Daily Time Axom

জি এছ টি সংগ্ৰহত নতুন অভিলেখ

ৰাজ্যত সামগ্ৰী আৰু সেৱা কৰ সংগ্ৰহৰ হাৰে এপ্ৰিল মাহত নতুন অভিলেখ স্পৰ্শ কৰিছে। যিটো যোৱা বছৰৰ তুলনাত ১৩ শতাংশ বেছি। এপ্ৰিল মাহত ৰাজ্যৰ পৰা সংগ্ৰহ কৰা জি এছ টি আছিল ৭ হাজাৰ ২৯৩ কোটি। যোৱা বছৰৰ এপ্ৰিল মাহত ইয়াৰ পৰিমাণ আছিল ৬ হাজাৰ ৪৪৭ কোটি।…

হংকঙত এৰাতিতে ১০ হাজাৰ বজ্ৰপাত

হংকঙত এৰাতিতে প্ৰায় ১০ হাজাৰ বজ্ৰপাত সংঘটিত হৈছে। স্থানীয় সময় অনুসৰি মঙলবাৰে নিশাৰ পৰা বুধবাৰে পুৱালৈকে বজ্ৰপাতৰ সম্ভাৱনা আছে। হংকঙৰ বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, মঙলবাৰে নিশা প্ৰায় ৯ বজাৰ পৰা বৰষুণ আৰম্ভ হয়। নিশা প্ৰতি ঘণ্টাত সৰ্বাধিক…

প্ৰজ্বল ৰেভান্নাৰ বিৰুদ্ধে এছ আই টিয়ে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে

জেডিএছৰ সাংসদ প্ৰজ্বল ৰেভানা আৰু তেওঁৰ পিতৃ প্ৰাক্তন মন্ত্ৰী এইচডি ৰেভান্নাৰ বিৰুদ্ধে ধৰ্ষণ আৰু অপহৰণৰ গোচৰ ৰুজু কৰিছে। একেটা ভিডিঅ’ৰ প্ৰতি লক্ষ্য ৰাখি এই দুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। কৰ্ণাটক আৰক্ষীৰ বিশেষ তদন্তকাৰী দলৰ এছ আই টিয়ে…

নাজিৰা নগৰত”বন্ধু বিদ্যালয়”ৰ অনুষ্ঠান

অসম চৰকাৰ তথা সমগ্ৰ শিক্ষা অভিযান মিছন ৰ নিৰ্দেশনা অনুযায়ী নাজিৰা নগৰ "ক" মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ নাজিৰা নগৰ বালিকা প্ৰাথমিক বিদ্যালয় আৰু নাজিৰা নগৰ "খ" মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ নাজিৰা ষ্টেচন তিনিআলি প্ৰাথমিক বিদ্যালয়ৰ মাজত "বন্ধু…

গোলাঘাটৰ সৰুপথাৰত নিশা আৰক্ষী বৃহৎ সফলতা

গোলাঘাট জিলা আৰক্ষী বিষয়া ৰাজেন সিংৰ নেতৃত্বত সৰুপথাৰত জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ । দুখনকৈ চাৰিচকীয়া বাহনেৰে মণিপুৰৰ পৰা নাগালেণ্ড হৈ গোলাঘাট অভিমুখে আহি থকা অৱস্থাত সৰুপথাৰ নগৰৰ মাজমজিয়াত ২৪০ টা চাবোনৰ বাকচত প্ৰায় ৩ কেজি ওজনৰ বুজন…

বিলাসীপাৰাত বিজেপি আৰু অগপ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী…

কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী ৰকিবুল হুচেইনক আৰু (AIUDF) দলৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলক তুলাধুনা, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। বিলাসীপাৰাত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত সহস্ৰাধিক পুৰুষ মহিলা অংশগ্ৰহণ।

ভাৰত-ভূটান সীমান্তৰ দৰঙ্গামেলাত আবকাৰী বিভাগৰ অভিযান

ভাৰত-ভূটান সীমান্তৰ দৰঙ্গামেলাত আবকাৰী বিভাগৰ অভিযান। অভিযানত সুৰাসহ এজন লোক আটক কৰিবলৈ সক্ষম ৷ তামুলপুৰ আৱকাৰী বিভাগে অবৈধ ভূটানী সুৰা বিৰুদ্ধে ধাৰাবাহিক ভাৱে অভিযান চলাই থকাৰ মাজতে একাংশ অসাধু লোকে অব্যাহত ৰাখিছে ভুটানী সুৰাৰ সৰবৰাহ…

চাপৰৰ এখন অগ্ৰনী শিক্ষা প্রতিষ্ঠানৰ চমকপ্ৰদ সাফল্য

চাপৰৰ এখন অগ্ৰনী শিক্ষা প্রতিষ্ঠান জ্ঞানদীপ একাডেমীৰ চমকপ্ৰদ সাফল্য। সদ্য ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত উজ্বলিল ডিষ্ট্রিংশন মাৰ্ক সহ ১৩ গৰাকীকৈ ছাত্র-ছাত্ৰী। আজি চাপৰ জ্ঞানদ্বীপ একাডেমীত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা…

নগাঁও উৰিয়াগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা

১৬ চকা ট্ৰাকে মহীটিয়ালে দুই বাইক আৰোহীক। একেটা পথেদি আহি থাকোঁতে দুখন ট্ৰাকৰ মাজেদি পাৰ হ'ব লওঁতেই সংঘটিত হয় দুৰ্ঘটনাটো । বাইক আৰোহী শ্বাহিদ দাস আৰু আমিন আলী থিতাতে নিহত হয়।

৩০ বছৰে সম্পূৰ্ণ হৈ নুঠিল ৰঙিয়াৰ গড়কা খৈৰাবাৰী সংযোগী পথ

এজাক বৰষুণতে হৈ পৰিব পথাৰৰ বোকা সদৃশ পথ ৰাজ্যৰ চাৰিওফালে উন্নয়নৰ জয় ঢোল বজাই থকা চৰকাৰখনৰ কিছুমান কামে ৰাইজক জীয়াতু ভোগাইছে । ৰঙিয়া সমষ্টিৰ অন্তৰ্গত গড়কাৰ খৈৰাবাৰীৰ মিলনপুৰ সংযোগী মূল পথৰ অতিকৈ গুৰুত্বপূৰ্ণ একাংশ প্ৰায় ৩৫-৩০ বছৰ ধৰি…