টীয়কত ভূমি জালিয়াতিৰ উচিত ন্যায় বিচাৰি থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ
উকা এখন দলিলত চহী কৰাই বিশ হাজাৰ টকা দি টীয়কৰ বনাই গড়চুক অঞ্চলৰ কুমুদ শৰ্মা নামৰ এজন ব্যক্তিৰ মাটি একে গাঁৱৰে পুলিন বৰা আৰু উৎপল বৰাই হস্তগত কৰিব বিচৰাৰ অভিযোগ উত্থাপন হোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।শৰ্মাৰ অভিযোগ মাতৃৰ চিকিৎসাৰ…
মহানগৰীৰ খানাপাৰাত জব্দ ১২ কোটি টকাৰ হেৰোইন
ত্ৰিপুৰাৰ পৰা গুৱাহাটী অভিমুখে সৰবৰাহ কৰাৰ সময়ত জব্দ ড্ৰাগছখিনি
ড্ৰাগছ সহ STF ৰ অভিযানকাৰী দলটোৱে গ্ৰেপ্তাৰ কৰে দুই সৰবৰাহকাৰীক
দুই সৰবৰাহকাৰী হৈছে গৰৈমাৰীৰ জামাল আলী আৰু চলিমুদ্দিন
জব্দকৃত হেৰইনখিনিৰ ওজন প্ৰায় ডেৰ কিলোগ্ৰাম
AS 01 FN…
নাজিৰাত ভয়ংকৰ পথ দুৰ্ঘটনা
যোৱা নিশা স্কুটী আৰু মহিদ্ৰা মেক্সি'ৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ছাত্ৰ।
AS 04 T 5546 নম্বৰৰ স্কুটী আৰু AS04 BC 6920 নম্বৰৰ মহিন্দ্ৰা মেক্সিম'ৰ মাজত মুখামুখি সংঘৰ্ষ | থিতাতে নিহত কৌস্তভ কোঁৱৰ নামৰ এজন ছাত্ৰ। নাজিৰা গুৰুকুলৰ নৱম শ্ৰেণীৰ…
ৰক্তচাপ নিয়ন্ত্ৰণত নাই যদি কিছুমান ঘৰুৱা কৌশল অনুসৰণ কৰক!
ৰক্তচাপ আমাৰ জীৱনৰ এটা সাধাৰণ ৰোগৰ দৰে। পৰিৱৰ্তিত জীৱনশৈলীৰ জৰিয়তে স্বাভাৱিক ৰক্তচাপ বজাই ৰখা সম্ভৱ। যেতিয়া ৰক্তচাপ অতি উচ্চ মাত্ৰাত উপনীত হয় তেতিয়া বিভিন্ন ৰোগৰ আশংকা বাঢ়ি যায়। যেনে বুকুৰ বিষ, মূৰ ঘূৰোৱা, বমি, দৃষ্টিশক্তি কমা বা…
গাজাৰ পৰা ধ্বংসাৱশেষ আঁতৰাবলৈ ১৪ বছৰ সময় লাগিবঃ ৰাষ্ট্ৰসংঘৰ দাবী
পেলেষ্টাইনী গাজা ষ্ট্ৰিপত ইজৰাইলৰ আক্ৰমণৰ ফলত সৃষ্টি হোৱা বিপুল পৰিমাণৰ ধ্বংসাৱশেষ সম্পূৰ্ণৰূপে আঁতৰাবলৈ ১৪ বছৰ সময় লাগিব পাৰে।
শুকুৰবাৰে ৰাষ্ট্ৰসংঘই এই দাবী কৰিছে। জেনেভাত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সন্মিলনৰ মতে, যুদ্ধৰ ফলত ঘন জনবসতিপূৰ্ণ…
৩৬ ঘন্টা ধৰি জ্বলি আছে নৈনিতালৰ বনাঞ্চল,ভাৰতীয় বায়ুসেনাই কৰি আছে জুই নিৰ্বাপনৰ কাম
৩৬ ঘণ্টাৰো অধিক সময় ধৰি জ্বলি আছে নৈনিতাল বনাঞ্চল। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে নৈনিতাল সংঘটিত অগ্নিকাণ্ডক এতিয়াই নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। হাইকোৰ্ট কলনীৰ সমীপৰ নৈনিতালত বনাঞ্চলৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে…
মুকালমুৱাস্থিত বিদ্যাজ্যোতি একাডেমীত হাইস্কুলত শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক…
নলবাৰী জিলাৰ মুকালমুৱাস্থিত আগশাৰীৰ ব্যক্তিগত অসমীয়া মাধ্যমৰ বিদ্যালয় বিদ্যাজ্যোতি একাডেমী ২০১৯ বৰ্ষৰ পৰা চলিত বৰ্ষলৈকে ধাৰাবাহিকভাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এশ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈ সাফল্যৰ ধাৰা অব্যাহত ৰাখিছে।…
বড়োভূমিত শাসক বিৰোধীৰ তুংগত নিৰ্বাচনী প্ৰচাৰ
কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰ্বতঝোৰাত একেদিনাই তিনিখন নিৰ্বাচনী সভাত উপস্থিত থাকি বি পি এফ দলৰ প্ৰাৰ্থী খাম্পা বৰগোৱাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰী।
নির্বাচনী সভাত ভাষণ প্ৰসংগত হাগ্ৰামা মহিলাৰীয়ে বি টি আঁৰত…
থাইলেণ্ডত হিট ষ্ট্ৰোকত ৩০ জন লোকৰ মৃত্যু,তাপমাত্ৰা ৫২ ডিগ্ৰী চেলছিয়াছতকৈ অধিক হোৱাৰ আশংকা
থাইলেণ্ডত চলিত বৰ্ষত হিট ষ্ট্ৰ’কত কমেও ৩০ জন লোকৰ মৃত্যু হয়। তীব্ৰ গৰমৰ ঢৌৰ বাবে নতুন সতৰ্কবাণী জাৰি কৰা হৈছে। বৃহস্পতিবাৰে দেশখনৰ চৰকাৰে এই সতৰ্কবাণী জাৰি কৰে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰৰ মতে, ৰাজধানী বেংককত চৰম গৰমৰ ঢৌৰ…
ইৰাকত মৃত্যুদণ্ড প্ৰদান ১১ জন সন্ত্ৰাসবাদীক
ইৰাকত ১১ জন লোকক ফাঁচী দিয়া হয়। ইৰাক প্ৰশাসনে এই সপ্তাহত ‘সন্ত্রাসবাদ’ৰ সৈতে জড়িত বুলি দোষী সাব্যস্ত হোৱা ১১ জন লোকক ফাঁচী দিয়ে৷
ইৰাকৰ আইন অনুসৰি সন্ত্ৰাসবাদ আৰু হত্যাৰ অপৰাধত মৃত্যুদণ্ডৰ শাস্তি আৰু মৃত্যুদণ্ডৰ ডিক্রীত ৰাষ্ট্ৰপতিয়ে…