ঋতুস্ৰাৱৰ কাপৰ বিষয়ে জনা-অজানা কথা
আজিকালি বহু মহিলাই মাহেকীয়াৰ সময়ত চেনিটেৰী নেপকিন ব্যৱহাৰ কৰে। কিছুমানে টেম্পনও ব্যৱহাৰ কৰে। তাৰ তুলনাত মাহেকীয়া কাপ বেছি ব্যৱহাৰ কৰা নহয় যদিও ই অতি নিৰাপদ আৰু সুবিধাজনক। ঋতুস্ৰাৱৰ কাপ স্বাস্থ্যৰ বাবে উপকাৰী হোৱাৰ লগতে পৰিৱেশ প্ৰদূষণ…
শিৱসাগৰ আৰু ডিমৌ সমষ্টিত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত গৌৰৱ গগৈ
দিনযোৰা কাৰ্যসূচীৰে শিৱসাগৰ আৰু ডিমৌ সমষ্টিৰ বিভিন্ন প্ৰান্তত গৌৰৱ গগৈ
শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ আৰু মণ্ডল কংগ্ৰেছৰ কৰ্মী সকলৰ সহযোগত এনেদৰে আজি দেখা পোৱা গ'ল যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈক | এই নিৰ্বাচনী সভাত…
সুস্থ হৈ থাকিবলৈ তিতা কেৰেলা খাওক
বহুতৰে তিতা কেৰেলা অন্যতম জনপ্ৰিয় শাক। কিন্তু এই শাক তিতা সোৱাদৰ বাবে বহুতে ভাল নাপায়। কিন্তু, ইয়াৰ পুষ্টিকৰ মূল্য বিবেচনা কৰিলে খাদ্যত ইয়াক অন্তৰ্ভুক্ত কৰিবই লাগে।
তিতা কেৰেলাত প্ৰচুৰ পৰিমাণে ভিটামিন এ, বি আৰু চি থাকে। ইয়াৰ উপৰিও…
লেহেমীয়া অভাৰ ৰেটৰ বাবে দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পন্তক জৰিমনা
দিল্লী কেপিটেলছৰ প্ৰথম জয়ৰ দিনা ঋষভ পন্তৰ ডাঙৰ শাস্তি। দিল্লীৰ অধিনায়কগৰাকীক ১২ লাখ টকা জৰিমনা বিহা হয়। দেওবাৰে বিশাখাপট্টনমত পণ্টক লেহেমীয়া অভাৰ ৰেটৰ বাবে শাস্তি প্ৰদান কৰা হয়। আই পি এলৰ আচৰণ বিধি অনুসৰি তেওঁক জৰিমনা বিহা হৈছিল।…
কচুৱাত আমছুৰ ৪৪ তম প্ৰতিষ্ঠা দিৱস উদযাপন
সদৌ অসম সংখ্যালঘূ ছাত্র ইউনিয়ন চমুকৈ আমছুৰ ৪৪ তম প্ৰতিষ্ঠা দিৱসটি আজি কচুৱা ইদগাহ মৈদানত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। নগাঁও জিলা সংখ্যালঘু ছাত্র ইউনিয়নৰ উদ্যোগত আৰু হোজাই জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ…
লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত আপৰ প্ৰাক্তন সাংসদ
আপৰ একমাত্ৰ লোকসভাৰ সাংসদগৰাকীয়ে কিছুদিন পূৰ্বে গেৰুৱা শিবিৰত যোগদান কৰিবলৈ দল এৰি থৈ গৈছিল, লগতে বিজেপিত যোগদান কৰিছিল এজন বিধায়কেও। এইবাৰ কংগ্ৰেছত যোগদান কৰিছে আপৰ প্ৰাক্তন সাংসদগৰাকী আৰু প্ৰাক্তন বিধায়কগৰাকীয়ে। সোমবাৰে পঞ্জাৱৰ…
আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিমানত চুৰি
চুৰি হৈছে মাৰ্কিন ৰাষ্ট্ৰপতিৰ চৰকাৰী বিমান ‘এয়াৰ ফৰ্চ ৱান’ত। বিমানখনৰ নিৰ্দিষ্ট স্থানত থকা কিছু সামগ্ৰী সন্ধানহীন হৈ পৰিছে।
জানিব পৰা মতে যোৱা ফেব্ৰুৱাৰী মাহত এই চুৰি কাণ্ড দৃষ্টিগোচৰ হৈছিল। সেই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে…
আড়ম্বৰপূৰ্ণ ভাৱে উদযাপিত হ’ল কামৰূপ জিলা দিৱস
কামৰূপ জিলাৰ বিভক্ত হৈ অতিক্ৰম কৰিলে ২৪টা বসন্ত । এসময়ৰ বৃহৎ জিলা কামৰূপ দুভাগত ভাগ হৈ কামৰূপ আৰু কামৰূপ মহানগৰ ৰূপ পালে । ২৪ বছৰ পুৰ্বে আজিৰ দিনটোতে কামৰূপ জিলা গঠণ কৰি প্ৰশসনিক ব্যৱস্থা জনতাৰ অধিক ওচৰ চপোৱা হৈছিল। এই উপলক্ষে কামৰূপ জিলা…
নগাঁও লোকসভাৰ বৰঘুলীত প্ৰদ্যুৎ বৰদলৈৰ হৈ প্ৰচাৰ চলাবলৈ উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা
মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান ভূপেন বৰাৰ। নগাঁৱত প্ৰদ্যুৎ বৰদলৈ ২০২৪, ২০২৯ আৰু ২০৩৪ লৈকে জিকিব বুলি ঘোষণা সভাপতি গৰাকীৰ।
মুখ্যমন্ত্ৰীয়ে ২০৩২ লৈ কংগ্ৰেছ শেষ হৈ যোৱাৰ পিছত ৰাজীৱ ভৱন দখল কৰা সন্দৰ্ভ ভূপেন বৰাৰ প্ৰতিক্ৰিয়া। কংগ্ৰেছৰ গাত পানী নাই…
ঐতিহাসিক মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোসাঁই থানত ফণীভূষন চৌধুৰী
আজি পুৱা ৯ বজাত বিজেপিৰ মিত্ৰ দ’ল অসম গণ পৰিষদৰ ৩ নং বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষন চৌধুৰী বৰপেটা জিলাৰ সৰভোগৰ ঐতিহাসিক প্ৰায় ৫৫০ বছৰ পুৰণি ঐতিহাসিক মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোসাঁই থানত আহি উপস্থিত হয়,বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী…