১৮ৰ পৰা ১৯ বছৰ বয়সৰ ১০,৫৪৯ গৰাকী, ৮৫ বছৰৰ উৰ্দ্ধৰ ৩৭২৭ গৰাকী আৰু ২১৫ গৰাকী শতায়ু গৰকা ভোটদাতাই দিব…
কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হ'ব ২৯ টা ভোটগ্ৰহণ কেন্দ্ৰ, যুৱক-যুৱতীৰ দ্বাৰা তিনিটা আৰু বিশেষভাৱে সক্ষম লোকৰ দ্বাৰা পৰিচালিত হ'ব এটা ভোটগ্ৰহণ কেন্দ্ৰ, আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ'ব ছটা।
আসন্ন লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন…
তামুলপুৰৰ কচুবাৰীত শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ ৫২৪ বৰ্ষীয় গৰখীয়া সবাহ মহোৎসৱৰ বিশেষ…
তামুলপুৰ জিলাৰ কচুবাৰীত প্ৰতিবছৰৰ দৰে এইবাৰো বিভিন্নতামুলপুৰৰ কচুবাৰীত শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ ৫২৪ বৰ্ষীয় গৰখীয়া সবাহ মহোৎসৱৰ বিশেষ প্ৰস্তুতি ।
তামুলপুৰ জিলাৰ কচুবাৰীত প্ৰতিবছৰৰ দৰে এইবাৰো বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ…
অসম ফটো সাংবাদিক সন্থাৰ সাধাৰণ সভা সম্পন্ন,নতুন সমিতি গঠন
ৰাজ্যৰ ফটো সাংবাদিকসকলৰ ঐতিহ্যমণ্ডিত সংস্থা অসম ফটো সাংবাদিক সন্থাৰ সাধাৰণ সভাখন যোৱা ১৬ মাৰ্চত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হৈ যায়। সভাখনত ৰাজ্যৰ বিভিন্ন সংবাদ মাধ্যমত কৰ্মৰত ফটো সাংবাদিক সকলৰ কল্যানৰ অৰ্থে কেবাটাও গুৰুত্বপূৰ্ণ…
অস্কাৰৰ মঞ্চত কিয় উলংগ হৈছিল জন চিনা
জন চিনাই অস্কাৰৰ মঞ্চত উঠি শ্ৰেষ্ঠ সাজ-পোছাকৰ ডিজাইন উপস্থাপন কৰাৰ সময়ত কাপোৰ পিন্ধা নাছিল। যিটো এতিয়া আটাইতকৈ ডাঙৰ চৰ্চা হৈ আহিছে। যোৱা বছৰ অস্কাৰ বঁটা চৰ্চাৰ বিষয় হৈ পৰিছিল।
শ্ৰেষ্ঠ সাজ-পোছাকৰ বঁটা ঘোষণা কৰাৰ সময়তে জন এই কাম কৰিছিল।…
কিডনী সুস্থ কৰি ৰাখিবলৈ ৫টা অভ্যাস
কিডনী শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ। সুস্থ হৈ থাকিবলৈ যদি আপুনি কিডনীক অৱহেলা কৰে তেন্তে ই একেবাৰেই কাম নকৰে। কিডনীৰ ক্ষতি হ’লে শৰীৰত বহুতো জটিলতা আহিব পাৰে। গতিকে কোনো ডাঙৰ শাৰীৰিক সমস্যাৰ সন্মুখীন হোৱাৰ আগতে সাৱধান হোৱাটো জৰুৰী।…
মাত্ৰ ডেৰ-দুমাহৰ ভিতৰতে আমেৰিকাত ৯ জন ভাৰতীয় আৰু ভাৰতীয় মূলৰ ছাত্ৰ-ছাত্ৰীৰ মৃত্যু!
আমেৰিকা (আমেৰিকা)ত পুনৰ নিহত হ’ল ভাৰতীয় ছাত্ৰ। যোৱা সোমবাৰে এখন গাড়ীৰ পৰা উদ্ধাৰ কৰা হয় বষ্টন বিশ্ববিদ্যালয়ৰ এগৰাকী ভাৰতীয় ছাত্ৰৰ মৃতদেহ। মাত্ৰ ডেৰ-দুমাহত আমেৰিকাত ৯ জন ভাৰতীয় আৰু ভাৰতীয় মূলৰ ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হৈছে। ফলত আমেৰিকাত…
লোকসভা নিৰ্বাচনৰ পূৰ্বে অগপত যোগদান কাৰ্যসূচী
বিজুলী কলিতা মেধিক জয়ী কৰোৱাৰ বাবে বদ্ধপৰিকৰ অগপ
আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাক মুহৰ্ত্বত অসম গণ পৰিষদ দলৰ গুৱাহাটীৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত তথা দলৰ আন…
তালিবানৰ ভূমিত পাকিস্তানৰ চাৰ্জিকেল ষ্ট্ৰাইক ! আফগানিস্তানত ৮ জনৰ মৃত্যু
আফগানিস্তানত সন্ত্ৰাসবাদী আক্ৰমণত ৭ জন পাকিস্তানী জোৱানৰ মৃত্যুৰ পিছত আক্ৰমণ।
পাকিস্তানী সেনাক আক্ৰমণ কৰাৰ পিছতে আফগানিস্তানত চাৰ্জিকেল ষ্ট্ৰাইক আৰম্ভ কৰে পাকিস্তানে। সোমবাৰে পুৱা আফগানিস্তানৰ সীমান্তৱৰ্তী অঞ্চলত পাকিস্তান সেনাই বোমাবৰ্ষণ…
তেলেংগানাৰ ৰাজ্যপালৰ পদত্যাগ, লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা
তেলেংগানাৰ ৰাজ্যপাল তামিলিছাই সুন্দৰাজন। সোমবাৰে পুৱা তেওঁ পদত্যাগ কৰে। তেতিয়াৰ পৰাই তেওঁ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি তীব্ৰ সম্ভাৱনাৰ সৃষ্টি হৈছে। সূত্ৰ অনুসৰি বিজেপিৰ টিকটত তেওঁ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে।…
অসম ভিত্তিত নাগাৰ নাম প্ৰতিযোগিতা প্ৰথম স্থান দখল মঙ্গলদৈৰ ডেইজি ডেকাৰ
হাজোৰ প্ৰাণেশ্বৰ নাথ স্মৃতি ন্যাস, হালুগাঁওত ১২ মাৰ্চ তাৰিখৰ পৰা দুদিনীয়াকৈ অসম ভিত্তিত অনুষ্ঠিত হয় নাগাৰা নাম প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু কেইটা আগশাৰী নাগাৰা দলে অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ দৰং জিলাৰ মঙ্গলদৈৰ…