আমেথি-ৰায় বৰেলীত মনোনয়ন পোৱাৰ পূৰ্বে অযোধ্যাৰ ৰামলালা দৰ্শনত যাব ৰাহুল-প্ৰিয়ংকা! জল্পনা-কল্পনা…
কংগ্ৰেছে বৰ্জন কৰিছিল ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান। কিন্তু উত্তৰ ভাৰতত নিৰ্বাচন আৰম্ভ হোৱাৰ লগে লগে সেই ৰামলালাৰ আশ্ৰয় ল’ব লগা হৈছে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক সূত্ৰৰ মতে, দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ…
গৰম যিমানেই নহওক ঘৰৰ পৰা ওলাই যাবই লাগিব,লগত কি কি ৰাখিব
গৰম যিমানেই নহওক কামৰ বাবে ওলাই যাবলগীয়া হ'বই, তেন্তে লগত কেইটামান অত্যাৱশ্যকীয় বস্তু ৰাখক-
ছানস্ক্ৰীণ
ছাল সুৰক্ষাৰ বাবে ছানস্ক্ৰীণ ব্যৱহাৰ কৰিব লাগে। কেৱল গ্ৰীষ্মকালতে নহয় প্ৰতিটো ঋতুতে ছানস্ক্ৰীণ অতি প্ৰয়োজনীয়। বাহিৰলৈ ওলোৱাৰ আগতে…
নিৰ্বাচনৰ সময়তে বিহাৰত গুলীয়াই হত্যা জেডিইউ নেতাক
নীতিশ কুমাৰৰ জনতা দল ইউনাইটেডৰ যুৱ নেতা সৌৰভ কুমাৰক পাটনাত নিৰ্বাচনৰ সময়ত গুলীয়াই হত্যা কৰা হয়।
জনা যায় যে সৌৰভ কুমাৰ পাটনাত এখন বিয়ালৈ গৈছিল। তাৰ পৰা বাইকেৰে উভতি আহিছিল। তেওঁৰ লগত আছিল মুনমুন কুমাৰ নামৰ আন এজন যুৱক। হঠাতে পাৰছা বজাৰ…
তীব্ৰ উত্তাপত ভোটদান, মঞ্চত ভাষণ দিওঁতে মূৰ্চ্ছা গ’ল নীতিন গাডকাৰী
নিৰ্বাচনী প্ৰচাৰৰ সময়ত গুৰুতৰভাৱে অসুস্থ হৈ পৰে নীতিন গাডকাৰী। বুধবাৰে মহাৰাষ্ট্ৰত প্ৰচাৰ চলাই মঞ্চত অজ্ঞান হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। জনা যায় যে তেওঁ মঞ্চত থিয় হৈ ভাষণ দি আছিল। হঠাতে সি মঞ্চত পৰিল। সূত্ৰই জনোৱা মতে, লগে লগে তেওঁক…
ৰাছিয়াৰ উপ-ৰক্ষামন্ত্ৰীক আটক
আটক ৰাছিয়াৰ উপ প্ৰতিৰক্ষা মন্ত্ৰী টাইমুৰ ইভানভ। বিগত আঠ বছৰ ধৰি উপ-ৰক্ষা মন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ ৰাছিয়াৰ সামৰিক আন্তঃগাঁথনি প্ৰকল্পৰ দায়িত্বত আছিল। অৱশেষত উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হয়।
ৰাছিয়াৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০১৬ চনত…
সুৰেশ বৰাৰ হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গীত-নৃত্যৰে নিৰ্বাচনী প্ৰচাৰ
নিৰ্বাচনী ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লাহৰীঘাট সমষ্টিবাসীক এখন science college স্থাপন, মৰিগাঁও-দৰং সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ,কলেজীয়া ছাত্ৰীলৈ আৰ্থিক বৰঙণি আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। বিশেষকৈ লাহৰীঘাট…
সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণৰ হাৰেৰে উজলিল মুকালমুৱা বৰলিয়াপাৰস্থিত…
২০২২ চনত স্থাপিত হোৱা ৰয়েল গ্লৱেল একাডেমী খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বাৰৰ বাবে অৱতীৰ্ণ হৈছিল ১০ গৰাকী ছাত্ৰ-ছাত্ৰী। বিদ্যালয়খনৰ প্ৰথম বৰ্ষটিত অৱতীৰ্ণ হোৱা মুঠ ১০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১ গৰাকীয়ে ষ্টাৰ,৮ গৰাকী প্রথম আৰু ১…
নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে UPPL, BJP, AGPৰ নিৰ্বাচনী প্ৰচাৰ সিমানেই তুংগত উঠিছে
আজি পৰ্বতঝোৰাৰ ৰূপসীত UPPL, BJP, আৰু AGP মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় অসমৰ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই।
সভাখনত উপস্থিত থাকে গৌৰীপুৰৰ প্ৰাক্তন বিধায়ক তথা অসম বৈয়াম জনজাতি নিগমৰ অধ্যক্ষ বনেন্দ্ৰ কুমাৰ…
আমিনগাঁৱত ৰে’ল বিভাগৰ বেদখল ভূমি উচ্ছেদ অভিযান
কামৰূপৰ আমিনগাঁৱত চলিছে অবাধ চৰকাৰী ভূমি বেদখল।
কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ গাতে লাগি থকা ভুমি বেদখল ভুূ মাফিয়াৰ ।
জিলা উপায়ুক্ত কাৰ্যালয়ৰ নাকৰ তলতে ভুূ মাফিয়াৰ দপদপনি।
আম্বেদকাৰ মিছনৰ নাম লৈ ৰে'লৱেৰ ভূমি বেদখল বড়ো উপাধিৰ এগৰাকী…
মৈৰাবাৰীত নগাঁও লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ অখিল গগৈৰ নিৰ্বাচনী…
চাচা মামাক একেলগে ব্ৰহ্মপুত্ৰত নদীত উটুৱাই দিয়াৰ আহ্বান অখিল গগৈৰ।
নগাঁৱৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাই আলফাত থকাৰ সময়ত বহু মানুহক হত্যা কৰিছিল।ব্যৱসায়ী সকলক হাৰাশাস্তি কৰিছিল সেয়ে নগাঁৱৰ মানুহে সুৰেশ বৰাক ভোট নিদিয়ে।
সুৰেশ বৰাই বন্দুক…