Daily Time Axom

৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ

ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ। নিৰ্বাচনৰ মাজতে চৰকাৰে গ্ৰহণ কৰিছে জনবিৰোধী সিদ্ধান্ত-আপ। চৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰি বিজেপি চৰকাৰে শিক্ষাৰ বাণিজ্যিকিকৰণ কৰিব বিচাৰিছে-আপ। দিল্লীৰ…

হামাছৰ ৰকেট আক্ৰমণত ৩ ইজৰাইল জোৱানৰ মৃত্যু

ইজৰাইল আৰু গাজাৰ মাজৰ কেৰেম শ্বালম সীমান্ত ক্ৰছিঙত হামাছে ৰকেট আক্ৰমণ চলায়। তিনি ইজৰাইলী সৈনিক নিহত হয়। আহত হয় কেইবাজনো । গাজা ষ্ট্ৰিপৰ ভিতৰৰ পৰা হামাছৰ ৰকেট আক্ৰমণৰ পিছত ইজৰাইলে গাজাৰ কেৰাম শ্বালম ক্ৰছিং বন্ধ কৰি দিছে। ইফালে ইজৰাইলে…

ৰাতিপুৱা সোনকালে সাৰ পাবলৈ এই অভ্যাস কৰক

কিশোৰ-কিশোৰীসকল প্ৰায়ে দেৰিকৈ সাৰ পায়। ৰাতি পঢ়া-শুনা কৰি থকা, অনলাইনত থকা, বন্ধু-বান্ধৱীৰ সৈতে আড্ডা দিয়া - ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন কাৰণত ৰাতি সাৰ পায় থাকে। ই শৰীৰৰ ক্ষতি কৰে। চিকিৎসকৰ মতে ৰাতি পৰ্যাপ্ত টোপনি অতি প্ৰয়োজনীয়। যদি কাম…

গাড়ী আৰু ট্ৰেক্টৰৰ মুখামুখি সংঘৰ্ষ, একেটা পৰিয়ালৰ ৬ জনৰ মৃত্যু

ৰাজস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা। মন্দিৰত পূজা কৰিবলৈ যাওঁতে একেটা পৰিয়ালৰ ৬ জন সদস্যই গাড়ী দুৰ্ঘটনাত প্ৰাণ হেৰুৱাৰ লগতে আহত হয় ২ টা শিশু। আৰক্ষীৰ সূত্ৰ অনুসৰি মুম্বাই-দিল্লী এক্সপ্ৰেছৱে’ত সংঘটিত হৈছে এই দুৰ্ঘটনা। গাড়ীখনৰ আটাইকেইজন সদস্য…

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰকমূহুৰ্তত ব্যস্ত পথলৈ ওলাই আহিল পুৰুষ মহিলা শিশু!

কিমান উন্নয়ন হৈছে নলবাৰী জিলাৰ বৰভাগৰ একাংশ অঞ্চলত? পথৰ দূৰৱস্থাৰ বাবে বিদ্যালয়লৈ যাব নোৱাৰে কণ কণ শিশুকে ধৰি ছাত্ৰ ছাত্ৰী! অঞ্চলটোলৈ বিবাহ কৰাবলৈও নাহে দৰা! নলবাৰী জিলাৰ কৰিয়া বিজুলিঘাট হৈ আদাবাৰীলৈ যোৱা পথটি মেৰামতি কৰাৰ দাবীত ওলাই…

কচুৱাত অসম গৰীয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ উদ্যোগত সম্বৰ্ধনা সভা

বিশ্ব প্রয়াত মাতৃ সকলৰ সোৱৰণত ২০২৩ বৰ্ষৰ অসম গ্ৰাম্য শিৰোৰত্ম বটা প্রদান অনুষ্ঠান আৰু সাহিত্য সংস্কৃতি অনুষ্ঠানৰ আয়োজন কৰে। অসম গৰীয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ সভাপতি সভাৰাম বৰাৰ সভাপতিত্বত আয়োজিত সম্বৰ্ধনা সভাত…

তামুলপুৰ আঞ্চলিক যুৱ মঞ্চৰ উদ্যোগত বৃহত্তৰ তামুলপুৰীয়া ৰাইজৰ সহযোগত দশম বাৰ্ষিক বসন্ত উৎসৱ

তামুলপুৰ লেহোৰাম বড়ো ক্ষেত্ৰত আজি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় বসন্ত উৎসৱ। পুৱাৰ ভাগত তামুলপুৰ আঞ্চলিক যুৱ মঞ্চৰ পতাকা উত্তোলন, বিহুৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, চিত্ৰাংকন প্ৰতিযোগিতাত, কুইজ…

ধেমাজি জিলাৰ অন্তৰ্গত মাছখোৱা বৰবাম গোঁহাই গাঁৱত স্থাপন কৰা হয়,লোহাৰঘাটৰ শ্ৰীশ্ৰী বিষ্ণু সত্ৰৰ শাখা…

আজি শুভ দিনত মিৰ্জা, লোহাৰঘাটৰ শ্ৰীশ্ৰী বিষ্ণু সত্ৰৰ শাখা সত্ৰ ধেমাজি জিলাৰ মাছখোৱা বৰবাম গোঁহাই গাঁৱত স্থাপন কৰা হয়। আৰু সত্ৰ খনৰ নাম ৰখা হয় শ্ৰীশ্ৰী গোবিন্দ মাধৱ গড়পৰীয়া সত্ৰ, এই শ্ৰীশ্ৰী গোবিন্দ মাধৱ গড়পৰীয়া সত্ৰখন, মহাপুৰুষীয়া…

ভাৰতীৰ অস্ত্ৰোপচাৰ হ’ব, হস্পিতালত অকলে আছে বাবেই পুত্ৰৰ বাবে কান্দিছে ‘কমেডী কুইনে’

ভাৰতী সিঙক হঠাৎ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁ ‘ডান্স দীৱানে ছিজন ৪’ৰ আয়োজনৰ দায়িত্বত আছে। কিন্তু যোৱা তিনিদিন ধৰি অসহ্যকৰ পেটৰ বিষৰ বাবে মুম্বাইৰ কোকিলাবেন হাস্পতালত ভৰ্তি হ’বলগীয়া হৈছে ‘কমেডী কুইনে’। অতি সোনকালে তেওঁৰ…

আদানীৰ ৬টা কোম্পানীক একাধিক উলংঘাৰ অভিযোগত কাৰণ দেখুৱাই জাননী প্ৰদান কৰা হৈছে

একাধিক অভিযোগৰ সন্দৰ্ভত আদানীৰ ৬টা কোম্পানীলৈ জাননী প্ৰেৰণ কৰে ছেবিয়ে। লেনদেনত অস্পষ্টতাৰ পৰা আৰম্ভ কৰি ছেবিৰ নিয়ম উলংঘালৈকে সেই কোম্পানীসমূহৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। বৃহস্পতিবাৰে আদানী এণ্টাৰপ্ৰাইজে দুখন জাননী লাভ কৰা বুলি জনায়।…