Daily Time Axom

বিজেপিৰ মাৰাথন বৈঠকত দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা সন্দৰ্ভত আলোচনা

ইতিমধ্যে গেৰুৱা শিবিৰৰ প্রার্থীৰ প্রথম তালিকাত ১৯৫ জনৰ নাম প্রকাশ হৈছে ৷ লোকসভা নিৰ্বাচনৰ পথাৰত সৰ্বভাৰতীয় পৰ্যায়ত তিনিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীক প্ৰক্ষেপ কৰিছে বিজেপিয়ে। এই মুহূৰ্তত মূল আলোচনা হৈছে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা। জানিব…

গাজাত ২০ জন লোকৰ অনাহাৰে মৃত্যু

গাজাত পানীৰ অভাৱ আৰু পুষ্টিহীনতাৰ বাবে ২০ জন লোকৰ মৃত্যু । গাজাৰ স্বাস্থ্যকৰ্মীসকলে এই খবৰ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে । এই ঘটনাৰ পিছত অঞ্চলটোলৈ অধিক সাহায্য প্ৰেৰণৰ দাবী তীব্ৰতৰ হৈ পৰিছে। গাজা স্বাস্থ্য মন্ত্ৰালয়ৰ মুখপাত্ৰ আশ্ৰাফ আল…

মই জৰা-ফুকা বাদ দিছো, মোৰ জেললৈ যাবলৈ মন নাইঃ বদৰুদ্দিন আজমল

এইবাৰ নগাঁও লোকসভাত মিঞা সাংসদ বিজয়ী হ'ব-জুৰীয়াৰ উদমাৰিত এক নিৰ্বাচনী সভাত বদৰুদ্দিন আজমলৰ মন্তব্য। জুৰীয়াৰ উদমাৰিত নিশা অনুষ্ঠিত AIUDFৰ এক বিশাল নিৰ্বাচনী সভাত দলৰ ছিফ তথা ধুবৰীৰ সাংসদ বদৰুদ্দিন আজমল উপস্থিত থাকি নগাঁও লোকসভাৰ…

যোৰহাটৰ প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান সফল কামনাৰে অগপ বিজেপিয়ে ভগৱানৰ চৰণত ল’লে সেৱা

অহা ৯ মাৰ্চত দেশৰ প্ৰধানমন্ত্ৰীগৰাকী যোৰহাটলৈ আহিব।লাহদৈগড়স্থিত বীৰ লাচিত মৈডামত নিৰ্মিত বীৰ লাচিত সুউচ্চ প্ৰতিমূৰ্ত্তিৰ শুভ উন্মোচন কৰিব।লগতে মেলেং মেটেলি পথাৰত আয়োজিত এক বিশাল জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।ইতিমধ্যে…

CAA বাতিল কৰাৰ প্ৰতিবাদত মৰিগাঁও জিলা ছাত্ৰ সন্থাই উলিয়ালে মটৰচাইকেল ৰেলী

CAA বাতিল কৰাৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ত্ৰিশটা জনগোষ্ঠীয় সংগঠনৰ সহযোগত অন্যান্য জিলাসমূহৰ সমান্তৰালকৈ মৰিগাঁও জিলা ছাত্ৰ সন্থাই উলিয়ালে মটৰচাইকেল ৰেলী অসমীয়া জাতি ধ্বংসী আইন CAA বাতিলৰ দাবীত মৰিগাঁও জিলা ছাত্ৰ…

চিন্তামণিগড়ত দিখৌমুখ মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত মত বিনিময় অনুষ্ঠান

চিন্তামণিগড়ত দিখৌমুখ মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত আৰু আই.কিউ.এ.চিৰ সহযোগত আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি মত বিনিময় অনুষ্ঠান। শিৱসাগৰ জিলাৰ চিন্তামণিগড়ত দিখৌমুখ মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত আৰু আই কিউ এ চিৰ সহযোগত আন্তৰ্জাতিক…

সদৌ তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত “কা” ৰ বিৰোধীতাৰে বাইক ৰেলী

সমগ্ৰ ৰাজ্যৰ লগতে আজি তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত তথা ত্ৰিশটা জাতীয় সংগঠনৰ সহযোগত "কা" ৰ বিৰোধীতাৰে এক বিশাল বাইক ৰেলী উলিয়াই। আজিৰ এই বাইক ৰেলীত জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত শতাধিক আছু নেতাই চৰকাৰ বিৰোধী শ্লোগান দি সমগ্ৰ তামুলপুৰ…

সুস্থ দাঁত সজীৱ হাঁহি

নিয়মিতভাৱে দিনটোত, ৰাতিপুৱা আৰু ৰাতি দুবাৰকৈ দাঁত ব্ৰাছ কৰিব লাগে। যিকোনো মিঠা খাদ্য যেনে চকলেট, মিঠাই আৰু যিকোনো ধৰণৰ শীতল পানীয় খোৱাৰ পিছত দাঁত ব্ৰাছ কৰক। বাহিৰত থাকিলে মাউথৱাছেৰে মুখখন ভালদৰে ধুব লাগে। প্ৰতি ৬ মাহৰ মূৰে মূৰে দন্ত…

টীয়কত পাঁচখনকৈ আদৰ্শ বিদ্যালয়ৰগৃহৰ আধাৰশিলা স্থাপন মন্ত্ৰী পীযুষ হাজৰিকাৰ

চেনিজান উচ্চ মাধ্যমিক বিদ্যালয়,চেনিআমগুৰি উচ্চ মাধ্যমিক বিদ্যালয়,মেলেং প্ৰাদেশীকৃত উচ্চ মাধ্যমিক বিদ্যালয়,ফেচুৱাল জয়শ্ৰী উচ্চ মাধ্যমিক বিদ্যালয় আৰু লুইতপৰীয়া মিচিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ আদৰ্শ বিদ্যালয়ৰগৃহৰ আধাৰশিলা স্থাপন আৰু ভূমি পূজন…

দিব্যাংগসকলৰ কল্যাণৰ বাবে বিটিআৰৰ বিশেষ আঁচনি

ই এম গৌতম দাসে প্ৰদান কৰিলে ৩৫ গৰাকী দিবাংগ লোকক ই- ৰিক্সা বিটিআৰৰ সমাজ কল্যান বিভাগৰ তৰফৰ পৰি সাধাৰণ জনগণৰ উন্নয়নৰ লগতে দিব্যাংগ সকলৰ বাবেও কেবাটাও বিশেষ আঁচনি গ্ৰহন কৰিছে ৷ বিশেষকৈ দিব্যাংগ সকলৰ স্ব-নিয়োজনৰ পথ মুকলিৰ উদ্দেশ্যে বিটিআৰৰ…