, বুৰুংগা আৰু কলাইন

প্ৰথমবাৰৰ বাবে ছিংগাপুৰক বিশ্বৰ সৰ্বাধিক ব্যয়বহুল চহৰ হিচাপে নিৰ্বাচিত কৰা হৈছে

প্ৰথমবাৰৰ বাবে ছিংগাপুৰক বিশ্বৰ সৰ্বাধিক ব্যয়বহুল চহৰ হিচাপে নিৰ্বাচিত কৰা হৈছে সামগ্ৰী আৰু সেৱাৰ মূল্যৰ ক্ষেত্ৰত ছিংগাপুৰে হংকং, লণ্ডন, নিউয়ৰ্কৰ দৰে চহৰক পিছ পেলাই বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰ হিচাপে পৰিগণিত হৈছে। মঙলবাৰে

শ্বাহিদ গেংৰ ভূটানত “ব্লাডি ডেডী”

কামৰ বিৰতিৰ সময়তো শ্বাহিদ পৰিয়ালৰ পৰা আঁতৰত। ছচিয়েল মিডিয়াত তেওঁ বাইক ভ্ৰমণৰ ছবি পোষ্ট কৰে। শ্বাহিদৰ ‘ব্লাডী ডেডী’ মুক্তি পাইছে অ’টিটিত। চাৰিওফালে প্ৰশংসা। ইফালে অভিনেতাগৰাকীয়ে নিজৰ প্ৰিয় বাইকখনেৰে ভূটান পাৰ হৈ গ'ল আন দুজন

মোদীয়ে হয়তো আমেৰিকা ভ্ৰমণৰ সময়ত এলেন মাস্কক লগ পাব

আমেৰিকা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাজনো গুৰুত্বপূৰ্ণ ব্যক্তিক সাক্ষাৎ কৰিব। সেই তালিকাত অৰ্থনীতিবিদ, শিল্পী, বিজ্ঞানী, পণ্ডিত, উদ্যোগী, শিক্ষাবিদকে ধৰি ২৪ জনতকৈ অধিক লোকৰ নাম সন্নিবিষ্ট কৰা হৈছে। উল্লেখযোগ্য

বেংগালুৰু পুনৰ ধাৰাসাৰ বৰষুণ

ধাৰাসাৰ বৰষুণ। যাৰ ফলত বাংগালুৰু পুনৰ বিপদত পৰিছে। মঙলবাৰে পুৱাৰে পৰা বেংগালুৰুত ধাৰাসাৰ বৰষুণ আৰম্ভ হয়। কেইঘণ্টামান বৰষুণৰ পিছত বহু ঠাইত পানী জমা হোৱাৰ দৰে সমস্যাৰ সৃষ্টি হয়। সাধাৰণ মানুহ বিপদত পৰিছে। অফিচ যাতায়ত আৰু স্কুলীয়া

অসমৰ ৫ খন জিলাত ৰেড এলাৰ্ট আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ

নিউজ ডেস্ক, ২০ জুনঃ অসমৰ ৫ খন জিলাত ৰেড এলাৰ্ট আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ।বতৰে ধাৰণ কৰিছে অধিক কালৰূপ। অসম-উত্তৰ পূৰ্বাঞ্চলত প্ৰৱল ধুমুহা-বৰষুণৰ সতৰ্কবাণী। নেৰানেপেৰা বৰষুণ অব্যাহত থকা ৰাজ্যত আগন্তুক ৫ দিনলৈ অব্যাহত থাকিব ধাৰাসাৰ