সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত ছাত্ৰ দিৱস উদযাপন
বড়ো জাতিৰ পিতৃপুৰুষ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মদেৱে বড়ো ভাই-ভনীসকলৰ বাবে কৰা ত্যাগ তথা অৱদান উত্তৰ প্ৰজন্মই চিৰদিন স্মৰণ কৰিব৷ বড়োসকলৰ স্বকীয় পৰিচয়ৰ বাবে আজীৱন অহোপুৰুষাৰ্থ কৰা উপেন্দ্ৰনাথ ব্ৰহ্মদেৱৰ আজিৰ এই পৱিত্ৰ জন্মবাৰ্ষিকীৰ দিনটোত…
চাপৰৰ বতৰদলত NO ROAD NO VOTE শ্লোগানেৰে ৰাইজৰ উত্তাল প্ৰতিবাদ
পকী বা CC ব্লোগৰে ৰাস্তা নিৰ্মাণৰ দাবী ৰাইজৰ
সমাগত নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাগ মূহুৰ্তত চাপৰত এখন গাঁৱৰ ৰাইজৰ NO ROAD NO VOTE শ্লোগানেৰে উত্তাল প্ৰতিবাদ। উল্লেখ্য যে দীৰ্ঘদিন ধৰি ধুবুৰী জিলাৰ চাপৰ-শালকোচা উন্নয়নৰ খণ্ডৰ অন্তৰ্গত তথা…
কচুৱাৰ উজানমাৰীত নাভূত নাশ্ৰুত ঘটনা
নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত উজানমাৰী গাঁওত এক নাভূত নাশ্ৰুত ঘটনা সংঘটিত হৈছে। ঘটনাটো প্রায় তিনি বছৰ আগৰ। এগৰাকী যুৱতীয়ে নিজ গৃহৰ পৰা পলাই যোৱাত যুৱতী গৰাকীৰ পিতৃ জালাল উদ্দিনে একে গাঁৱৰ জাকিৰ হুছেইন নামৰ লোকজনক যুৱতী পলোৱাৰ দিয়াৰ…
নৱপ্ৰজন্মৰ ভোটাৰৰ প্ৰতি অধিক আশাবাদী গৌৰৱ গগৈ
টীয়কৰ নামচেচু ৰাধাকৃষ্ণ মন্দিৰত আজি সন্ধিয়া যোৰহাট লোকসভাৰ কংগ্ৰেছী প্ৰাৰ্থী গৌৰৱ গগৈ উপস্থিত হৈ নেদেখাজনৰ চৰণৰ সেৱা লৈ ৰাইজৰ সৈতে মত বিনিময় কৰে।লগতে কংগ্ৰেছৰ চৰকাৰ আহিলে ৰাইজৰ সকলো সমস্যা সমাধানৰ পথ মুকলি হব বুলি আশ্বাস প্ৰদান কৰে।ইপিনে…
জে এন ইউত চাৰিখন আসনত এবিভিপিক পৰাস্ত কৰি ৰঙা পতাকা উৰুৱাই সভাপতি হ’ল দলিত ছাত্ৰ
দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত আন এক ৰঙা ধুমুহা। ২০১৯ চনৰ পিছত প্ৰথমবাৰৰ বাবে ছাত্ৰ পৰিষদে ভোটদান কৰিছে। শুকুৰবাৰে ভোটদান হৈছিল। দেওবাৰে ঘোষণা কৰা হয় ফলাফল। জে এন ইউয়ে চাৰিখন আসনত এবিভিপিক পৰাস্ত কৰি ৰঙা পতাকা উৰুৱাই দিলে। তদুপৰি…
আদৰ্শ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহৰ সামৰণিৰ কাৰ্যসূচীত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী…
তামুলপুৰ জিলাৰ অন্তৰ্গত কাউলীস্থিত "আদৰ্শ জাতীয় বিদ্যালয়, কাউলীত" অনুষ্ঠিত হোৱা ৰূপালী জয়ন্তী সমাৰোহৰ দেওঁবাৰে সন্ধিয়া সফল সামৰণি পৰে। এক উখল মাখল পৰিৱেশৰ মাজত বিদ্যালয়খনত অনুষ্ঠিত ৰূপালী জয়ন্তী সমাৰোহৰ সফল সামৰণি পৰে। তিনিদিনীয়া বৰ্ণাঢ্য…
গুৱাহাটীৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত ন-লখিমীৰ উদ্যোগত সাংবাদিক আৰু লিখকৰ সতীৰ্থ সন্মিলন
১৯৭২ চনৰ ২ অক্টোবৰত লখিমপুৰ জিলাৰ পৰা প্ৰকাশিত হৈছিল ন-লখিমী সাপ্তাহিক কাকত,এই কাকতখনে ৫০ টা বৰ্ষ সম্পন্ন কৰিলে,ন-লখিমী প্ৰকাশন গোষ্ঠীৰ উদ্যোগত আজি গুৱাহাটীৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত এখনি সাংবাদিক- লিখকৰ সতীৰ্থ সন্মিলন আৰু বঁটা প্ৰদান…
প্ৰেমৰ প্ৰলোভনেৰে নাবালিকাক যৌন নিৰ্যাতনৰ অভিযোগ
অভিযুক্তক জেললৈ প্ৰেৰণ।
কিছুদিন পূৰ্বে হাহচৰা গাৱৰ জিকিৰুল ইছলম নামৰ লম্পট যুৱক এজনে একেখন গাঁৱৰে এগৰাকী ১৬ বছৰীয়া যুৱৰীক প্ৰেমৰ প্ৰলোভনেৰে শাৰীৰিক নিৰ্যাতন কৰাত অঞ্চলজুৰি এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।
নিজৰে সম্পৰ্কীয় যুৱক যিকিৰুল…
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মুক্তিৰ দাবীত বিলাসীপাৰাতো আম আদমী পাৰ্টিৰ উত্তাল প্ৰতিবাদ
সমগ্ৰ ৰাজ্যৰ লগতে আম আদমী পাৰ্টীৰ ধুবুৰী জিলা কমিটিৰ সভাপতি জামাল হকৰ নেতৃত্বত বিলাসীপাৰাতো আম আদমী পাৰ্টীৰ অধ্যক্ষ তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মুক্তিৰ দাৱীত বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে এনেদৰে উত্তাল প্ৰতিবাদ…
হোজাই সমষ্টিৰ অন্তৰ্গত কচুৱাৰ ৰাজাগাঁৱত বিজেপিত যোগদান কাৰ্যসূচী
হোজাই সমষ্টিৰ অন্তৰ্গত ৰাজাগাঁও মণ্ডলৰ সহযোগত ৰাজাগাঁও ৰাজহুৱা প্ৰেক্ষাগৃহত ভাৰতীয় জনতা পাৰ্টিৰ যোগদান কাৰ্যসূচী।হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষৰ উপস্থিতিত কেইবা শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। বিভিন্ন জনগোষ্ঠীৰ লোকে বিভিন্ন…