অহা দুটা দশকত প্ৰষ্টেট কেন্সাৰ ৰোগীৰ সংখ্যা দুগুণ হ’ব
অহা দুটা দশকত বিশ্বজুৰি নতুন প্ৰষ্টেট কেন্সাৰৰ সংখ্যা দুগুণতকৈও অধিক হ’ব। জনগাঁথনিগত পৰিৱৰ্তনৰ ওপৰত কৰা এক অধ্যয়নৰ ভিত্তিত জানিব পৰা মতে, ‘২০২০ চনত নতুন প্ৰষ্টেট কেন্সাৰ ৰোগীৰ সংখ্যা ১৪ লাখৰ পৰা ২০৪০ চনৰ ভিতৰত ২৯ লাখলৈ বৃদ্ধি পাব।’ এই…
বেংগালুৰু কেফে বিস্ফোৰণৰ গোচৰৰ মূল অভিযুক্তক চিনাক্ত
বেংগালুৰু কেফে বিস্ফোৰণ গোচৰৰ মূল অভিযুক্তক চিনাক্ত NIAৰ, তেওঁৰ নাম মুছাবীৰ হোছেইন শ্বাহজীৱ। আব্দুল মাথিন তাহাইয়ে তেওঁৰ সংগী হিচাপে কাম কৰিছিল। ১ মাৰ্চত বাংগালুৰুৰ এখন কেফেত বিস্ফোৰণ সংঘটিত হয়। কৰ্ণাটকৰ ১৮টা স্থানত এন আই এৰ তালাচী অভিযান।…
গচিপ কৰিবলৈ ভাল পায় নেকি, থেৰাপিষ্টে কি কয়
পাৰ্টি হওক বা অফিচ হওক - কলেজ হওক বা কেণ্টিন হওক - কৰ্পৰেট হওক বা চুবুৰীৰ কোনো স্থান হওক - সকলোতে এটা কথা সাধাৰণ। সেয়াই হ'ল গচিপ। বছৰ নতুন গাড়ী, সহকৰ্মীজনে মোৰ গাড়ীত কিমান টকা বাঢ়িছে, কোনে কাৰ প্ৰেমত পৰিছে বা অলপ বেছিকৈ কথা পাতিছে - এই…
বিজনী আনন্দ বজাৰত পাচঁশতাধিক পুৰুষ মহিলা বিজেপিত যোগদান
চিৰাংজিলাৰ বিজনী আনন্দ বজাৰ লক্ষ্মী মন্দিৰ প্ৰাংগণত বিধায়ক অজয় কুমাৰ ৰায়ৰ নেতৃত্বত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত যোগদান কাৰ্যসূচীত মূখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস । উক্ত যোগদান কাৰ্যসূচীত…
নিৰ্বাচনৰ নিয়ম উলংঘা কৰাৰ বাবে আতিশিকে জাননী নিৰ্বাচন আয়োগৰ
অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা দিল্লীৰ বৰ্তমানৰ শিক্ষামন্ত্ৰী আপ নেতা আতিশীয়ে একাধিক বিষয়ত বাৰে বাৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কিছুদিন পূৰ্বে তেওঁ অভিযোগ কৰিছিল যে বিজেপিয়ে তেওঁক গেৰুৱা শিবিৰত যোগদান কৰাৰ ভাবুকি দিছিল…
অৰবিন্দ কেজৰিৱালৰ সুস্বাস্থ্যৰ বাবে সমূহীয়া উপবাস তথা অনশন কৰিব আম আদমি পাৰ্টীয়ে
৭ এপ্ৰিলত দেশৰ লগতে সমগ্ৰ অসমতো হ'ব সমূহীয়া উপবাস
প্ৰধানমন্ত্ৰী মোডীৰ একনায়কত্বৰ বিৰুদ্ধেও প্ৰদৰ্শন কৰা হ'ব ছঘণ্টীয়া অনশন
তথাকথিত সুৰা কেলেংকাৰীৰ তদন্তৰ নামত কেন্দ্ৰৰ বিজেপি চৰকাৰে আম আদমি পাৰ্টীৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ…
বজালী জিলা নিৰ্বাচনী আয়োগৰ উদ্যোগত বৰনগৰ মহাবিদ্যালয়ত চিত্ৰাংকন প্ৰতিযোগিতা
ঐতিহাসিক বৰনগৰৰ বটবৃক্ষ স্বৰূপ বৰনগৰ মহাবিদ্যালয়ত বজালী জিলা নিৰ্বাচনী আয়োগৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা আৰু পোষ্টাৰ মেকিং(Poster)মেকিং প্ৰতিযোগিতা আজি অনুষ্ঠিত হয়, এই প্ৰতিযোগিতাৰ সময়ছোৱাতত Sweepৰ সদস্য হেমাংগ তালুকদাৰ আৰু সদস্যা স্মৃতা…
চৰাইদেউৰ বৰষা গগৈ নামৰ এগৰাকী মহিলা নিৰুদ্দেশ
চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত ১ নং ধুনীয়া পথাৰ গাঁৱৰ সমুদ্ৰ গগৈৰ পত্নী বৰষা গগৈ যোৱা ০১ এপ্ৰিল তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে | জানিব পৰা মতে ০১ এপ্ৰিল তাৰিখে নিজ গৃহৰ পৰা বজাৰ কৰিবলৈ যাওঁ বুলি ওলাই গৈছিল বৰষা | কিন্তু ঘৰলৈ…
সহস্ৰাধিক সমৰ্থকক লৈ টীয়কত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত অনুষ্ঠিত নিৰ্বাচনী সভাত মন্ত্ৰী অতুল-কেশৱ…
অসম গণ পৰিষদৰ ১০২ নং পুৰণা টীয়ক বিধানসভা সমষ্টিৰ উদ্যোগত আজি চিপাহীখোলাস্থিত ৰূপজ্যোতি সংঘৰ ৰংগমঞ্চত মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ সমৰ্থনত এখনি নিৰ্বাচনী সভা অনুষ্ঠিত হয়।উক্ত সভাত অসম চৰকাৰৰ মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰা,কাৰ্যকৰী…
জীৱন সংগীৰ পৰা’Sleep Divorce’বিচাৰিছে নেকি, জানেনে ই কি
প্ৰেম আৰু বিবাহ একে নহয়! প্ৰেম কৰি থাকোঁতে ৰাতি কথা পতা, আৰু বিয়াৰ পিছত সেইজন ব্যক্তিৰ সৈতে একেখন বিচনাত ভাগ কৰাটো সম্পূৰ্ণ বেলেগ অভিজ্ঞতা। কাহিনী কোৱা, গোটেই দিনটোৰ আনন্দ-সুখ দুখবোৰ ফোনত ভাগ-বতৰা কৰাৰ স্মৃতিবোৰে বৰ আনন্দ দিয়ে বহুতকে…