Daily Time Axom

বিশিষ্ট সংগীত শিল্পী সুদক্ষিণা শৰ্মাৰ দেহাৱসান

নিউজ ডেস্ক, ৩ জুলাইঃ পুৱাই এক দুঃখবৰ! বিশিষ্ট সংগীত শিল্পী সুদক্ষিণা শৰ্মা আৰু নাই। আজি পুৱা ৮.২৫ বজাত GMCHত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট কণ্ঠশিল্পীগৰাকীয়ে। সুদক্ষিণা শৰ্মা দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ কনিষ্ঠ

পুনৰ বিজেপিলৈ মিত্ৰতাৰ বাৰ্তা মায়াৱতীৰ

ইউনিফৰ্ম চিভিল কোড। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে দেশৰ আইনী ব্যৱস্থাৰ এই বহু প্ৰত্যাশিত ‘সংস্কাৰ’ক এক নিখুঁত কৌশল হিচাপে ব্যৱহাৰ কৰিছিল। অচৰ শিবিৰৰ এই পদক্ষেপে দেশৰ ৰাজনৈতিক মহল সম্পূৰ্ণৰূপে বিভাজিত হৈ পৰিছে।

অশান্ত ফ্ৰান্সত নিশা ১৩০০ লোকক গ্ৰেপ্তাৰ

এজন কিশোৰক আৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ পিছত সমগ্ৰ ফ্ৰান্সত বিয়পি পৰে প্ৰতিবাদ। দেশৰ কেইবাখনো চহৰত প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ হয় সংঘৰ্ষ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দেশৰ আৰক্ষীয়ে ব্যাপক দমন অভিযান আৰম্ভ কৰিছে। শুকুৰবাৰে নিশা

ধাৰাসাৰ বৰষুণৰ ফলত ৪৮ ঘন্টাত গুজৰাটত ৯ জন লোকৰ মৃত্যু

ধাৰাসাৰ বৰষুণত বুৰিছে গুজৰাট। ধাৰাসাৰ বৰষুণৰ ফলত জিলাসমূহত সৃষ্ট হৈছে বান সদৃশ পৰিস্থিতি। প্ৰশাসনৰ সূত্ৰ অনুসৰি যোৱা দুদিনত ৰাজ্যজুৰি বৰষুণৰ ফলত ৯ জন লোকৰ মৃত্যু হৈছে। বহু লোক আহত হয়। কুচ, জামনগৰ, জুনাগধ, নৱসাৰীত ৰাজ্যিক আৰু

আপোনাৰ শিশুটিক স্তনপান কৰাই আছে নেকি ? এই খাদ্যবোৰ পাহৰি নাযাব!

মাতৃ হোৱাটোৱেই হৈছে এগৰাকী নাৰীৰ জীৱনৰ আটাইতকৈ সুখৰ অনুভৱ। এই সময়ছোৱাত নতুন মাতৃৰ জীৱনত হঠাৎ বহু পৰিৱৰ্তন ঘটে। তেতিয়া অগ্ৰাধিকাৰ হৈ পৰে নৱজাতক। স্তনপান কৰা মাতৃসকলক অতিৰিক্ত যত্নৰ প্ৰয়োজন। এইবাৰ কি খাব, কি কি খাদ্যৰ পৰা আঁতৰি

আমেৰিকাই খ্ৰীষ্টপূৰ্ব ১ম শতিকাৰ শিল্পকৰ্ম ভাৰতক ঘূৰাই দিলে

ভাৰতে আমেৰিকাৰ জিম্মাত থকা খ্ৰীষ্টপূৰ্ব ১ম শতিকাৰ টেৰাকোটা যক্ষিনী প্ৰতিমূৰ্তি ঘূৰাই আনিবলৈ সাজু হৈছে। আমেৰিকাই দশম শতিকাৰ কুবেৰা আৰু নৱম শতিকাৰ ৰঙা শিলেৰে নিৰ্মিত নৃত্য গণেশ মূৰ্তিও ঘূৰাই দিছে। ১০৫টা প্ৰাচীন শিল্পকৰ্ম ঘূৰাই অনাৰ

সুৰাপায়ীসকলৰ বাবে বেয়া খবৰ! আজিৰে পৰা বৃদ্ধি পালে সুৰাৰ দাম

নিউজ ডেস্ক, ১ জুলাইঃ আজিৰে পৰা সকলো সুৰাৰ মূল্য ৪ শতাংশৰ পৰা ২৫ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে। সেই অনুসৰি ৩৩০ টকাৰ ৭৫০ মিলিলিটাৰৰ সাধাৰণ ব্ৰেণ্ডৰ ৰামক ১০০ টকাকৈ, ৩১০ টকাৰ ৭৫০ মিলিলিটাৰৰ হুইস্কি, জিন, ব্ৰেণ্ডিৰ ৰেগুলাৰ ব্ৰেণ্ডত ১২১ টকাকৈ

লুচানৰ ডাইমণ্ড লীগত ৮৭.৬৬ মিটাৰ থ্ৰোৰে সোণৰ পদক অৰ্জন নীৰজ চোপ্ৰাৰ

নিউজ ডেস্ক,১ জুলাইঃ পুনৰ ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই৷ লুচানৰ ডাইমণ্ড লীগত ৮৭.৬৬ মিটাৰ থ্ৰোৰে সোণৰ পদক অৰ্জন কৰে নীৰজে৷ অৱশ্যে, নীৰজে খেলৰ আৰম্ভণিতে প্ৰদৰ্শন ভাল কৰা নাছিল আৰু প্ৰথম থ্ৰ’টো ফাউল আছিল। ইয়াৰপিছতে ৮৭.৬৬ মিটাৰ জেভেলিন দলিয়াই

মহাৰাষ্ট্ৰৰ বুলধানা অঞ্চলত যাত্ৰীবাহী বাছত অগ্নিকাণ্ড, অগ্নিকাণ্ডত ২৬ জন যাত্ৰীৰ মৃত্যু

নিউজ ডেস্ক, ১ জুলাইঃ মহাৰাষ্ট্ৰত শোকাৱহ ঘটনা। চলন্ত বাছত জুই লাগি ২৬ জন যাত্ৰীৰ মৃত্যু। নিশা প্ৰায় ১.৩০ বজাত সংঘটিত হয় এই ঘটনা। নাগপুৰৰ পৰা পুণে অভিমুখে গৈ আছিল বাছখন। সমৃদ্ধি মহামাৰ্গ এক্সপ্ৰেছ হাইৱেৰ বুলধানাত সংঘটিত হয় এই ঘটনা। বাছখনত

হজলৈ গৈ পুনৰ আন এজনৰ মক্কাত মৃত্যু

নিউজ ডেস্ক, ৩০ জুনঃ মক্কাৰ পৰা আহিল আন এক দুঃসংবাদ। হজলৈ গৈ আন এগৰাকী অসমৰ হজ যাত্ৰীৰ মৃত্যু। মক্কাত মৃত্যু হোৱা এই হজ যাত্ৰীগৰাকীৰ নাম মুজিবুদ্দিন আহমেদ। মুজিবুদ্দিন আহমেদৰ ঘৰ শিৱসাগৰৰ কৰদৈগুৰিত। মুজিবুদ্দিন আহমেদ আছিল শিক্ষা বিভাগৰ