Daily Time Axom

ভেলৌগুৰি আৰক্ষীৰ অভিযানত নকল টকা তৈয়াৰ কৰা মেচিন জব্দ।

মৰিগাঁৱৰ ভেলৌগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুক্তাব আলি বৰাৰ নেতৃত্বত চলা এক অভিযানত নকল টকা তৈয়াৰ কৰা এটা মেচিন সহ দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।এক গোপন সূত্ৰৰ পম খেদি হাহচৰা গাঁৱত চলিছিল এই অভিযান।লোক দুজন ক্ৰমে- শোণিতপুৰ জিলাৰ…

কেণ্টত ধৰা পৰিছে ব্লুটংগ ভাইৰাছ: পশুধন পালনত সতৰ্কতাৰ আহ্বান

যুক্তৰাজ্য- কেণ্টত পাঁচটা গৰুত ব্লুটংগ ভাইৰাছ ধৰা পৰাৰ ফলত কৃষক সমাজৰ মাজত উদ্বেগ প্ৰকাশ পাইছে। ব্ৰিটেইনৰ মুখ্য পশু চিকিৎসা বিষয়া ক্ৰীষ্টিন মিডলমিছে কৃষকসকলক সজাগ হৈ থাকিবলৈ আহ্বান জনাই এই কথাত গুৰুত্ব আৰোপ কৰিছে যে এই ভাইৰাছে মানুহৰ…

উত্তৰ গুৱাহাটীত স্কুটিক মহতিয়ালে ডাম্পাৰে

উত্তৰ গুৱাহাটীত বন্ধ নহল ডাম্পাৰৰ সন্ত্ৰাস ।এইবাৰ স্কুটীৰ ওপৰেৰে চলিল ডাম্পাৰৰ চকা ।উত্তৰ গুৱাহাটী ফুলুং চ'কত পথৰ দাতিত ৰৈ থকা স্কুটী মহতিয়ালে ডাম্পাৰে ।দুৰ্ঘটনা সংঘটিত কৰি পলায়ন AS 16 AC 2887 নম্বৰৰ ডাম্পাৰ খনৰ ।ডাম্পাৰৰ গৰাকী ৰংমহলৰ…

অয্যোধালৈ যাত্ৰা ১৩০০ তীৰ্থযাত্ৰীৰ

অযোধ্যা অভিমুখী আস্থা স্পেচিয়েল ৰে’লৰ যাত্ৰা আৰম্ভ, অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰিবলৈ একেলগে ৰাওনা হৈছে ১৩০০ তীৰ্থযাত্ৰী। আজি মঙ্গলবাৰে আবেলি গুৱাহাটী ষ্টেচনৰ পৰা অযোধ্যা অভিমুখী বিশেষ আস্থা ৰে’লখন ৰাওনা হয়। বিশ্ব হিন্দু পৰিষদ আৰু…

চাপৰত পুনৰ আৰক্ষীয়ে আটক কৰিলে এজন VIP সুদখোৰক

এটাৰ পিছত এটা সুদক্ষোৰ ধৰা পৰিছে আৰক্ষীৰ জালত।। আটকাধীন সুদক্ষোৰ জনৰ নাম সুদিপ দাস,সত্যপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি চাপৰ অঞ্চলত সুদৰ ৰমৰমীয়া ব্যৱসায় চলাই আছিল ব্যক্তিজনে। নিশা চাপৰ আৰক্ষীয়ে সত্যপুৰস্থিত…

স্বামীয়ে হত্যা কৰিলে ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী পত্নীক

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে বুকু কঁপোৱা এটা ভিডিঅ’। য'ত এজন ব্যক্তিয়ে গুলীয়াই হত্যা কৰা দেখা গৈছে এগৰাকী মহিলাক! এই চিচিটিভি ফুটেজ দেখাৰ পিছত ইতিমধ্যে নেটপাৰাত হুলস্থুলৰ সৃষ্টি হৈছে। জানিব পৰা মতে মহিলাগৰাকীৰ নাম ৰাজস্থানৰ…

ইজৰাইলৰ দূতাবাসৰ সন্মুখত এজন আমেৰিকান সৈনিকে অগ্নিসংযোগ কৰিলে নিজকে

গাজাত ইজৰাইলৰ আক্ৰমণৰ প্ৰতিবাদত ৱাশ্বিংটনত থকা ইজৰাইলৰ দূতাবাসৰ সন্মুখত নিজকে জুই লগাইছে আমেৰিকাৰ বায়ুসেনাৰ এজন সদস্যই। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে লোকজনক। দেওবাৰে বিয়লি সংঘটিত হৈছে এই ঘটনা। ইজৰাইলৰ দূতাবাসে জনোৱা মতে,…

তেজস্বী যাদৱৰ কনভয়ৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত,মৃত্যু হৈছে গাড়ীখনৰ চালক

এক ভয়ংকৰ দুৰ্ঘটনাত তেজস্বী যাদৱৰ গাড়ীৰ চালকজনৰ মৃত্যু হয় আৰু কমেও ৮ জন আহত হয়। সোমবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে, সোমবাৰে নিশা প্ৰায় ১১ বজাত পূৰ্ণিয়া জিলাৰ বেলাউৰীৰ সমীপত সংঘটিত হৈছে আৰজেডি নেতাজনৰৰ কনভয়ৰ গাড়ীৰ এই…

মাণিকপুৰ আৰক্ষীৰ বৃহৎ সাফল্যঃ এজন ড্ৰাগছ সৰবহকাৰী আটক

আজি ৰাতিপুৱা ৮.৩০ মান বজাত বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং ধুপুৰীত ড্ৰাগছ সহ এজন যুৱকক আটক কৰে আৰক্ষীয়ে । এক গোপন সুত্ৰৰ পম খেদি মাণিকপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনিময় তামুলিয়ে অভিযান চলাই যুৱক জনক আটক কৰিবলৈ…

JUAৰ শিৱসাগৰ জিলা সমিতিৰ সহযোগত হাতত পোষ্টাৰলৈ অভিনৱ কাৰ্যসূচী ৰূপায়ন

যোৱা ৭ অক্টোবৰত পেলেষ্টাইনৰ গাজাত যুদ্ধ আৰম্ভ হোৱাৰ চাৰিমাহৰ ভিতৰত কমেও ১০০ জন সাংবাদিক হত্যাৰ বলি হৈছে | এই নৃশংস হত্যাকাণ্ড নজিৰবিহীন ঘটনাৰূপে পৰিগণিত হৈছে | যাৰ পৰিপ্ৰেক্ষিতত আই এফ জেৰ আহ্বান মৰ্মে পেলেষ্টাইনী সহঃকৰ্মীসকলৰ সতে সংহতি…