Daily Time Axom

কলকতাৰ গাৰ্ডেনৰিচত বহুমহলীয়া অট্টালিকা ভাঙি ২ জন মৃত্যু, ১৫ জন আহত

মাজনিশা কলকতাৰ গাৰ্ডেনৰিচৰ এটা ঝাড়ুত বহুমহলীয়া অট্টালিকা ভাঙি পৰাত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত ২ জন লোকে প্ৰাণ হেৰুৱায়। নিহত দুজন হৈছে ৪৭ বছৰীয়া সামা বেগম আৰু ৫৫ বছৰীয়া হাছিনা খাতুন। গুৰুতৰভাৱে আহত ১৫ জন লোক চিকিৎসাধীন হৈ…

বিয়াৰ পৰা উভতি অহাৰ পথত কৰুণ দুৰ্ঘটনা, বিহাৰত ৭ জনৰ মৃত্যু

বিয়াৰ অনুষ্ঠানৰ পৰা উভতি অহাৰ পথত এক ভয়ংকৰ দুৰ্ঘটনা। ৭ জন লোকে প্ৰাণ হেৰুওৱাৰ আৰু ৪ জন আহত। সোমবাৰে পুৱা বিহাৰৰ খগড়িয়া জিলাত সংঘটিত হয় এই দুৰ্ঘটনা। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী গাড়ী আৰু ট্ৰেক্টৰৰ সৈতে মুখামুখি সংঘৰ্ষ। ইয়াৰ…

ডিব্ৰুগড় লোকসভা সমষ্টিত সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী ৰণডংকা – তিনিচুকীয়া, মাৰ্ঘেৰিটা আৰু…

• "মোদী চৰকাৰ মানে সামাজিক ন্যায়, মোদী চৰকাৰ মানে সামাজিক নিৰাপত্তা, মোদী চৰকাৰ মানে অৰ্থনৈতিক উন্নয়ন, মোদী চৰকাৰ মানে সন্মানসহ জীয়াই থকাৰ অধিকাৰ": সোণোৱাল • "অসম তথা উত্তৰ-পূববাসীৰ লগত অন্যায়-অবিচাৰ কৰিছিল কংগ্ৰেছে": সোণোৱাল ডিব্ৰুগড়,…

টীয়কত বিজেপিৰ বিশাল যোগদান সভাত মন্ত্ৰী পিযুষ হাজৰিকা উপস্থিত হৈ গৌৰৱ গগৈক কৰিলে সমালোচনা

আজি টীয়কৰ নামচেচু খেলপথাৰত বিজেপি দলৰ এক বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।উক্ত যোগদান কাৰ্যসূচীত অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা,যোৰহাট লোকসভাৰ প্ৰাৰ্থী তপণ কুমাৰ গগৈ,মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী,যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত…

খনামুখৰ বনকৰ্মী ৰাতুল গগৈৰ ৰহস্যজনক মৃত্যু।চেলেংহাট ষ্টেচনত মৃতদেহ উদ্ধাৰ

শিৱসাগৰ জিলাৰ খনামুখ খুতৰাহাবিৰ ৰাতুল গগৈ(৫২) নামৰ বনকৰ্মীজন বৰহাট ষ্টেচনৰপৰা আমগুৰি ষ্টেচনলৈ আহি আছিল।কিন্তু ব্যক্তিজনৰ মৃতদেহ চেলেংহাট ষ্টেচনত উদ্ধাৰ হয়। পৰিয়ালৰ লোকে দিয়া অভিযোগ মতে ঘৰলৈ অহাৰ আগদিনা ৰাতি বনকৰ্মীজনক বনাঞ্চলিক বিষয়া ময়ুৰ…

মাৰ্ঘেৰিটাৰ মানমৌ কুঁহিয়াৰ বাৰী (নংলাই)ত শিৱ পুৰাণ মহাজ্ঞান যজ্ঞ

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত মানমৌ কুঁহিয়াৰ বাৰীত আয়োজন কৰা হৈছে শ্ৰী শ্ৰী শিৱ পুৰাণ মহাজ্ঞান যজ্ঞ। মানমৌ কুঁহিয়াৰ বাৰীত আৰম্ভ হৈছে শ্ৰী শ্ৰী শিৱ পুৰাণ মহাজ্ঞান যজ্ঞ। এই উপলক্ষে কলহ যাত্ৰা উলিওৱা হয়। এই কায্যাসূচীত…

অবৈধ বাবে চলাচল কৰা ডাম্পাৰ জব্দ কৰিলে ৰাইজে

দিনে ৰাতিয়ে চলাচল কৰা ডাম্পাৰ চলাচলত বাধা দিবলৈ এইবাৰ ওলাই আহিল ৰাইজ। দীৰ্ঘ দিনৰ পৰা মৈৰাবাৰীৰ বিভিন্ন ব্যস্ত পথ সমূহত চলাচল কৰি অহা ডাম্পাৰ আৰু ডাঙৰ বাহন সমূহ সৰু সৰু পথেদি নিতৌ চলাচল কৰাত ৰাইজ অতীষ্ঠ হৈ আজি স্থানীয় ৰাইজ ওলাই আহি বাধা…

৪৭ সংখ্যক নপ্তিপাৰা অধিৱেশনৰ তিনিদিনীয়া কাৰ্যসূচীৰে সফল সামৰণি

নলবাৰীৰ "নপ্তিপাৰা সত্ৰ"ত "উত্তৰ-পূব ভাৰত হৰিদেৱ সংঘ"ৰ ৪৭ সংখ্যক নপ্তিপাৰা অধিৱেশনৰ তিনিদিনীয়া কাৰ্যসূচীৰে সফল সামৰণি! বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰে উখল মাখল পৰিৱেশ! নলবাৰী জিলাৰ নপ্তিপাৰাত "উত্তৰ পূব ভাৰত হৰিদেৱ সংঘ"ৰ ৪৭ সংখ্যক অধিৱেশনখন…

নিৰ্বাচন বিধি জাৰি হোৱাৰ পিছত কামৰূপ জিলাত জিলা আয়ুক্তৰ সংবাদ মেল

নিৰ্বাচনী তাৰিখ ঘোষণাৰ পিছতে নিৰ্বাচন অনুষ্ঠিত কৰাকলৈ তৎপৰ কামৰূপ জিলা নিৰ্বাচনী কায্যালয় । তাৰেই পৰিপ্ৰেক্ষিতত আজি ৰবিবাৰে আয়োজিত হল কামৰূপ জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত কৃৰ্তী জল্লীৰ সংবাদ মেল । কামৰূপ জিলা নিৰ্বাচনী বিষয়াৰ…

ধুবুৰীৰ ৰাইজে এইবাৰ চালানি প্ৰাৰ্থীক ভোট নিদিয়ে-জাবেদ ইছলাম

“সংখ্যালঘু ৰাইজ এইবাৰ উন্নয়ন বিচাৰি আমাৰ লগত আছে” দলীয় কৰ্মী সভাত জাবেদ ইছলামৰ মন্তব্য৷ মানকাচৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক জাৱেদ ইছলামে অগপ বিজেপি মিত্ৰজোঁটৰ পৰা ধুবুৰী সাংসদীয় সমষ্টিত প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছত আজি জিলাখনৰ সদৰ হাটশিঙীমাৰীত…