পঞ্জাৱত বিষাক্ত সুৰা সেৱন কৰি ২০জনৰ মৃত্যু
পঞ্জাৱত বিষাক্ত সুৰা সেৱন কৰি ২০ জন লোকৰ মৃত্যু। ৬ জন লোকৰ অৱস্থা এতিয়াও সংকটজনক। ইতিমধ্যে ঘটনাৰ তদন্তৰ বাবে এখন উচ্চ পৰ্যায়ৰ তদন্ত সমিতি গঠন কৰা হৈছে। এই সমিতিৰ মুৰব্বী এডিজিপি। পঞ্জাৱৰ সাংগুৰুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈছে ৬ জন লোক।…
কে কবিতাৰ ইডি জিম্মা বৃদ্ধি
আবকাৰী গোচৰত বৃদ্ধি পালে বি আৰ এছৰ নেতা কে কবিতাৰ ই ডি জিম্মা। ২৬ মাৰ্চলৈকে তেওঁ ইডিৰ জিম্মাত থাকিব। ইডিৰ তথ্য অনুসৰি তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতা আবকাৰী দুৰ্নীতিৰ সৈতে জড়িত। মুঠ ১০০ কোটি দুৰ্নীতি…
আফগানিস্তানৰ বেংকত আত্মঘাতী বোমা বিস্ফোৰণ, ২১জনৰ মৃত্যু
আফগানিস্তানৰ কান্দাৰ চহৰত সংঘটিত আত্মঘাতী বোমা বিস্ফোৰণত কমেও ২১ জন লোক নিহত হৈছে।
তালিবানে কয় যে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৮ বজাত চহৰৰ মাজমজিয়াৰ এটা বেংকত আত্মঘাতী আক্ৰমণ সংঘটিত হয়।
অৱশ্যে এতিয়ালৈকে কোনো সংগঠনে এই আক্ৰমণৰ…
ইণ্ডোনেছিয়াৰ উপকূলত নাও ডুবি ৫০ জন ৰোহিংগীয়াৰ মৃত্যুৰ আশংকা
ইণ্ডোনেছিয়াৰ আচে প্ৰদেশৰ উপকূলত এখন নাও ডুবি ৫০ জন ৰোহিংগীয়া শৰণাৰ্থীৰ মৃত্যুৰ আশংকা কৰা হৈছে। নাওখনত প্ৰায় ১৫০ জন যাত্ৰী আছিল। বুধবাৰে পুৱা আচে প্ৰদেশৰ পশ্চিম উপকূলৰ কুৱালা বুবন বিলৰ পৰা প্ৰায় ১৯ কিলোমিটাৰ দূৰত্বত ৰুক্ষ সাগৰত এই নাওখন…
গেছ চিলিণ্ডাৰত অগ্নিকাণ্ড, দম্পতী আৰু ৩ শিশুৰ মৃত্যু
ৰাজস্থানৰ জয়পুৰত ভয়ংকৰ অগ্নিকাণ্ড। গেছ চিলিণ্ডাৰত অগ্নিকাণ্ডৰ ফলত এটা পৰিয়ালৰ ৫ জন সদস্যৰ মৃত্যু।
আৰক্ষীৰ সূত্ৰ অনুসৰি বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত হয় এই ঘটনা। সেই সময়ত পৰিয়ালৰ সকলো সদস্য ঘৰতে শুই আছিল। তেতিয়াই পাকঘৰত এটা গেছ…
গাজাত যুদ্ধ অব্যাহত থাকিব: নেতানিয়াহু
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ৰিপাব্লিকান চিনেটৰসকলক কয় যে গাজাত যুদ্ধ অব্যাহত থাকিব। বুধবাৰে ভিডিঅ’ কনফাৰেন্সত তেওঁ এই কথা কয়।
আমেৰিকাৰ চিনেটৰ জন বাৰাছ’ই কয় যে আমি নেতানিয়াহুক যুদ্ধ, পণবন্দীসকলক মুকলি কৰি দিয়া আৰু…
২৩ মাৰ্চত অসমলৈ আহিব আপৰ ৰাষ্ট্ৰীয় নেত্ৰী আতিশী
ডিব্ৰুগড়ত অনুষ্ঠিত জনসভাত মুকলি কৰিব দলৰ গেৰাণ্টি কাৰ্ড
লোকসভা নিৰ্বাচনত আম আদমি পাৰ্টীৰ বাবে অসমত প্ৰচাৰ অভিযান চলাবলৈ অহা ২৩ তাৰিখ, শণিবাৰে ডিব্ৰুগড়লৈ আহিব আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় নেত্ৰী তথা দিল্লী চৰকাৰৰ শিক্ষামন্ত্ৰী আতিশী। আজি…
ফুলপানীছিগাত বিহু নাচ আৰু ঢোলবাদন প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠান সম্পন্ন
শিৱসাগৰ জিলাৰ ইতিহাস বিজড়িত ফুলপানীছিগাৰ নৱসূৰ্য সংঘৰ সৌজন্যত ফুলপানীছিগা খেলপথাৰত অনুষ্ঠিত কৰা দহদিনীয়া বিহুনাচ আৰু ঢোলবাদন প্ৰশিক্ষণৰ আজি সামৰণি অনুষ্ঠান সম্পন্ন হয়।
বিহু প্ৰশিক্ষক নিৰ্মলা দাস আৰু সহযোগীসকলে প্ৰশিক্ষণ দিয়া দহদিনীয়া…
গুৱাহাটী লোকসভা সমষ্টিত মীৰা বৰঠাকুৰৰ নিৰ্বাচনী সভা
সমাগত লোকসভা নিব্বাচনত প্ৰ্তিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ চলাইছে।
সমান্তৰালভাৱে ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ…
বৰপেটা লোকসভা সমষ্টিত মুঠ ভোটাৰ ১৯,৪৯,৮৭৩ গৰাকী
সর্বাধিক ভোটাৰ হ'ল পাকাবেতবাৰী সমষ্টিত আৰু সর্বনিম্ন ভোটাৰ থকা সমষ্টি হ'ল বজালী বিধানসভা সমষ্টি।
সম্প্ৰতি দেশৰ নিৰ্বাচন আয়োগে সমাগত লোকসভা নিৰ্বাচনৰ দিন-তাৰিখ ঘোষণা কৰাৰ পিছত ৰাজ্যখনৰ লগতে বৰপেটা জিলা প্রশাসনে লোকসভা নিৰ্বাচনক লৈ তৎপৰ…