টিহুৰ দৰঙ্গীপাৰাত বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ উদ্যোগত যোগদান সভা
সমাগত লোকসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপি দলৰ প্ৰতি আকৰ্ষিত হৈ বিভিন্ন দলৰ কৰ্মীয়ে বিজেপি দলত যোগদান হোৱা পৰিলক্ষিত হৈছে।
নৱগঠিত টিহু সমষ্টিৰ দৰঙ্গীপাৰাত বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ উদ্যোগত এখন যোগদান সভা অনুষ্ঠিত…
তামুলপুৰত আশা কৰ্মীৰ অভিৱৰ্তন অনুষ্ঠান
গোটেই বছৰটোত আশা কৰ্মী সকলে দিনে ৰাতি একাকাৰ কৰি বিভিন্ন ৰোগীক শুশ্ৰুষা কৰাৰ বিপৰীতে আজি সকলো আশা কৰ্মী লগ হৈ গীতে মাতে নাছি বাগি আত্মহাৰা হৈ বাটৰ নাট প্ৰদৰ্শন কৰে।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ…
বনছাই অসমৰ উদ্যোগত সৰভোগত লোকনৃত্য,আধুনিক নৃত্য আৰু অভিনয়ৰ কৰ্মশালা
পঞ্চম বাৰ্ষিক পথাৰ নাট মেলাৰ সফল পৰিসমাপ্তিৰ পিছত,এইবাৰ বনছাই অসমৰ উদ্যোগত আৰু জ্ঞান-বিকাশ বিদ্যাভৱন ভূলুকাডোৱাৰ সহযোগত সৰভোগত আজিৰে পৰা অনুষ্ঠিত হৈছে লোকনৃত্য,আধুনিক নৃত্য আৰু অভিনয়ৰ ১২ দিনিয়া কৰ্মশালা,জ্ঞান-বিকাশ বিদ্যাভৱন ভূলুকাডোৱাত…
মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইচাই গ্ৰাম্য ষ্টেডিয়াম, ডেমৌ ৰাইচাইত উদ্বোধন কৰে
ঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইচাই গ্ৰাম্য ষ্টেডিয়াম, ডেমৌ ৰাইচাইত উদ্বোধন কৰে। এই প্ৰকল্পৰ বাবে ১৩ কোটি টকা ব্যয়। লগতে শিৱসাগৰ জিলাত ৪৬৫ কোটি টকাৰ দুটামান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। আগন্তুক যোৰহাট লোকসভাৰ বিজেপি প্ৰাৰ্থী…
বিশিষ্ট লেখক তথা ঔপন্যাসিক অৰুণ গোস্বামীৰ দেহাৱসান
যোৰহাটৰ মিছন হাস্পতালত আজি শেষ নিশ্বাস ত্যাগ কৰিলে বিশিষ্ট ঔপন্যাসিক তথা চুটিগল্পকাৰ অৰুণ গোস্বামীয়ে। তেওঁ যোৰহাটত কেইবাদিনো ইনটেনচিভ কেয়াৰ ইউনিটত চিকিৎসাধীন হৈ আছিল। মঙলবাৰে নিশা বহু আকাংক্ষিত অসুস্থতাত পৰি অসমীয়া সাহিত্যত কঠোৰ সময়…
কা’ ৰূপায়ন সন্দৰ্ভত অসম জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া
▶ অৱশেষত অসমীয়া জাতিৰ আৱেগ-অনুভূতি আৰু শ্বহীদৰ চৰম ত্যাগক ভৰিৰে মোহাৰি বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী আইন ৰূপায়ন কৰিলে৷
▶এই আইনে অসমীয়া জাতিৰ ভাষা-সংস্কৃতি, মাটি-ভেটিৰ ওপৰত অবৈধ বিদেশীৰ অধিকাৰ নিশ্চিত কৰি অসমীয়া মানুহৰ…
‘কা’ৰ বিৰুদ্ধে একত্ৰিত যুঁজ দিয়ক অসমবাসীয়েঃৰাইজৰ দল
এইয়া অস্তিত্ব ৰক্ষাৰ শেষ যুঁজ
অসমবাসীৰ সুদীৰ্ঘ প্ৰতিবাদ, ৫ জন তেজাল যুৱকৰ আত্মবলিদানৰ পিছতো বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে চৰম স্বেচ্ছাচাৰীতাৰে অসমবাসীৰ স্বাৰ্থৰ পৰিপন্থী, সংবিধান বিৰোধী যি 'কা' আইন বলবৎ কৰিলে, সেইয়া অসমবাসী তথা…
জামুগুৰিহাটৰ ধলাইবিলৰ কেথলিক গীৰ্জাৰ সমীপত গ্ৰাম্য বিপনী কেন্দ্ৰ শুভ উদ্বোধন
জামুগুৰিহাটৰ ধলাইবিলৰ কেথলিক গীৰ্জাৰ সন্মুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত আজি নাৱাৰ্ডৰ সহযোগত জাৰ্মিন বোৱাকটা সমবায় সমিতি নামৰ এখন গ্ৰাম্য বিপনিৰ শুভ উদ্ধোধন কৰে নাৱাৰ্ডৰ উপ প্ৰৱন্ধক শ্ৰীৰাম ভি আয়াৰে৷গ্ৰামাঞ্চলৰ শিপিনী সকলে থলুৱাভাৱে…
কচুৱাৰ পুঠিমাৰিত অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ মুকলি
কচুৱা পুঠিমাৰি অঞ্চলৰ বাবে সুখবৰ। কচুৱা 2নং পুঠিমাৰি শিৱস্থান বজাৰত অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ মুকলি কৰা হয়। গ্ৰাহক সকলৰ সুবিধাৰ্থে মুবাৰক হুছেইন নামৰ যুৱকজনে মুকলি কৰে অসম গ্ৰামীণ বিকাশ বেংকৰ সেৱা কেন্দ্ৰ। উক্ত সেৱা…
উত্তৰ গুৱাহাটীত উপস্থিত গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধী
সমুখত প্ৰতিদণ্ডী থিয় নহওতেই নিৰ্বাচনী প্ৰচাৰত নামিছে বিজেপিৰ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধীয়ে । গুৱাহাটী লোক সভা সমষ্টিৰ ৩২ টা মণ্ডলৰ চাৰিটা সমষ্টিতহে প্ৰচাৰ চলাবলৈ বাকী আছে প্ৰাৰ্থীগৰাকীৰ । উত্তৰ গুৱাহাটী মণ্ডল বিজেপিৰ…