Daily Time Axom

জামুগুৰিহাটৰ চামধাৰা পানীগাঁৱত চেপা উত্তেজনা

জামুগুৰিহাটৰ চামধৰা পানীগাঁৱত শুক্ৰবাৰে নিশা এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটিত৷ নিশা এটি বাসগৃহৰ পিছফালে মৃত অৱস্থাত পৰি থকা যুৱকজনক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালবৰ্গই৷ ঘটনাৰ…

কামৰূপত ভাৰতীয় খাদ্য নিগমৰ চাউলৰ বৃহৎ চোৰাং ব্যৱসায় কাণ্ডৰ নতুন ৰূপ

কামৰূপৰ পচৰীয়া দলৰ পথাৰৰ ট্ৰাকে ট্ৰাকে এটা নাম বিহীন গুদামলৈ অনা ভাৰতীয় খাদ্য নিগমৰ চাউল বিৰুদ্ধে ইতিমধ্যে সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈ গৈছে । গুদামৰ মুখ্য দ্বাৰ বন্ধ কৰি অসাধু ব্যৱসায়ীয়ে চলাই আহিছিল এই ক'লা বেহা। এক গোপন খবৰৰ ভিত্তিত…

দামী ব্ৰকলি বা সস্তীয়া ফুলকবি, কাৰ পুষ্টি বেছি

শীত অহাৰ লগে লগে বজাৰখন ফুলকবিৰে ভৰি পৰে। তৰকাৰী, ভাজী, খিচুৰি বা ৰোষ্ট - ফুলকবি অবিহনে ভাবিব নোৱাৰি। কিন্তু ফুলকবি বেছিকৈ খালে পেটত গেছৰ সমস্যা হয়। পাচনতন্ত্ৰৰ সমস্যাও হ’ব পাৰে। গতিকে স্বাস্থ্য সচেতন লোকে আকৌ ফুলকবি খাবলৈ মন নকৰে। ব্ৰকলি…

৫ লাখ মানুহ পানীত আবদ্ধ হৈ আছে বাংলাদেশৰ চিলেটত

প্ৰচণ্ড বৰষুণ আৰু ওপৰৰ পৰা নামি অহা পাহাৰৰ ঢলৰ বাবে চিলেটৰ সুৰমা আৰু কুছিয়াৰা নদীৰ পানী বৃদ্ধি পাইছে। ইতিমধ্যে চিলেটৰ সীমান্তৱৰ্তী সাতখন উপজিলাত বানপানীৰ সৃষ্টি হৈছে। বানাক্ৰান্ত উপজিলাসমূহ হ’ল জয়ন্তপুৰ, গোৱাইংহাট, কানাইঘাট,…

অসমীয়া মাধ্যমৰ বিদ্যালয় প্ৰাদেশিকীকৰণ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ

বিটিআৰ চুক্তিৰ ৬.৩ নম্বৰ দফা অনুসৰি বিটিচিৰ অ-প্ৰাদেশীকৃত বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰাৰ কথা উল্লেখ কৰা আছিল যদিও বৰ্তমান চৰকাৰখনে সমগ্ৰ বিটিচিত কেৱল মাত্ৰ বড়ো মাধ্যমৰ বিদ্যালয়হে প্ৰাদেশিকীকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰি…

কাছাৰৰ কেইবাস্থানতো বান-খহনীয়া পৰিস্থিতিৰ বুজ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

উধাৰবন্দৰ আংগাৰজুৰত বৰাকৰ ৪০০ মিটাৰ অংশত মথাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি জলসম্পদ মন্ত্ৰী গৰাকীৰ, বিভাগীয় অভিযন্তাক নিৰ্দেশনা প্ৰদান অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি দ্বিতীয় দিনাও বৰাক উপত্যকাৰ কেইবাটাও স্থান ভ্ৰমণ কৰি বান…

উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত মৃণালিনী দেৱী শিশু নিকেতনত চুৰিকাণ্ড

কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত মৃণালিনী দেৱী শিশু নিকেতনত কালি সংঘটিত হ'ল এক চুৰিকাণ্ড । চোৰে লৈ গ'ল শিক্ষানুষ্ঠান খনৰ মূল্যৱান পানীৰ মটৰ । লণ্ডভণ্ড কৰিলে পানীৰ পাইপ । যোৱা চাৰি মাহত ধাৰাবাহিক ভাৱে চুৰিকাণ্ড সংঘটিত হৈ আহিছে…

প্ৰটিন পাউদাৰৰ কাৰণে শৰীৰত জমা হৈছে বিষাক্ত পদাৰ্থ,কি কৰিব

বহুতে শৰীৰক ক্ষীণ কৰি ৰাখিবলৈ প্ৰটিন পাউদাৰৰ ওপৰত নিৰ্ভৰ কৰে। শেহতীয়াকৈ কৰা এক অধ্যয়নত দেখা গৈছে যে এই প্ৰ’টিন পাউদাৰৰ পৰা শৰীৰত বিভিন্ন ধৰণৰ বিষাক্ত পদাৰ্থ জমা হয়। গৱেষণাৰ পৰা দেখা গৈছে যে বেছিভাগ প্ৰটিন পাউদাৰ কোম্পানীয়ে সামগ্ৰীৰ…

ছানগ্লাছে চকুক কিমান সুৰক্ষা প্ৰদান কৰে, কিনাৰ আগতে কি কি কথা বিবেচনা কৰিব

ফেশ্বন এক্সেচৰিজ হিচাপে ট্ৰেণ্ডি ছানগ্লাছৰ কোনো উত্তৰ নাই। সাজ-পোছাকৰ সৈতে মিল থকাকৈ অভাৰছাইজ, ঘূৰণীয়া আকৃতিৰ ফেশ্বনেবল ছানগ্লাছ এতিয়া ট্ৰেণ্ডত আছে। সদায় ছানগ্লাছ কিনাৰ আগতে কেইটামান কথা বিবেচনা কৰিব লাগে। কাৰণ ই আপোনাৰ চকুক সুৰক্ষা দিয়ে…

কাশ্মীৰত পৰ্যটকৰ নতুন অভিলেখ

এইবাৰ কাশ্মীৰত অভিলেখ ৰচিছে পৰ্যটকৰ সংখ্যাই। এতিয়ালৈকে পৰ্যটকে ১২ লাখ সংখ্যা অতিক্ৰম কৰিছে। আৰু ৭ মাহ বাকী আছে। এই অভিলেখে তাত নতুন অভিলেখ গঢ়িব বুলি আশা কৰা হৈছে। স্থানীয় হোটেল মালিকসকলৰ মুখত এতিয়া হাঁহি। জুন মাহলৈকে সকলো হোটেল বুকিং কৰা…