বিশ্বনাথ জিলাত অন্ধবিশ্বাস আৰু সামাজিক কু-সংস্কাৰৰ বিৰুদ্ধে সজাগতা সভা
বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদৰ সৌজন্যত আৰু উই ফ'ৰ ইউৰ উদ্যোগত অন্ধবিশ্বাস আৰু সামাজিক কু সংস্কাৰৰ বিৰুদ্ধে বিশ্বনাথ জিলাৰ বিভিন্ন ঠাইত বৰগাং উচ্চ মাধ্যমিক বিদ্যালয়, দিপৰা, বৰভিল বাগিছা, নয়া ঘগৰাৰ বাগিছাৰ লগতে বিভিন্ন বিদ্যালয়সমূহত…
অন্ধবিশ্বাস আৰু সামাজিক কু-সংস্কাৰৰ বিৰুদ্ধে আত্মসহায় গোটৰ মাজত সজাগতা সভা
বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদৰ সৌজন্যত আৰু উই ফ'ৰ ইউৰ উদ্যোগত অন্ধবিশ্বাস আৰু সামাজিক কু সংস্কাৰৰ বিৰুদ্ধে আত্মসহায় গোটৰ মাজত বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ বিভিন্ন ঠাইত আত্মসহায় গোটসমূহৰ মাজত সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়। উক্ত…
ডিব্ৰুগড়ত অন্ধবিশ্বাস আৰু সামাজিক কু-সংস্কাৰৰ বিৰুদ্ধে সজাগতা সভা
বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদৰ সৌজন্যত আৰু উই ফ'ৰ ইউৰ উদ্যোগত অন্ধবিশ্বাস আৰু সামাজিক কু সংস্কাৰৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ বিভিন্ন ঠাইত চাবুৱা, পানীতোলা, ৰমাই চাহ বাগিছাৰ লগতে বিভিন্ন বিদ্যালয়সমূহত সজাগতা সভা অনুষ্ঠিত কৰা হয়। উক্ত সজাগতা…
কালা পাহাৰ ব্লক কংগ্রেছ কমিটীৰ বৃহৎ যোগদান কাৰ্য্যসূচী
আজি কালা পাহাৰ ব্লক কংগ্রেছ কমিটীৰ অন্তৰ্গত সোনাইঘুলি স্হিত, ছি চাং ক্লাবত , কালা পাহাৰ ব্লক কংগ্রেছ কমিটীৰ সভাপতি শ্ৰী বিদ্দেশ্বৰ ৰায়'ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা খনত অৰ্থ শতাধিক জনজাতীয় যুৱক-যুৱতী , পুৰুষ-মহিলাই যোগদান কৰে । ৫ নং…
গোবিন্দ ডেকাৰ প্ৰবন্ধ সংকলন উন্মোচন ড০ গোবিন্দ প্ৰসাদ শৰ্মাৰ
"অসমীয়া মানুহে বিবেকৰ পৰিবৰ্তে আৱেগেৰেহে চলে" -আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক গ্ৰন্থ উন্মোচনী সভাত নিবন্ধকাৰ গোবিন্দ ডেকাৰ গ্ৰন্থ 'প্ৰবন্ধ চয়ন ' উন্মোচন কৰি এই মন্তব্য কৰে প্ৰথিতযশা পণ্ডিত- সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাই।…
চাপৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজিৰে পৰা আৰাম্ভ হৈছে দিবা নৈশ প্ৰাইজমানী ক্ৰিকেট…
প্ৰায় এটা দশক পিছত চাপৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজিৰে পৰা আৰাম্ভ হৈছে দুদিনীয়া কাৰ্যসূচীৰ অসম ভিত্তিত দিবা নৈশ প্ৰাইজমানী ক্ৰিকেট টুৰ্নামেন্ট সিজন-১ । চাপৰ যুৱ সংঘৰ উদ্যোগত আৰু চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া…
উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰত হোলী উদযাপন
আজিৰে পৰা ভগৱান শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ।
সমগ্ৰ ৰাজ্যৰ লগতে ঐতিহ্যমণ্ডিত দৌল গোবিন্দ মন্দিৰতো পাচদিনীয়াকৈ আয়োজন কৰা হৈছে দৌল মহোৎসৱ ।
আজি সন্ধিয়া ৬-৩০ বজাত মেষদাহ পৰ্বৰে আৰম্ভ হ'ৱ দৌলোৎসৱৰ কাৰ্যসূচী ।
ইতিমধ্যে হোলী গীতৰে মুখৰিত হৈছে মন্দিৰ…
হাজো দমদমাত কৰায়ত্ত সন্দেহ জনক এগৰাকী ISIS ৰ সদস্য
কামৰূপৰ হাজো দমদমাত কৰায়ত্ত সন্দেহ জনক এগৰাকী ISIS ৰ সদস্য।
গুৱাহাটীৰ পৰা হাজো অভিমুখে হাতত সন্দেহ জনক এখন কলা পতকা লৈ গৈ থকা সময়তে কৰায়ত্ত এজন যুৱক।
যুৱকজনে নিজকে ISIS ৰ সমৰ্থক বুলি পৰিচয় দিয়ে।
খোজ কাঢ়ি গৈ থকা অৱস্থাতে যুৱক জনক…
যুৱ সমাজ ৰত্ন বঁটা বাবে মনোনীত মৰিগাঁও সিধাবাৰী চিন্তু বৰদলৈ
আৰ্ত-দুৰ্গত সকলৰ সেৱা , বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, বিনামূলীয়া ৰক্তদান, কৰ্কট ৰোগীক সামৰ্থ অনুসৰী সহায় আগবঢ়ায় অহাত মৰিগাঁও জিলা সিধাবাৰী যুৱ সাংস্কৃতিক কৰ্মী চিন্তু বৰদলৈ লৈ এটি আগশাৰীৰ ছছাইটি এক্টৰ পঞ্জীয়ন ভুক্ত সামাজিক ক্ষেত্ৰত…
নগাঁৱৰ কচুৱাত বন্যহস্তীৰ তাণ্ডৱ
পুৱাই নগাঁৱৰ কচুৱাত বন্যহস্তীৰ তাণ্ডৱ ।
বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত বন কৰ্মী শ্বিৰাজ উদ্দীন ।
কচুৱাৰ চানখোলাত পূৱা বন্যহস্তী খেদিব গৈ গুৰুতৰভাৱে আহত হয় শ্বিৰাজ উদ্দীন ।
বন্যহস্তীৰ আক্ৰমণত ককালত গুৰুতৰ ভাৱে আঘাত পায় বন কৰ্মী গৰাকী…