শেষ হ’ল দেশৰ চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচন
১৮ নং লোকসভা নিৰ্বাচনৰ অন্ত পৰিল। পশ্চিম বংগকে ধৰি ৭খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত শনিবাৰে সপ্তম বা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। সন্ধিয়া ৫ বজালৈ সমগ্ৰ দেশত ৫৮.৩ শতাংশ ভোট। এই ৰাজ্যসমূহৰ বাহিৰেও উত্তৰ…
কামৰূপ মহানগৰ নিৰ্বাচনী জিলাত ভোটগণনাত নিয়োজিত বিষয়া-কৰ্মচাৰীৰ প্ৰশিক্ষণ সম্পন্ন
অহা ৪ জুনত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ নিৰ্বাচনী জিলাৰ ভোট গণনা প্ৰক্ৰিয়াত নিয়োজিত বিষয়া-কৰ্মচাৰী সকলৰ যাৱতীয় প্ৰশিক্ষণৰ আজি অন্ত পৰে । প্ৰশিক্ষণৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা আয়ুক্ত…
বাক্সা আৰু তামুলপুৰত সুৰা নিষিদ্ধ দিৱস ঘোষনা
যোৱা ২৬ এপ্ৰিল আৰু ৭ মে'ত ক্ৰমে ৪ নং দৰং-ওদালগুৰি লোকসভা সমষ্টি আৰু এক নং কোকৰাঝাৰ (জনজাতি) লোকসভা সমষ্টিৰ অন্তৰ্গত ৪৩ নং তামুলপুৰ (জনজাতি), ৪৪ নং গোৰেশ্বৰ, ৪১ নং মানস আৰু ৪২ নং বাক্সা বিধানসভা সমষ্টিৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত হৈ যোৱাৰ পাছত…
গৰ্ভৱতী মাতৃৰ যত্ন কেনেকৈ কৰিব
গ্ৰীষ্মকালত গৰ্ভৱতী মহিলাই শাৰীৰিক জটিলতা, খাদ্য, টোপনি আদিৰ প্ৰতি সাৱধান হ’ব লাগে।
গৰ্ভৱতী মাতৃসকলে অলপ বেছি গৰম অনুভৱ কৰে। গ্ৰীষ্মকালত তেওঁলোকে অধিক কষ্ট পায়।
উচ্চ উষ্ণতা গৰ্ভৱতী মাতৃ আৰু শিশুৰ বাবে বিপদজনক কাৰক হ’ব পাৰে। ইয়াৰ বাবে…
মঞ্চত অভিনেত্ৰীগৰাকীক ঠেলি সমালোচনাৰ সন্মুখীন হৈছে তেলেগু অভিনেতা সন্মুখত নন্দমুৰী
অভিনেত্ৰী এগৰাকীক মঞ্চত ঠেলি দি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে তেলেগু অভিনেতা নন্দমুৰি বালকৃষ্ণ। তেলেগু একচন ছবি ‘গেংছ অৱ গোদাবৰী’ৰ প্ৰচাৰৰ সময়ত অভিনেত্ৰী অঞ্জলীক মঞ্চত ঠেলা মাৰে অভিনেতাগৰাকীয়ে। অভিনেতাগৰাকীৰ এই আচৰণত ক্ষোভ প্ৰকাশ কৰিছে…
নাকেৰে টাইপ কৰি নতুন অভিলেখ গঢ়িলে ভাৰতীয়ই
কেৱল নাকেৰে টাইপ কৰি নতুন অভিলেখ গঢ়িলে এজন ভাৰতীয় লোকে। নাকেৰে বৰ্ণমালা টাইপ কৰাৰ খিতাপ দখল কৰি তেওঁ নিজৰ অভিলেখ ভংগ কৰি গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰে। ৪৪ বছৰীয়া এইগৰাকী ভাৰতীয়ৰ নাম বিনোদ কুমাৰ চৌধুৰী।
বিনোদে ২৫.৬৬ ছেকেণ্ডত নাকেৰে…
মলদ্বাৰত ভৰাই প্ৰায় এক কিলোগ্ৰাম সোণ সৰবৰাহৰ চেষ্টা! কেৰালাৰ পৰা আটক বিমান পৰিচাৰিকা
প্ৰায় এক কেজি সোণ সৰবৰাহৰ অপৰাধত গ্ৰেপ্তাৰ এগৰাকী এয়াৰ হোষ্টেছ। তেওঁ কলকাতাৰ বাসিন্দা। তেওঁ ওমানৰ মাস্কাটৰ পৰা কেৰালাৰ কান্নুৰলৈ লৈ গৈছিল সোণ। ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ এক সূত্ৰই জনোৱা মতে, সোণখিনি বিমান পৰিচাৰিকাগৰাকীৰ মলদ্বাৰত আছিল।…
বিহাৰৰ পিছত উত্তৰ প্ৰদেশত ভোটগ্ৰহণৰ কেইঘণ্টামান পূৰ্বে উচ্চ ৰক্তচাপ আৰু জ্বৰত ১৩ জন ভোটগ্ৰহণ কৰ্মীৰ…
উত্তৰ প্ৰদেশত একেখন জিলাৰ পৰা ১৩ গৰাকী ভোটগ্ৰহণ কৰ্মীৰ মৃত্যু। প্ৰথম অৱস্থাত গৰমৰ বাবে এওঁলোকৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হয়। প্ৰশাসনৰ সূত্ৰ অনুসৰি কৰ্মীসকলৰ প্ৰত্যেকৰে উচ্চ ৰক্তচাপ আৰু জ্বৰৰ লক্ষণ দেখা গৈছিল। কিন্তু গৰমৰ বাবেই মৃত্যু হৈছে…
মুম্বাই বিমানবন্দৰত ইণ্ডিগ’ বিমানত বোমাতংক
যাত্ৰীবাহী বিমানত বোমা বোমাতংক। শনিবাৰে পুৱা মুম্বাই বিমানবন্দৰত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়। শনিবাৰে পুৱা চেন্নাইৰ পৰা মুম্বাইত অৱতৰণ কৰাৰ পিছত মুম্বাই বিমানবন্দৰত ইণ্ডিগ’ বিমানত বোমা বোমাতংক হোৱাৰ খবৰ আহে। লগে লগে বিমানখনত অনুসন্ধান…
৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা
নুমলীগড় শোধনাগাৰ বাইপাছৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে স্কুটী আৰোহীক। স্কুটীখনৰ দুই স্কুটী আৰোহী থিতাতে নিহত। স্কুটী খনত এজন যুৱক আৰু এগৰাকী যুৱতী আছিল। বাইপাছৰ ফুলনী গাঁৱত এই দুৰ্ঘটনা।
স্কুটীখনৰ…