Daily Time Axom

ইজৰাইলৰ কমাণ্ড চেণ্টাৰত হামাছৰ আক্ৰমণ

পেলেষ্টাইনৰ স্বাধীনতা সশস্ত্ৰ সংগঠন হামাছে ইজৰাইলৰ এটা কমাণ্ড চেণ্টাৰত আক্ৰমণ কৰে। হামাছে দাবী কৰিছে যে পৃথক পৃথক আক্ৰমণত কমেও ৭ জন ইজৰাইলী সৈন্য নিহত হৈছে। জানিব পৰা মতে, বেইট হানৌন চহৰৰ পূব দিশত অৱস্থিত কমাণ্ড চেণ্টাৰত হামাছৰ যোদ্ধাসকলে…

মধ্যপ্ৰদেশত কংগ্ৰেছত বিভাজন, বিজেপিত যোগদান প্ৰবীণ নেতা সুৰেশ পাচৌৰীৰ

পুনৰ ভাঙিছে কংগ্ৰেছ। দলৰ জ্যেষ্ঠ নেতা সুৰেশ পাচৌৰীয়ে বিজেপিত যোগদান। যোগদান অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে। যোগদান কৰাৰ পিছত পচৌৰীয়ে কয় যে মই ৰাজনীতি আৰম্ভ কৰাৰ সময়ত দেশৰ সেৱা কৰিম বুলি ভাবিছিলো। কিন্তু…

জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই কয়, ২০২৫-২৬ চনৰ ভিতৰত সমগ্ৰ দেশতে ৭৪০ খন একলব্য আৰ্হি আৱাসিক…

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই কয় যে ২০২৫-২৬ চনৰ ভিতৰত সমগ্ৰ দেশতে ৭৪০ খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় কাৰ্যক্ষম কৰি তোলা হ’ব। নতুন দিল্লীত এখন সংবাদমেলত ভাষণ দি মিষ্টাৰ মুণ্ডাই কয় যে ইয়াৰ ভিতৰত ৪০১খন একলব্য মডেল…

মণিপুৰ, মেঘালয়, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশত প্ৰায় ৫৫,৬০০ কোটি টকাৰ একাধিক…

মণিপুৰ, মেঘালয়, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা, আৰু অৰুণাচল প্ৰদেশত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ৫৫,৬০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে। অৰুণাচল প্ৰদেশৰ ইটানগৰত এখন ৰাজহুৱা সভাত এই প্ৰকল্পসমূহৰ শুভাৰম্ভ কৰা…

মুকালমুৱাৰ বৰতলাত এটা ড্ৰাগছ সৰবৰাহকাৰী আটক

ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ৮৬৪০ টা নিচাযুক্ত টেবলেট আৰু এখন দুচকীয়া বাহন জব্দ। মুকালমুৱাৰ বৰতলাত এটা ড্ৰাগছ সৰবৰাহকাৰী আটক। বৰতলাৰ স্থানীয় ৰাইজৰ সহযোগত মুকালমুৱা আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীটোক বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট সহ আটক কৰে। ধৃত…

ৰূপহীহাটত কুখ্যাত ড্ৰাগছ সৰ্বৰাহকাৰী আটক

ৰূপহীহাটৰ জ্যোতিনগৰত আৰক্ষীয়ে অভিযান চলাই আটক কৰে কুখ্যাত ড্ৰাগছ সৰ্বৰাহকাৰীটোক । ড্ৰাগছ সৰ্বৰাহকাৰীৰ পৰা 5 টাকৈ চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছ জব্দ কৰে ৰূপহীহাট আৰক্ষীয়ে ।ধৃত ড্ৰাগছ সৰ্বৰাহকাৰীটো তামুলীটোপৰ ইব্ৰাহিম আলী । তামুলীটোপৰ পৰা…

উত্তৰ-পূবৰ বাবে প্ৰধানমন্ত্ৰী মোডীৰ UNNATI আৰু চাহ উন্নয়নৰ বুষ্টক প্ৰশংসা কৰিলে হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশংসা কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ শেহতীয়া সিদ্ধান্তৰ প্ৰশংসা কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰ’ব্লগিং চাইট এক্সলৈ যায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিগত দশক ধৰি…

ডিব্ৰুগড় জেলৰ অধীক্ষকৰ বিৰুদ্ধে ইউএপিএ আৰু অসম কাৰাগাৰ আইনৰ অধীনত অভিযোগ,এছ পি ৰেড্ডীয়ে কয়

ডিব্ৰুগড় জেলৰ অধীক্ষকৰ বিৰুদ্ধে ইউএপিএ আৰু অসম কাৰাগাৰ আইনৰ অধীনত অভিযোগ, এছ পি ৰেড্ডীয়ে কয় ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকক গ্ৰেপ্তাৰ কৰিছে এজন বন্দী অমৃতপাল সিঙৰ জিম্মাত থকা নিষিদ্ধ সামগ্ৰী উদ্ধাৰৰ পিছতে ডিব্ৰুগড় আৰক্ষীয়ে। এছ…

বিয়াৰ পিছত আশীৰ্বাদ বিচাৰি কামাখ্যা মন্দিৰত ৰাকুল প্ৰীত সিং আৰু জেকী ভগনানী

সদ্য বিবাহিত দম্পতী ৰাকুল প্ৰীত সিং আৰু জেকী ভগনানীয়ে পৰিয়ালৰ সৈতে আজি কামাখ্যা মন্দিৰত উপস্থিত হৈ প্ৰাৰ্থনা কৰে। ইয়াৰ পূৰ্বে গোৱাত সপোন যেন বিয়াৰ পৰিবেশৰ পিছতে অমৃতসৰৰ স্বৰ্ণ মন্দিৰলৈ গৈছিল। আজি ৰাকুল প্ৰীতে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত…

দুখৰ সাগৰত ডুবি থকা এহাল সুখী দম্পতি

"পঢ়া শুনা কৰে যি , হাতীৰ পিঠিত উঠে সি "। ককা-আইতা , মা-দেউতাই পঢ়া ৰ প্ৰতি আগ্ৰহ বঢ়োৱাৰ বাবে কোৱা কথা । পিছে পঢ়া শুনা নকৰাকৈ হাতীৰ পিঠিত উঠিল ৰবীন্দ্ৰ দাস । কলিয়াবৰ খালৈআতি গাওঁৰ ৰবীন্দ্ৰই এঘাৰ বছৰ বয়সতে হাতীৰ প্ৰেমত পৰি সুদীৰ্ঘ ১৭ বছৰীয়া…