Daily Time Axom

‘মুখ্যমন্ত্ৰী হিচাপে থাকিবলৈ কেজৰিৱালৰ ব্যক্তিগত সিদ্ধান্ত’- দিল্লী উচ্চ ন্যায়ালয়

আবকাৰী দুৰ্নীতিৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ ই.ডিৰ। বৰ্তমান তেওঁ তিহাৰ কাৰাগাৰত বন্দী হৈ আছে। ইফালে কেজৰিৱালৰ মুখ্যমন্ত্ৰী পদৰ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰা হয়। জেলৰ পৰাও প্ৰশাসনিক কাম-কাজ…

বৃহস্পতিবাৰেও টাইৱানত উদ্ধাৰ অভিযান চলি আছে

বুধবাৰে পুৱা টাইৱানত ভয়ংকৰ কঁপনি অনুভূত হয়। বৃহস্পতিবাৰেও টাইৱানত উদ্ধাৰ অভিযান চলি আছে। ৰাজধানী টাইপেইৰ পৰা ১০০ কিলোমিটাৰতকৈও অধিক দূৰত্বত অৱস্থিত হুয়ালিয়েন চহৰৰ দক্ষিণে ৭.৪ ৰিখটাৰ স্কেলৰ এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল। ২৫ বছৰৰ ভিতৰত…

জাঁজী নৈৰ পাৰ ঔগুৰিত দুই শতাধিক নাচনী ঢুলীয়াই প্ৰস্তুতি চলাইছে ৰঙালীক আদৰাৰ

চাওতে চাওতে হেপাহৰ ৰঙালী আহি পদুলিমুখ পালেহি।ঢোল পেঁপাৰ মাতে চৌদিশ ৰজনজনাইছে।সকলো ব্যস্ত আপোন বিহুটিক আদৰিবলৈ।এয়া টীয়কৰ ঔগুৰি খেলপথাৰৰ পৰিবেশ।বিগত বছৰৰ দৰে এইবাৰো ঔগুৰি যুৱ সমাজৰ উদ্যোগত ১০দিনীয়াকৈ বিহুনাচ আৰু ঢোলবাদন কৰ্মশালা অনুষ্ঠিত…

কচুৱাৰ গেৰজাইপামত মাৰপিটৰ ঘটনা

নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত গেৰজাইপামত মাৰপিটৰ ঘটনা। গাঁওখনৰ একে পৰিয়ালৰ বাপি দেৱনাথ আৰু মামনি দেৱনাথে লোহাৰে আক্ৰমণ কৰি গুৰুতৰ জখম কৰে পিন্টু দেৱনাথ নামৰ এই গৰাকী লোকক। আহত পিন্টু দেৱনাথক লগে লগে কচুৱা মডেল হাস্পতালত চিকিৎসা প্ৰদান…

যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ বৈজ্ঞানিক দৃষ্টিভংগীৰ সম্পৰ্কে গুৱাহাটীত ৰাজ্যিক কৰ্মশালা সম্পন্ন

শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰচিটি অৱ হেল্থ চাইন্সৰ স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ উদ্যোগত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত মহানগৰৰ মালিগাঁৱত অৱস্থিত পূৰ্বাঞ্চল যোগতীৰ্থ কেন্দ্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে…

নেমুৰ বাকলি পেলাব নালাগে, পাকঘৰ চাফা কৰাৰ বাবে ই অতি উত্তম

নেমুটো চেপি লোৱাৰ পিছত প্ৰায়ে আৱৰ্জনাত পেলাই দিয়া হয় বাকলিটো। নেমুৰ বাকলি বহু ধৰণে ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ দ্বাৰা পাকঘৰ চাফা কৰিব পাৰি। নেমুৰ বাকলি কিদৰে ব্যৱহাৰ কৰিব পাৰি। চাওক... - কেটলিটো ভালদৰে চাফা কৰিবলৈ নেমুৰ বাকলি ব্যৱহাৰ কৰিব…

টাইৱানৰ ভূমিকম্পত মৃত্যুৰ সংখ্যা ৭, আহত ৭৩০ জনলৈ বৃদ্ধি

১৯৯৯ চনৰ পিছত ২০২৪ চনত। ২৫ বছৰৰ পাছত টাইৱানত ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল। বুধবাৰে পুৱা প্ৰবল কঁপনিৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা ৭লৈ বৃদ্ধি পায়। আহত হৈছে কমেও ৭৩০ জন লোক। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। বুধবাৰে পুৱা প্ৰায় ৮…

জুডিথ কংগোৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী

মধ্য আফ্ৰিকান ৰিপাব্লিক অৱ কংগোৰ ৰাষ্ট্ৰপতি ফেলিক্স ছিচেকেডিয়ে দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰীক নিযুক্তি দিয়ে। সোমবাৰে তেওঁ পৰিকল্পনা মন্ত্ৰী জুডিথ চুমিনৱাক কংগোৰ প্ৰধানমন্ত্ৰী হিচাপে ঘোষণা কৰে। বিদায়ী প্ৰধানমন্ত্ৰী জিন মিচেল ছামা…

অৰুণাচলৰ ৩০ টা স্থানৰ নাম সলনিৰ বাবে চীনৰ পদক্ষেপক নাকচ কৰিলে ভাৰতে

শনিবাৰে চীনে এক বিবৃতি জাৰি কৰি ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ ৩০ টা স্থানৰ নাম সলনি কৰে। মঙলবাৰে ভাৰতে এই নাম সলনিক “অৰ্থহীন” বুলি নাকচ কৰে। হিমালয় অঞ্চলত অৱস্থিত অৰুণাচল প্ৰদেশ ভাৰতৰ এক ‘অবিচ্ছেদ্য অংগ’ বুলি দেশখনে প্ৰকাশ কৰিছে। আৰু…

ছত্তীশগড় ৰাজ্যৰ বিজাপুৰ জিলাত মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষত ১৩ জন মাওবাদী নিহত

ছত্তীশগড় ৰাজ্যৰ বিজাপুৰ জিলাত মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষত নিহত হয় ১৩জন মাওবাদী আৰক্ষীয়ে এই কথা সদৰী কৰিছে। অঞ্চলটোত বিদ্ৰোহী আৰু নিৰাপত্তাৰক্ষীৰ মাজত ৫০ বছৰীয়া এক ৰক্তাক্ত সংঘাতৰ ইতিহাস আছে। আৰক্ষীৰ মতে, মঙলবাৰে ছত্তীশগড়…