Daily Time Axom

দৰঙৰ ধূলাত IPL জুৱাৰীক গ্ৰেপ্তাৰ

দৰঙৰ ধূলাত IPL খেলৰ জুৱাৰীক গ্ৰেপ্তাৰ। খেল আৰম্ভ হোৱাৰ লগে লগে জুৱাৰীও ওলাল বজাৰত। খেল আৰম্ভ হোৱাৰ লগে লগেই অঞ্চলটোত বৃদ্ধি পাইছে জুৱাৰীৰ সংখ্যা। প্ৰতি দিনে চলিছে IPL জুৱা খেল। গোপন খবৰৰ ভিত্তিত দৰঙৰ ধুলা আৰক্ষীয়ে দুজনকৈ জুৱাৰী আটক কৰিবলৈ…

মৰিগাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা,এগৰাকী কলেজীয়া ছাত্ৰীক শাৰীৰিক নিৰ্যাতনৰ চেষ্টা এজন গাড়ী চালকৰ

ঘটনা অনুসৰি মৰিগাঁও ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ চাইডা খাতুন নামৰ ছাত্ৰীগৰাকী পৰীক্ষা দিবলৈ বুৱালগুৰি পথত গাড়ী অপেক্ষা কৰি আছিল । সেই সময়তে এখন গাড়ী আহি ছাত্ৰী গৰাকীৰ কাষত ৰখি কত যাবা বুলি সুধাত মৰিগাঁও কলেজলৈ যাম বুলি কৈছিল । তেতিয়া গাড়ী…

অৰুণাচলৰ ফিনভিৰুৰ পৰা অপহৰণ কৰা তিনি কয়লা মহৰীক মুক্তি আলফা স্বাধীনৰ

অৰুণাচলৰ ফিনভিৰুৰ পৰা অপহৰণ কৰা তিনি কয়লা মহৰীক যোৱাকালি মুকলি কৰি দিয়ে আলফা স্বাধীনে ৷ অৰুণাচলৰ ফিনভিৰুৰ কয়লাখনিৰ পৰা অপহৰণ কৰা তিনি কয়লা মহৰীক মুকলি কৰি দিয়ে আলফা স্বাধীনে ৷ তিনি অপহৃত শ্ৰমিক ক্ৰমে জ্ঞান থাপা, লেখক বৰা আৰু চন্দন…

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী…

প্ৰদ্যুৎ বৰদলৈক এজন ইনটেলেকচুৱেল পলিটিচিয়ান বা শিক্ষিত ৰাজনীতি হিচাপে ৰাইজে জানে। কিন্তু নিৰ্বাচনী প্ৰচাৰত নামি তেওঁ যিবোৰ কথা ব্যক্তি গতভাৱে কৈছে।এইবোৰ কথাই ৰাইজৰ মাজত সন্দেহ সৃষ্টি কৰিছে শনিবাৰে এই মন্তব্য নগাঁও লোক সভা সমষ্টিৰ বিজেপি…

সৰভোগৰ পম্পী ডান্স একাডেমিৰ উদ্যোগত ৬ দিনীয়া বিহুনাচ আৰু বিহু ঢোলৰ কৰ্মশালাৰ সফল সামৰণি

ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন,ঢোল-পেঁপাৰ মাতত ৰজনজনাই উঠিছে চৌদিশ,ৰাজ্যৰ চৌদিশে বিহুৰ প্ৰস্তুতি,ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ সৰভোগতো অনুষ্ঠিত হৈছে বিহুনাচ আৰু বিহু ঢোলৰ কৰ্মশালা,বৰপেটা জিলাৰ সৰভোগৰ পম্পী ডান্স একাডেমিৰ উদ্যোগত ১৮…

দাঁতৰ যত্ন নল’লে হৃদৰোগো হ’ব পাৰে!

নিয়মিতভাৱে দাঁত ব্ৰাছ নকৰিলে দাঁতৰ ক্ষতি হয় বুলি আপুনি ভাবেনে? কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে ডায়েবেটিছ, হৃদৰোগ আনকি কেন্সাৰৰ সৈতেও দাঁতৰ স্বাস্থ্যৰ সম্পৰ্ক আছে। ইয়াত পুৰুষসকল মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগত বেছিকৈ আক্ৰান্ত হয়। এই সকলোবোৰ…

মস্কোৰ কনচাৰ্ট আক্ৰমণ: মৃত্যুৰ সংখ্যা ৯৩ লৈ বৃদ্ধি

শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান আৰু নিৰাপত্তা পৰিষদে মস্কোৰ বাহিৰৰ এটা কনচাৰ্ট হলত হোৱা মাৰাত্মক বন্দুকৰ আক্ৰমণক “তীব্ৰভাৱে” গৰিহণা দিয়ে আৰু “সন্ত্রাসবাদী” আক্ৰমণত নিহতসকলৰ পৰিয়াললৈ গভীৰ শোক প্ৰকাশ কৰে। ৰাষ্ট্ৰসংঘৰ মুৰব্বী এণ্টনিঅ’…

২৯ মাৰ্চত অসমৰ চিত্ৰগৃহলৈ নতুন অসমীয়া ছৱি ইতি তোমাৰ

পুনৰ ২৯ মাৰ্চত এখন নতুন অসমীয়া চিনেমা মুক্তি পাব,মুক্তি পাবলগীয়া চিনেমাখনৰ নাম ইতি তোমাৰ,ৰে’ড ৰিভাৰ ফাণ্ড আৰু মনচুন স্ক্ৰিপ্টচ এণ্টাৰটেইনমেণ্ট’ৰ নিবেদনত নিৰ্মিত ইতি তোমাৰ চিনেমাখনৰ পৰিচালক পাৰৱেজ আহমেদে,চিনেমাখনত অভিনয় কৰা অভিনেতা-অভিনেত্ৰী…

সুনীতা কেজৰিৱালে পঢ়িলে অৰবিন্দ কেজৰিৱালৰ বাৰ্তা

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাৰ্তা পাঠ কৰে তেওঁৰ পত্নী সুনীতা কেজৰিৱালে। ইতিমধ্যে আবকাৰী দুৰ্নীতিৰ গোচৰত ইডিৰ জিম্মাত আছে কেজৰিৱাল। সুনীতা কেজৰিৱালে কয় যে তেওঁ সমাজৰ বাবে কাম কৰিব। কোনেও বিজেপিক ঘৃণা কৰিব নালাগে। তেওঁলোক সকলো…

কচুৱা লুটুমাৰী গড়কপ্তানি পথৰ দৰৱস্থা, সাংসদ আৰু বিধায়কৰ ভূমিকাত ৰাইজৰ ক্ষোভ

বাৰিষা নহয়।খৰালীতে এটা পথত দুৰ্ভোগ ভুগিছে ৰাইজে।ৰাইজে জনপ্ৰতিনিধক বহুবাৰ আবেদন নিবেদন কৰিও নাপালে সুফল।উল্লেখ্য যে নগাঁও জিলাৰ ৰহা বিধান সভা সমষ্টিৰ অন্তৰ্গত সৰ্ব বৃহৎ গৰুবাট মৌজাৰ কচুৱা তিনিআলি বজাৰৰ পৰা লুটুমাৰী চাৰিআলি বজাৰলৈ যোৱা…